• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, July 22, 2025
31 °c
Guwahati
32 ° Wed
31 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    কোন কোন ৰাশিৰ জাতক-জাতিকাৰ খৰচ বৃদ্ধিৰ যোগ? জানিবলৈ পঢ়ক ৰাশিফল

    উচটনিমূলক ৰীলচ বনাই গ্ৰেপ্তাৰ যুৱক, জানক সবিশেষ…

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    হাৰিয়ানাত গ্ৰেপ্তাৰ অসমৰ শ্ৰমিক, জানক অবৈধ বাংলাদেশীৰ সন্দেহত গ্ৰেপ্তাৰ হোৱা শ্ৰমিকৰ সবিশেষ তথ্য

    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

    বাকযুদ্ধ! মমতা বেনাৰ্জীক উভতি ধৰিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

    অবৈধ বাংলাদেশীক ধৰিবলৈ গঠন কৰা হ’ল বিশেষ টাস্ক ফ’ৰ্চ

    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    পাইকান কাণ্ডৰ বাবে কংগ্ৰেছক দোষাৰোপ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      শিক্ষাক্ষেত্ৰত হ’ব পৰিৱৰ্তন; বিভাগে প্ৰদান কৰা পেন নম্বৰ হ’ব শিক্ষাৰ্থীৰ পৰিচয়পত্ৰ

      বিভাগে প্ৰদান কৰা পেন নম্বৰ হ’ব শিক্ষাৰ্থীৰ পৰিচয়পত্ৰ

      Nation NE by Nation NE
      July 22, 2024
      in Top News, অসম
      0 0
      শিক্ষাক্ষেত্ৰত হ’ব পৰিৱৰ্তন; বিভাগে প্ৰদান কৰা পেন নম্বৰ হ’ব শিক্ষাৰ্থীৰ পৰিচয়পত্ৰ
      Share on FacebookShare on TwitterWhatsApp

      ৰাজ্যৰ শিক্ষাক্ষেত্ৰত হ’ব পৰিৱৰ্তন। কিয়নো ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ বাবে শিক্ষা বিভাগে প্ৰণয়ন কৰিব নতুন ব্যৱস্থা। শিক্ষাৰ্থীৰ গুণগত মানদণ্ড নিৰ্ধাৰণ কৰিবৰ বাবে শিক্ষা বিভাগে শিক্ষাৰ্থীসকলক প্ৰদান কৰিব একোটাকৈ নম্বৰ। বিভাগে প্ৰদান কৰা নম্বৰত শিক্ষাৰ্থীসকলৰ সকলো তথ্য অন্তৰ্ভুক্ত থাকিব। ৰাজ্যৰ শিক্ষাৰ্থীৰ গুণগত মানদণ্ড নিৰ্ধাৰণ কৰিবৰ বাবে শিক্ষা বিভাগে প্ৰতিগৰাকী শিক্ষাৰ্থীক প্ৰদান কৰিব Permanent Education Number অৰ্থাৎ পেন নম্বৰ।

      বিদ্যালয়ত নামভৰ্তি কৰাৰ লগে লগে প্ৰতিগৰাকী শিক্ষাৰ্থীক প্ৰদান কৰা হ’ব একোটাকৈ পাৰমানেন্ট এডুকেশ্বন নম্বৰ। প্ৰদান কৰা পাৰমানেন্ট এডুকেশ্বন নম্বৰত শিক্ষাৰ্থীৰ তথ্য, নথি সকলো অন্তৰ্ভুক্ত থাকিব।

      শিক্ষামন্ত্ৰী ড° ৰণোজ পেগুৱে ঘোষণা কৰিছে এই কথা। লগতে তেওঁ কয় যে, শিক্ষা বিভাগে প্ৰণয়ন কৰিব বিচৰা এই ব্যৱস্থা শিক্ষাৰ ক্ষেত্ৰত এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’ব।

      আনহাতে, শিক্ষাসেঁতু এপক লৈ শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁ শিক্ষাসেঁতু এপ সন্দৰ্ভত কয়, শিক্ষাসেঁতু এপৰ বেমেজালিক লৈ এখন অভিযোগকাৰী সমিতি গঠন কৰা হৈছে। এতিয়াৰে পৰাই শিক্ষাৰ্থী, শিক্ষক তথা অভিভাৱকে এপ সন্দৰ্ভত যিকোনো অভিযোগ দাখিল কৰিব পাৰিব।

      উল্লেখ্য যে, পেন নম্বৰ হৈছে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে প্ৰতিজন শিক্ষাৰ্থীক প্ৰদান কৰা এটা পৰিচয় নম্বৰ। এই পৰ্টেলৰ জৰিয়তে ১৪.৮৯ লাখতকৈও অধিক বিদ্যালয়, ৯৫ লাখ শিক্ষক আৰু ২৬.৫ কোটি শিশুক সামৰি ল’ব।

      Tags: #AssamChief ministereducation departmentHimanta Biswa SarmaRanoj pegu

      Related Posts

      যুৱৰাজ সিং নে শ্বাহিদ আফ্ৰিদি? কোন কিমান আগবাঢ়ি আছে?
      Top News

      July 22, 2025
      বাৰিষা আমিষ আহাৰ গ্ৰহণ কৰাটো স্বাস্থ্যৰ বাবে হ’ব পাৰে…

      অতি সোনকালে ওজন হ্ৰাস কৰিবলৈ ব্যৱহাৰ কৰক এইবিধ ঘৰুৱা সামগ্ৰী…

      ঢাকাত বায়ুসেনাৰ বিমান দুৰ্ঘটনা, ১৯ জন নিহত, ১৬০ জন আহত
      Top News

      ঢাকাত বায়ুসেনাৰ বিমান দুৰ্ঘটনা, ১৯ জন নিহত, ১৬০ জন আহত

      July 22, 2025
      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল
      Top News

      কোন কোন ৰাশিৰ জাতক-জাতিকাৰ খৰচ বৃদ্ধিৰ যোগ? জানিবলৈ পঢ়ক ৰাশিফল

      July 22, 2025
      উচটনিমূলক ৰীলচ বনাই গ্ৰেপ্তাৰ যুৱক, জানক সবিশেষ…
      Top News

      উচটনিমূলক ৰীলচ বনাই গ্ৰেপ্তাৰ যুৱক, জানক সবিশেষ…

      July 21, 2025

      শীৰ্ষ সংবাদ

      যুৱৰাজ সিং নে শ্বাহিদ আফ্ৰিদি? কোন কিমান আগবাঢ়ি আছে?

      বাৰিষা আমিষ আহাৰ গ্ৰহণ কৰাটো স্বাস্থ্যৰ বাবে হ’ব পাৰে…

      অতি সোনকালে ওজন হ্ৰাস কৰিবলৈ ব্যৱহাৰ কৰক এইবিধ ঘৰুৱা সামগ্ৰী…

      ঢাকাত বায়ুসেনাৰ বিমান দুৰ্ঘটনা, ১৯ জন নিহত, ১৬০ জন আহত

      কোন কোন ৰাশিৰ জাতক-জাতিকাৰ খৰচ বৃদ্ধিৰ যোগ? জানিবলৈ পঢ়ক ৰাশিফল

      উচটনিমূলক ৰীলচ বনাই গ্ৰেপ্তাৰ যুৱক, জানক সবিশেষ…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist