• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, January 30, 2026
20 °c
Guwahati
20 ° Sat
21 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ

    ‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

যোৰহাটত সেনা ছাউনীৰ পৰা গ্ৰেপ্তাৰ এজন পাকিস্তানী এজেণ্ট

Nation NE by Nation NE
June 1, 2025
in Top News, অসম
0 0
যোৰহাটত সেনা ছাউনীৰ পৰা গ্ৰেপ্তাৰ এজন পাকিস্তানী এজেণ্ট
Share on FacebookShare on TwitterWhatsApp

ভাৰতীয় সেনা বাহিনীৰ সৈতে জড়িত কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য পাকিস্তানী এজেণ্টক যোগান ধৰাৰ অভিযোগত যোৰহাটৰ পৰা এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। যোৰহাটৰ সেনা ছাউনীৰ পৰা গ্ৰেপ্তাৰ কৰা লোকজনক চামছুল ইছলাম বুলি চিনাক্ত কৰিছে।

বিলাসীপাৰাৰ পৰা যোৰহাটলৈ আহি লোকজনে সেনা ছাউনীটোত ৱেল্ডিঙৰ কামত নিয়োজিত হৈ আছিল। সেনা ছাউনীৰ ভিতৰত কাম কৰিয়েই সকলো তথ্য পাকিস্তানী এজেণ্টক প্ৰদান কৰা বুলি সন্দহে প্ৰকাশ কৰিছে আৰক্ষীয়ে।

লোকজনক গ্ৰেপ্তাৰ কৰা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এতিয়ালৈকে কোনো তথ্য প্ৰকাশ কৰা নাই। অৱশ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত যোৰহাটৰ আৰক্ষী অধীক্ষকে সংবাদমেলৰ জৰিয়তে তথ্য প্ৰকাশ কৰিব বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পিছৰে পৰা পাকিস্তানৰ প্ৰতি দৰদ দেখুওৱা লোকসকলৰ বিৰুদ্ধে কঠোৰ হৈছে অসম চৰকাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছৰে পৰা কঠোৰ হোৱা অসম আৰক্ষীয়ে এই পৰ্যন্ত ৮১ গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে।

Tags: Assam PoliceJorhatPakistanSPY

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

January 30, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

January 30, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

January 30, 2026
দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ
Top News

‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

January 29, 2026
কোনো বাধ্যত পৰি অৱসৰ ঘোষণা কৰিছে নেকি অৰিজিৎ সিঙে? ভূষণ কুমাৰ ডাঙৰ মন্তব্য…

বলীউড অভিনেতা ৰণবীৰৰ বিৰুদ্ধে দাখিল FIR, কি ক’লে বেংগালুৰুৰ অধিবক্তাই?

শীৰ্ষ সংবাদ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

কোনো বাধ্যত পৰি অৱসৰ ঘোষণা কৰিছে নেকি অৰিজিৎ সিঙে? ভূষণ কুমাৰ ডাঙৰ মন্তব্য…

বলীউড অভিনেতা ৰণবীৰৰ বিৰুদ্ধে দাখিল FIR, কি ক’লে বেংগালুৰুৰ অধিবক্তাই?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025