• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, July 8, 2025
28 °c
Guwahati
28 ° Wed
28 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    হাজোত চাঞ্চল্যকৰ ঘটনা, ছাত্ৰক অপহৰণৰ অপচেষ্টা…

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

    ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা,  প্ৰাণ হেৰুৱাই এগৰাকী মহিলাই…

    ভয়ংকৰ পথ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাক সোমায়গৈ…

    আজি শনিবাৰ, জানো আহক কি কি কৰিলে শনিৰ দশাৰ মুক্ত হ’ব পাৰি?

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    শিক্ষাৰ্থীসকলৰ বাবে কেনে যাব আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল

    নলবাৰীৰ ঘগ্ৰাপাৰৰ এটা পুখুৰীত এজন লোকৰ মৃতদেহ উদ্ধাৰ

    বায়’পছিৰ নামত চিকিৎসকে আঁতৰালে ৰোগীৰ গুপ্তাংগ; অসমত চাঞ্চল্যকৰ ঘটনা

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      সেনাৰ কনভয়ত আত্মঘাতী বোমাৰুৰ আক্ৰমণ; ১৩ জন জোৱান নিহত, কেইবাজনো গুৰুতৰভাৱে আহত

      Nation NE by Nation NE
      June 28, 2025
      in Top News, আন্তঃ ৰাষ্ট্ৰীয়
      0 0
      সেনাৰ কনভয়ত আত্মঘাতী বোমাৰুৰ আক্ৰমণ; ১৩ জন জোৱান নিহত, কেইবাজনো গুৰুতৰভাৱে আহত
      Share on FacebookShare on TwitterWhatsApp

      শনিবাৰে পাকিস্তানৰ খাইবাৰ পখতুনখোৱা প্ৰদেশত সংঘটিত হয় ভয়ংকৰ আত্মঘাতী বোমা বিস্ফোৰণ। এই বিস্ফোৰণত ১৩ গৰাকী সেনা জোৱান নিহত হোৱাৰ লগতে ১০ গৰাকী সৈনিক গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে।

      উত্তৰ বজীৰিস্তানৰ পৰা এটা সেনাৰ দল পাৰ হৈ যোৱাৰ সময়তে এই ভয়ংকৰ বিস্ফোৰণৰ ঘটনাটো সংঘটিত হয়। আফগানিস্তানৰ সীমান্তৰ ওচৰত অৱস্থিত এই অঞ্চলটো দীৰ্ঘদিন ধৰি সন্ত্ৰাসবাদৰ দ্বাৰা প্ৰভাৱিত হৈ আহিছে।

      এই আক্ৰমণত আত্মঘাতী বোমাৰুজনে বিস্ফোৰক ভৰ্তি এখন বাহন সেনাৰ কনভয়ত খুন্দা মাৰে, যাৰ ফলত এক বৃহৎ বিস্ফোৰণ ঘটে। এই আক্ৰমণত বহু জোৱান গুৰুতৰভাৱে আহত হৈছে।

      এতিয়ালৈকে কোনো সংগঠনে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই যদিও ইয়াৰ আঁৰত তেহৰিক-ই-তালিবান পাকিস্তান (টিটিপি) বা ইয়াৰ সৈতে জড়িত যিকোনো গোট থাকিব পাৰে বুলি ধাৰণা কৰা হৈছে।

      বিস্ফোৰণৰ পিছতেই অঞ্চলটোত সেনা আৰু আৰক্ষীয়ে জোৰদাৰ তালাচী অভিযান আৰম্ভ কৰে আৰু আহতসকলক সমীপৱৰ্তী হাস্পতালত ভৰ্তি কৰোৱা হয়।

      এই ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত পুনৰ এবাৰ পাকিস্তানৰ নিৰাপত্তা সন্দৰ্ভত বৃহৎ প্ৰশ্নৰ অৱতাৰণা হৈছে।

      উল্লেখ্য যে, গ্লোবেল টেৰৰিজিম ইণ্ডেক্সৰ শেহতীয়া তথ্য অনুসৰি পাকিস্তানত সন্ত্ৰাসবাদী আক্ৰমণত মৃত্যু হোৱা লোকৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পাইছে। চলিত বছৰত দেশখনত এই পৰ্যন্ত হাজাৰৰো অধিক লোক সন্ত্ৰাসবাদী আক্ৰমণত মৃত্যু হৈছে।

      Tags: Pak ArmyPakistanSuicide Attack

      Related Posts

      হাজোত চাঞ্চল্যকৰ ঘটনা, ছাত্ৰক অপহৰণৰ অপচেষ্টা…
      Top News

      July 8, 2025
      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল
      Top News

      কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

      July 8, 2025
      বাহ্যিক সাৱধানতাৰ উপৰি নিজকে সুস্বাস্থ্যৰ অধিকাৰী কৰি ৰখাৰ ৫ টা সহজ আৰু প্ৰাকৃতিক উপায়
      Top News

      নিপা ভাইৰাছৰ অবিৰত সংক্ৰমণ, জানক ইয়াৰ লক্ষণ আৰু প্ৰতিৰোধৰ উপায়…

      July 7, 2025
      ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা,  প্ৰাণ হেৰুৱাই এগৰাকী মহিলাই…
      Top News

      ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা,  প্ৰাণ হেৰুৱাই এগৰাকী মহিলাই…

      July 7, 2025
      অহৰহ ভাগৰ আৰু খিংখিঙীয়া অৱস্থা হতাশাৰ লক্ষণ হ’ব পাৰে নেকি? জানক বিশেষজ্ঞৰ পৰা…

      কাশী বিশ্বনাথ মন্দিৰত এতিয়াৰে পৰা নিষিদ্ধ এই সামগ্ৰীৰ ব্যৱহাৰ…

      শীৰ্ষ সংবাদ

      হাজোত চাঞ্চল্যকৰ ঘটনা, ছাত্ৰক অপহৰণৰ অপচেষ্টা…

      কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

      নিপা ভাইৰাছৰ অবিৰত সংক্ৰমণ, জানক ইয়াৰ লক্ষণ আৰু প্ৰতিৰোধৰ উপায়…

      ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা,  প্ৰাণ হেৰুৱাই এগৰাকী মহিলাই…

      অহৰহ ভাগৰ আৰু খিংখিঙীয়া অৱস্থা হতাশাৰ লক্ষণ হ’ব পাৰে নেকি? জানক বিশেষজ্ঞৰ পৰা…

      কাশী বিশ্বনাথ মন্দিৰত এতিয়াৰে পৰা নিষিদ্ধ এই সামগ্ৰীৰ ব্যৱহাৰ…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist