• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, June 7, 2025
30 °c
Guwahati
31 ° Mon
31 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    সাৱধান! আপোনাৰ ম’বাইলতো এই দুটা অচিনাকী নম্বৰেৰে ক’ল আহিছে নেকি?

    পত্নীক বিচাৰি ওলাল স্বামী, কিন্তু পত্নী আছিলগৈ শ্বিলঙত! খঙতে কি কৰিলে স্বামীয়ে?

    ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, সহায়ৰ আশ্বাস

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      পঞ্চায়ত ছিজন ৪ ৰ মুক্তিৰ দিন ঘোষণা, উৎসাহিত অনুৰাগী

      Nation NE by Nation NE
      April 4, 2025
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      পঞ্চায়ত ছিজন ৪ ৰ মুক্তিৰ দিন ঘোষণা, উৎসাহিত অনুৰাগী
      Share on FacebookShare on TwitterWhatsApp

      পঞ্চায়ত অনুৰাগীৰ বাবে আহিছে এক সুখবৰ। প্ৰাইম ভিডিঅ’ই ঘোষণা কৰিছে পঞ্চায়ত ছিজন ৪ৰ। এই ধাৰাবাহিকখন ২০২০ চনৰ পৰা আৰম্ভ হৈছিল। এইবাৰ এই ধাৰাবাহিকখনৰ পাঁচ বছৰ সম্পূৰ্ণ হ’ল। এই সুখতেই এই ৱেব ছিৰিজৰ নিৰ্মাতাই চতুৰ্থ ছিজনৰ মুক্তিৰ তাৰিখ অনুৰাগীৰ আগত ঘোষণা কৰিছে।

      ২ জুলাইৰ পৰা প্ৰাইম ভিডিঅ’ত প্ৰচাৰ হ’ব পঞ্চায়ত ৪।আকৌ এবাৰ সকলোৱে চাবলৈ পাব গাঁওখনৰ এটা হৃদয়স্পৰ্শী যাত্ৰা। আকৌ এবাৰ হ’ব আৱেগিক কাহিনীৰ মাজেৰে হাস্যৰসৰো এক মনোৰম সমাহাৰ।

      ৩টা বঁটা বিজয়ী আৰু অতিশয় প্ৰশংসিত এটাৰ পিছত এটা ছিজনৰ অন্তত পঞ্চায়তে নিজকে অনুৰাগীৰ প্ৰিয় ধাৰাবাহিক হিচাপে প্ৰতিষ্ঠা কৰিছে। ইয়াৰ সহজ অথচ হৃদয়স্পৰ্শী কাহিনী, উজ্জ্বল অভিনয় আৰু সহজ-সৰল গাঁৱলীয়া পৰিবেশে সকলোৰে হৃদয় জয় কৰিছে। এতিয়া ৪ নং ছিজনত আৰু নাটক, হাঁহি আৰু আৱেগিক মুহূৰ্ত আহিব, যিয়ে ফুলেৰাৰ এই সুন্দৰ পৃথিৱীখনক অনুৰাগীৰ ওচৰলৈ লৈ যাব।

      এই শ্ব’টোৰ ষ্টাৰকাষ্ট জিতেন্দ্ৰ কুমাৰ, নীনা গুপ্তা, ৰঘুবীৰ যাদৱ, ফৈছাল মালিক, চন্দন ৰায়, সনৱিকা, দুৰ্গেশ কুমাৰ, সুনীতা ৰাজৱৰ আৰু পংকজ ঝাৰ দৰে তাৰকাক পঞ্চায়ত ৪ ত দেখিবলৈ পোৱা যাব।

      পঞ্চায়ত ছিৰিজখন এখন কমেডী-নাটক। অভিষেক নামৰ এজন যুৱকৰ কাহিনী ইয়াত দেখুওৱা হৈছে। অভিষেক যি এগৰাকী অভিযন্তা, তেওঁ উত্তৰ প্ৰদেশৰ এখন দুৰ্গম গাঁৱত পঞ্চায়ত কাৰ্যালয়ৰ সম্পাদক হিচাপে নিযুক্ত হয়। গাঁৱত নিজকে কেনেকৈ এডজাষ্ট কৰে আৰু গাঁৱৰ মানুহৰ সমস্যা কেনেকৈ সমাধান কৰে, এই সকলোবোৰ কথা এই ধাৰাবাহিকখনত দেখুওৱা হৈছিল। ইয়াৰোপৰি পঞ্চায়তৰ বিনোদ নামৰ চৰিত্ৰটোৱে ধাৰাবাহিকখন আকৰ্ষণীয় কৰাৰ লগতে হাস্যমধুৰো কৰি তুলিছে।এতিয়া আগন্তুক ছিজনত অভিষেক, প্ৰধান জী আৰু ফুলেৰাৰ সহজ-সৰল ৰাইজে কি নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব, সেয়া দেখুওৱা হ’ব।

      উল্লেখ্য যে, পঞ্চায়ত ছিজন ৪ প্ৰযোজনা কৰিছে The Viral Fever (TVF) য়ে। দীপক কুমাৰ মিশ্ৰ আৰু চন্দন কুমাৰে এই ধাৰাবাহিক নিৰ্মাণ কৰিছে। চন্দন কুমাৰে ইয়াৰ কাহিনী লিখিছে। ধাৰাবাহিকখনৰ পৰিচালক হৈছে দীপক কুমাৰ মিশ্ৰ আৰু অক্ষত বিজয়বৰ্গীয়া।

      Tags: OTTPanchayatWEB SERIES

      Related Posts

      বাংগালুৰু পদপিষ্ট ঘটনা; ভুক্তভোগী লোকৰ পৰিয়াললৈ ঘোষণা কৰা আৰ্থিক সাহায্যৰ পৰিমাণ বৃদ্ধি
      Top News

      June 7, 2025
      পুনৰ মিলনৰ ইংগিত নেকি? এলন মাস্কে ডিলিট কৰিলে ট্ৰাম্প সম্পৰ্কীয় টুইট

      ভাৰতক জি-৭ সন্মিলনলৈ কিয় আমন্ত্ৰণ জনালে কানাডাই? প্ৰধানমন্ত্ৰীয়ে ক’লে সবিশেষ

      ভাৰতৰ স্বাধীনতা প্ৰসংগক লৈ RSS প্ৰধান মোহন ভাগৱতৰ ডাঙৰ মন্তব্য

      শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ
      Top News

      শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ

      June 7, 2025
      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…
      Top News

      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

      June 7, 2025

      শীৰ্ষ সংবাদ

      বাংগালুৰু পদপিষ্ট ঘটনা; ভুক্তভোগী লোকৰ পৰিয়াললৈ ঘোষণা কৰা আৰ্থিক সাহায্যৰ পৰিমাণ বৃদ্ধি

      পুনৰ মিলনৰ ইংগিত নেকি? এলন মাস্কে ডিলিট কৰিলে ট্ৰাম্প সম্পৰ্কীয় টুইট

      ভাৰতক জি-৭ সন্মিলনলৈ কিয় আমন্ত্ৰণ জনালে কানাডাই? প্ৰধানমন্ত্ৰীয়ে ক’লে সবিশেষ

      ভাৰতৰ স্বাধীনতা প্ৰসংগক লৈ RSS প্ৰধান মোহন ভাগৱতৰ ডাঙৰ মন্তব্য

      শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ

      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist