• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, July 31, 2025
29 °c
Guwahati
28 ° Fri
28 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    বুলড’জাৰ চলাই প্ৰশাসনে বেদখলমুক্ত কৰিলে উৰিয়ামঘাটৰ ভূমি, অব্যাহত উচ্ছেদ অভিযান

    কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ খোল খাব সৌভাগ্যৰ দুৱাৰ

    ছয় জনগোষ্ঠীক শীঘ্ৰে জনজাতি মৰ্যাদা প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰক আহ্বান সাংসদ গৌৰৱ গগৈৰ

    গৌৰৱ গগৈৰ প্ৰশংসাত পঞ্চমুখ কিয় পাকিস্তানৰ সংবাদ মাধ্যম?

    মন্দিৰৰ চৌহদত নিষিদ্ধ মাংস উদ্ধাৰক লৈ উত্তপ্ত পৰিস্থিতি

    মহিলাৰ সৈতে অপকৰ্মৰ অপচেষ্টা এগৰাকী অনা অসমীয়াৰ

    অৱশেষত আৰক্ষীৰ জালত অভিনেত্ৰী নন্দিনী কাশ্যপ

    অনা অসমীয়াৰ অত্যাচাৰত অতিষ্ঠ হৈ পৰিছে হোটেলৰ কৰ্মচাৰী

    আজি উৰিয়ামঘাটৰ শ শ বিঘা মাটিত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ঔষধি গুণেৰে ভৰপূৰ অমিতাৰ উপকাৰিতা

      Nation NE by Nation NE
      August 18, 2024
      in Top News, বিনোদন
      0 0
      ঔষধি গুণেৰে ভৰপূৰ অমিতাৰ উপকাৰিতা
      Share on FacebookShare on TwitterWhatsApp

      অমিতা এবিধ পুষ্টিকৰ ফল। অমিতাত থকা উপকাৰী গুণৰ বিষয়ে সকলোৱে জ্ঞাত। ই সকলো ঋতুতে উপলব্ধ এবিধ ফল। ই সোৱাদযুক্ত হোৱাৰ লগতে স্বাস্থ্যবৰ্ধকো হয়। অমিতা স্বাস্থ্যৰ পক্ষে যথেষ্ট উপকাৰী। গেষ্ট্রিক, বহুজনৰ কষ্ট, শালমন আৰু ছালৰ দাগ দূৰ কৰাৰ বাবে বহুতে অমিতা খোৱা দেখা যায়।

      হজম শক্তি বৃদ্ধি হোৱাত সহায় কৰে

      অমিতা এনে এবিধ ফল যি আমাক হজন শক্তি বৃদ্ধি কৰাত সহায় কৰে। অমিতাত পেপেইন নামৰ এবিধ এনজাইম থাকে যিয়ে পাচন ক্ৰিয়াত সহায় কৰে। খালী পেটত অমিতা খালে হজম প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰাত সহায় কৰিব পাৰে।

      ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে

      অমিতাত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে। যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতাৰ কাৰ্য্যক্ষমতা বৃদ্ধি কৰে। সেয়েহে এই ভিটামিন চি সমৃদ্ধ ফলৰ সৈতে দিনটো আৰম্ভ কৰিলে আপোনাৰ শৰীৰক ৰোগৰ পৰা ৰক্ষা কৰাত সহায় কৰিব পাৰে। গতিকে ৰোগ আৰু সংক্ৰমণক দূৰত ৰাখিবলৈ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা খাদ্য সতালিকাত অন্তৰ্ভুক্ত কৰিব লাগে।

      ৰক্ত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে

      অমিতা চেনি কম যদিও আঁহ বেছি থাকে, যাৰ বাবে ৰক্ত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণৰ কৰে। খালী পেটত অমিতা খালে দিনটোৰ ভিতৰত ৰক্ত শৰ্কৰাৰ মাত্ৰা সুস্থিৰ হৈ থাকে।

