• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পেৰিছত হ’ব স্বপ্নপূৰণ! ২০২৪ অলিম্পিকত ভাৰতৰ সম্ভাৱ্য ১০ গৰাকী পদক বিজয়ী

Nation NE by Nation NE
July 24, 2024
in Top News, অসম, ক্ৰীড়া, ৰাষ্ট্ৰীয়
0 0
পেৰিছত হ’ব স্বপ্নপূৰণ! ২০২৪ অলিম্পিকত ভাৰতৰ সম্ভাৱ্য ১০ গৰাকী পদক বিজয়ী

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

২৬ জুলাইৰ পৰা ১১ আগষ্টলৈ অনুষ্ঠিত হ’ব পেৰিছ অলিম্পিক ২০২৪। ফ্ৰাঞ্চৰ ৰাজধানী চহৰখনত হ’বলগীয়া বিশ্বৰ সৰ্ববৃহত প্ৰতিযোগিতাখনত ভাৰতৰ মুঠ ১১৭ গৰাকী খেলুৱৈয়ে দেশক প্ৰতিনিধিত্ব কৰিব।

ভাৰতীয় দলটোৱে যোৱাবাৰ অৰ্থাত ২০২০ টকিঅ’ অলিম্পিকত এটা স্বৰ্ণসহ মুঠ ৭টা পদক লাভ কৰিছিল। কিন্তু এইবাৰ ভাৰতীয় খেলুৱৈয়ে পূৰ্বতকৈ আৰু অধিক পদক লাভ কৰিব বুলি গভীৰ আত্মবিশ্বাসী দেশবাসী।

বহু প্ৰতিভাৰে ভৰা ভাৰতীয় দলটোৱে যিকোনো ইভেণ্টতে পদক লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

কিন্তু ভাৰতৰ বাবে সম্ভাৱ্য ১০ টা পদক বিজয়ী খেলুৱৈ কোন হ’ব পাৰে সেই বিষয়ে জানো আহক

নীৰজ চোপ্ৰা

টকিঅ’ অলিম্পিকত স্বৰ্ণ পদক জয়েৰে দেশবাসীক গৌৰৱান্বিত কৰা নীৰজ চোপ্ৰাক লৈ এইবাৰো আশাবাদী দেশবাসী। ট্ৰেক এণ্ড ফিল্ডৰ জেভলিন থ্ৰ’ত স্বৰ্ণ পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় আছিল চোপ্ৰা। এইবাৰো পদক জয়ৰ অন্যতম দাবীদাৰ নীৰজ চোপ্ৰা।

পিভি সিন্ধু

পেৰিছ অলিম্পিকত পদক জয় কৰি হেট্ৰিক অৰ্জনৰ লক্ষ্য পিভি সিন্ধুৰ। ৰিঅ’ ২০১৬ অলিম্পিকত ৰূপ, ২০২০ টকিঅ’ অলিম্পিকত ব্ৰঞ্জ জিনিছিল ভাৰতৰ তাৰকা শ্বাটলাৰগৰাকীয়ে। এইবাৰ স্বৰ্ণ জয়ৰ লক্ষ্যৰে ক’ৰ্টত নামিব পিভি সিন্ধুৱে।

লাভলীনা বৰগোঁহাই

২০২০ টকিঅ’ অলিম্পিকত ব্ৰঞ্জ পদক জয়ী হৈ দেশৰ লগতে অসমবাসীক গৌৰৱান্বিত কৰা মহিলা বক্সাৰ লাভলীনা বৰগোঁহাইক লৈ এইবাৰো যথেষ্ট আশাবাদী দেশৰ ক্ৰীড়াপ্ৰেমী লোক। নিজৰ খেলত যথেষ্ট পৰিৱৰ্তন আনিছে লাভলীনাই। তেওঁ সলনি কৰিছে ৱেইট কেটেগৰী। সেয়ে তেওঁ পেৰিছ অলিম্পিকত স্বৰ্ণ জয়ৰ প্ৰৱল দাবীদাৰ।

মীৰাবাঈ চানু

টকিঅ’ অলিম্পিকত ৰূপৰ পদক অৰ্জন কৰা মহিলা ভাৰোত্তোলক মীৰাবাঈ চানুৱে এইবাৰো পদক জয়ৰ পূৰ্ণ সম্ভাৱনা আছে। কেৱল অলিম্পিকেই নহয় আন আন প্ৰতিযোগিতাতো দেশক গৌৰৱান্বিত কৰা মীৰাবাঈয়ে এইবাৰ স্বৰ্ণ জয় কৰিব বুলি আত্মবিশ্বাসী দেশবাসী।

বীনেশ ফোগাট

ভাৰোত্তোলনত পদক জয়ৰ আন এগৰাকী সম্ভাৱনাপূৰ্ণ খেলুৱৈ হ’ল বীনেশ ফোগাট। বিগত দুটা অলিম্পিকত কোৱাৰ্টাৰ ফাইনেলৰ পৰা বিদায় লোৱা ফোগাটে এইবাৰৰ অলিম্পিকত পদক জয়ৰ মানসিকতাৰে নামিব।

নিখাত জাৰিন

এইবাৰৰ অলিম্পিকত পদক জয়ৰ আন এগৰাকী সম্ভাৱনাময়ী বস্কাৰ হৈছে নিখাত জাৰিন। ইয়াৰ পূৰ্বে তেওঁ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত দুবাৰ পদক জয়ী হৈছিল।

চিৰাগ শ্বেট্টী আৰু সাত্ত্বিকসাইৰাজ ৰেংকিৰেড্ডী

বেডমিণ্টনত ভাৰতৰ অন্যতম পদক প্ৰতিদ্বন্দ্বী চিৰাগ শ্বেট্টী আৰু সাত্ত্বিকসাইৰাজ ৰেংকিৰেড্ডী। ২০২০ চনৰ অলিম্পিক তেওঁলোকৰ ভালে যোৱা নাছিল। ২০২২ চনত থমাছ কাপত ভাৰতৰ জয়ৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকা অনস্বীকাৰ্য। সেয়ে এইবাৰৰ অলিম্পিকত পদক জয়ৰ অন্যতম প্ৰৱল দাবীদাৰ।

ভাৰতীয় পুৰুষ হকী দল

টকিঅ’ অলিম্পিকত ভাৰতীয় পুৰুষ হকী দলে ব্ৰঞ্জৰ পদক লাভ কৰে। বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতাত তেওঁলোকৰ চাৰি দশকজোৰা পদকৰ খৰাং টকিঅ’ত অন্ত পৰিছিল। উল্লেখযোগ্য যে সেই ব্ৰঞ্জৰ পদক বিজয়ী দলটোৰ বেছিভাগ খেলুৱৈয়েই বৰ্তমানৰ দলটোৰ অংশ। এইবাৰ এই পদক লাভৰ অন্যতম প্ৰতিদ্বন্দ্বী ভাৰতীয় পুৰুষ হকী দল।

মনু ভাকৰ

শ্বুটিঙত ভাৰতৰ অন্যতম পদকৰ দাবীদাৰ মনু ভাকৰ।

অমন ছেহৰাৱত

পুৰুষৰ মল্লযুঁজত ভাৰতৰ একমাত্ৰ আশা অমন ছেহৰাৱত। পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা ভাৰতৰ একমাত্ৰ পুৰুষ মল্লযুঁজাৰু হৈছে অমন।

Tags: IndiaLovlina BorgohainMedal WinnersParis Olympics 2024PV Sindhu

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025