• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, December 9, 2025
18 °c
Guwahati
19 ° Wed
18 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আজি ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা, নিৰ্ধাৰণ হ’ব প্ৰাৰ্থীৰ ভাগ্য

Nation NE by Nation NE
May 11, 2025
in Top News, অসম
0 0
আজি ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা, নিৰ্ধাৰণ হ’ব প্ৰাৰ্থীৰ ভাগ্য
Share on FacebookShare on TwitterWhatsApp

আজি পঞ্চায়ত নিৰ্বাচন ২০২৫ৰ ভোটগণনা। পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে এই ভোটগণনা। কটকটীয়া নিৰাপত্তাৰ মাজেৰে ৰাজ্যৰ ৩৯ টা ভোটকেন্দ্ৰত গণনা আৰম্ভ হৈছে।

উল্লেখ্য যে, ৰাজ্যৰ ২৭ জিলাত অনুষ্ঠিত হৈছিল পঞ্চায়ত নিৰ্বাচন। ২ মে’ত প্ৰথম পৰ্যায়ত ৰাজ্যৰ ১৪ খন  জিলা ক্ৰমে তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি আৰু শ্রীভূমিত পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হয়।

আকৌ ৭ মে’ত দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ হয়। মধ্য আৰু নামনি অসমৰ ১৩ খন জিলাত হয় এই ভোটগ্ৰহণ। জিলাকেইখন হ’ল- ধুবুৰী, দক্ষিণ শালমৰা-মানকাচৰ, গোৱালপাৰা, বঙাইগাওঁ,  বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ মহানগৰ, হোজাই, নগাওঁ, মৰিগাওঁ আৰু দৰং।

বিয়লি ৪.৩০ বজালৈ হ’ব এই ভোটগণনা। পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত মুঠ ভোটাৰৰ সংখ্যা ৮৯,৬০,৫৭৭ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ৪৪,৬৬,৯৮৪ জন, মহিলা ভোটাৰৰ সংখ্যা ৪৪,৯৩,৪২৯ আৰু ১৬৪ গৰাকী অন্যান্য ভোটাৰ বুলি জানিব পৰা গৈছে।।

আকৌ দ্বিতীয় পৰ্যায়ৰ মুঠ ভোটাৰৰ সংখ্যা হ’ল ৯১ লাখ ৩১ হাজাৰ ১২৭ জন। ইয়াৰ ভিতৰত ৪৬ লাখ ৩০ হাজাৰ ৯২৪ জন পুৰুষ আৰু ৪৪ লাখ ৯৯ হাজাৰ ৯৫২ গৰাকী মহিলা আৰু ২৫১ জন অন্যান্য ভোটাৰ।

ইতিমধ্যে জিলা পৰিষদৰ ৩৯৭ খন আসনৰ বিজেপি মিত্ৰজোটে দখল কৰিছে ৪৮ খন আসন আৰু কংগ্ৰেছৰ দখললৈ ৩খন আসন। আকৌ আঞ্চলিক পৰিষদৰ ২১৯২ খন আসনৰ বিজেপিয়ে দখল কৰিছে ২২৯খন আসন আৰু কংগ্ৰেছে দখল কৰিছে ২ খন আসন।

Tags: #AssamPanchayat ElectionVoting

Related Posts

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…
Top News

December 8, 2025
আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

ভাৰততকৈ অৰ্ধ ৰাছিয়াৰ GDP! বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ ভিতৰত ৰাছিয়াৰ স্থান ক’ত?
Top News

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

December 8, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

December 8, 2025
‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025

শীৰ্ষ সংবাদ

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025