      ছাল সুস্থ কৰি ৰাখে

      অমিতাত প্ৰচুৰ পৰিমাণে ভিটামিন A থাকে। যি আমাৰ সুস্থ ছালৰ বাবে অতি প্ৰয়োজনীয়। অমিতাই ছালৰ স্বাস্থ্য উন্নত কৰাৰ লগতে অকাল বয়স বৃদ্ধি ৰোধ কৰাত সহায়ক হয়।

      ওজন কমোৱাত সহায়ক

      অমিতাত কেলৰি কম যদিও ইয়াত আঁহ বেছি, যাৰ বাবে ই ওজন হ্ৰাসৰ বাবে এক উত্তম ফল। খালী পেটত অমিতা খোৱাটোৱে আপোনাৰ ভোক ৰোধ কৰাত সহায় কৰিব পাৰে।

      হৃদযন্ত্ৰ সুস্থ সবল কৰি ৰাখে

      অমিতাত প্ৰচুৰ পৰিমাণে আঁহ, পটাছিয়াম আৰু এন্টিঅক্সিডেন্ট থাকে, এই সকলোবোৰ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয়। খালী পেটত অমিতা খোৱাৰ ফলত হৃদৰোগৰ সম্ভাৱনা কম হয়, কলেষ্টেৰলৰ মাত্ৰা কম হয় আৰু ষ্ট্ৰোক প্ৰতিৰোধ কৰিব পৰা যায়।

      Tags: HealthLifestylePAPAYA

      Related Posts

      বুলড’জাৰ চলাই প্ৰশাসনে বেদখলমুক্ত কৰিলে উৰিয়ামঘাটৰ ভূমি, অব্যাহত উচ্ছেদ অভিযান
      Top News

      July 31, 2025
      কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল
      Top News

      ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ খোল খাব সৌভাগ্যৰ দুৱাৰ

      July 31, 2025
      কংগ্ৰেছে কৰিছিল ভুল, আমি ঘূৰাই আনিম PoK; ৰাজ্যসভাত অমিত শ্বাহৰ হুংকাৰ
      Top News

      কংগ্ৰেছে কৰিছিল ভুল, আমি ঘূৰাই আনিম PoK; ৰাজ্যসভাত অমিত শ্বাহৰ হুংকাৰ

      July 30, 2025
      প্ৰধানমন্ত্ৰী মোদীৰ ভাষণক প্ৰশংসা জমিয়ত হিমায়ত-উল-ইছলামৰ অধ্যক্ষৰ
      Top News

      প্ৰধানমন্ত্ৰী মোদীৰ ভাষণক প্ৰশংসা জমিয়ত হিমায়ত-উল-ইছলামৰ অধ্যক্ষৰ

      July 30, 2025
      ছয় জনগোষ্ঠীক শীঘ্ৰে জনজাতি মৰ্যাদা প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰক আহ্বান সাংসদ গৌৰৱ গগৈৰ
      Top News

      গৌৰৱ গগৈৰ প্ৰশংসাত পঞ্চমুখ কিয় পাকিস্তানৰ সংবাদ মাধ্যম?

      July 30, 2025
      ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ ঘোষণা ট্ৰাম্পৰ

      শীৰ্ষ সংবাদ

      বুলড’জাৰ চলাই প্ৰশাসনে বেদখলমুক্ত কৰিলে উৰিয়ামঘাটৰ ভূমি, অব্যাহত উচ্ছেদ অভিযান

      ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ খোল খাব সৌভাগ্যৰ দুৱাৰ

      কংগ্ৰেছে কৰিছিল ভুল, আমি ঘূৰাই আনিম PoK; ৰাজ্যসভাত অমিত শ্বাহৰ হুংকাৰ

      প্ৰধানমন্ত্ৰী মোদীৰ ভাষণক প্ৰশংসা জমিয়ত হিমায়ত-উল-ইছলামৰ অধ্যক্ষৰ

      গৌৰৱ গগৈৰ প্ৰশংসাত পঞ্চমুখ কিয় পাকিস্তানৰ সংবাদ মাধ্যম?

      ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ ঘোষণা ট্ৰাম্পৰ

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist