• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, July 26, 2025
30 °c
Guwahati
27 ° Sun
27 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    নিৰাপত্তাৰক্ষীৰ সফলতা; মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ

    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল

    উচ্ছেদৰ মাজতেই অসমত অবৈধভাৱে প্ৰৱেশ কৰা ৮ বাংলাদেশীক গ্ৰেপ্তাৰ

    বহিঃৰাজ্যৰ ট্ৰাকৰ খুন্দাত মৃত্যু অংগনবাড়ী কৰ্মী সুনীতা মাৰ্ডীৰ

    ধেমাজিৰ ৰে’লৱে ট্ৰেকত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ; তদন্ত অব্যাহত

    কলিয়াবৰত বীৰ লাচিত সেনাৰ অভিযান, খেদি পঠিয়াই সন্দেহজনক লোকক

    নাবালিকাৰ সৈতে কুকাণ্ড আৰক্ষী জোৱানৰ! কোনো নথকাৰ সুযোগ লৈ এই অপকৰ্ম কৰাৰ অভিযোগ…

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    পৰ্বতঝোৰাত বিধ্বংসী অগ্নিকাণ্ড, নিমিষতে শেষ…

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ভৰলু উৰণ সেতু নিৰ্মাণৰ বিতৰ্কৰ অৱসান; মুখ্যমন্ত্ৰীক ধন্যবাদ পশ্চিম গুৱাহাটী ৰাইজৰ

      Nation NE by Nation NE
      November 27, 2024
      in Top News, অসম
      0 0
      ভৰলু উৰণ সেতু নিৰ্মাণৰ বিতৰ্কৰ অৱসান; মুখ্যমন্ত্ৰীক ধন্যবাদ পশ্চিম গুৱাহাটী ৰাইজৰ

      ফাইল ফটো

      Share on FacebookShare on TwitterWhatsApp

      মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত ভৰলুমুখৰ উৰণ সেতু নিৰ্মাণ কাৰ্যক লৈ চলা বিতৰ্কৰ অৱসান ঘটাৰ বাবে পশ্চিম গুৱাহাটীৰ সচেতন ৰাইজে মুখ্যমন্ত্ৰীক বিশেষ অভিনন্দন জ্ঞাপন কৰিছে।

      আজি ভৰলুমুখ দুৰ্গা মণ্ডপৰ সভাগৃহত আয়োজিত এক সংবাদমেলত পশ্চিম গুৱাহাটী ৰাইজৰ হৈ অভিনন্দন জ্ঞাপন কৰে বিশিষ্ট সমাজকৰ্মী তথা ব্যৱসায়ী ৰাজীৱ বৰা, ড০ জিতেন ফুকন, হিৰেম্বেশ্বৰ কটকী, হিল দেৱী, ৰাছেল হুছেইন, নাজনীন ৰচুল, মছদ্দৰ হুছেইন, দিগন্ত বৰা আদিয়ে।

      উল্লেখ্য যে, ভৰলুমুখ উৰণ সেতু ৰাইজৰ দাবী আৰু যান-জঁট হ্ৰাসৰ বাবে লোৱা হৈছিল যদিও গছ কটা আৰু হঠাতে ঠিকাদাৰী প্ৰতিষ্ঠানে এম জি ৰোডৰ বিপৰীতে তৰুণৰাম ফুকন পথত পাইলিং কৰাৰ বাবে বিতৰ্কৰ মাজত সোমাই পৰে। সেয়ে স্থানীয় মাছখোৱা, ভৰলুমুখ, কুমাৰপাৰা আদিৰ সচেতন ৰাইজে তৰুণৰাম ফুকন পথ নিৰ্মাণ কৰিবলৈ লোৱাত আপত্তি দৰ্শায়।

      ইয়াৰ পাছতে পশ্চিম গুৱাহাটীৰ সচেতন ৰাইজৰ হৈ ব্যৱসায়ী তথা বিশিষ্ট নাগৰিক ৰাজীৱ বৰাসহ একাধিক লোকে মুখ্যমন্ত্ৰীৰ সৈতে এক আলোচনাত মিলিত হয়। এই আলোচনা কালতে সচেতন নাগৰিকে যুক্তিসংগত ব্যাখ্যা আগবঢ়োৱাৰ লগতে পশ্চিম গুৱাহাটীৰ একমাত্ৰ উদ্যান তৰুণৰাম ফুকন উদ্যানৰ যাতে কোনো ক্ষয়-ক্ষতি নহয় আৰু সৌন্দৰ্যৰো কোনো হানি-বিঘিনি নঘটে তাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনায়।

      পশ্চিম গুৱাহাটীৰ ৰাইজৰ যুক্তিসংগত কথাত পতিয়ন গৈ মুখ্যমন্ত্ৰীয়ে দেশভক্তৰ নামত উছৰ্গিত উদ্যানখনৰ কোনো ক্ষয়-ক্ষতি নোহোৱাকৈ পুনৰ মহাত্মা গান্ধী পথেৰে নিৰ্মাণ কৰিবলৈ সংশ্লিষ্ট দায়িত্ববাহীক নিৰ্দেশ দিয়ে। ইয়াৰ পৰিপ্ৰেক্ষিততে এতিয়া ভৰলুমুখৰ উৰণ সেতু শ্লুইচ গেটৰ পৰা আৰম্ভ কৰি ভৰলুমুখ পইণ্টৰ পৰা পশ্চিম ফালে মালিগাঁও অভিমুখে আৰু উত্তৰ দিশে মহাত্মা গান্ধী পথতে নিৰ্মাণ হ’ব।

      মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ অনুৰোধ ৰক্ষা কৰাৰ বাবে আজি আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰীগৰাকীক ৰাইজে অভিনন্দন জনায়।

      উল্লেখ্য যে পশ্চিম গুৱাহাটীৰ ৰাইজ আৰু পশ্চিম গুৱাহাটী নাগৰিক সজাগতা মঞ্চৰ দাবীৰ প্ৰতি সঁহাৰি জনাই এই উৰণ সেতু নিৰ্মাণৰ কাম অনুমোদিত হৈছিল। অনুমোদন মহাত্মা গান্ধী পথতে আছিল যদিও এক অজ্ঞাত কাৰণত ঠিকাদাৰী প্ৰতিষ্ঠানে দেশভক্তৰ নামত উছৰ্গিত পথত নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল।

      অৱশ্যে এই বিতৰ্কৰ সামৰণি পৰাত তৰুণৰাম ফুকনৰ পৰিয়ালেও মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন কৰি পত্ৰ প্ৰেৰণ কৰিছে। মনকৰিবলগীয়া যে ন্যূনতম ক্ষয়-ক্ষতি আৰু গছ সংৰক্ষণৰ বাস্তৱ দৃষ্টিভংগীৰে চৰকাৰে উৰণ সেতু নিৰ্মাণ কৰিব।

      Tags: #AssamFly OverHimanta Biswa SarmaWest Guwahati

      Related Posts

      নিৰাপত্তাৰক্ষীৰ সফলতা; মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ
      Top News

      July 26, 2025
      কোন হ’ব উত্তৰ প্ৰদেশ বিজেপিৰ পৰৱৰ্তী ৰাজ্যিক সভাপতি? হাইকমাণ্ডলৈ প্ৰেৰণ ৬ গৰাকীৰ নাম

      হোম গাৰ্ড নিযুক্তি পৰীক্ষা দিবলৈ অহা যুৱতীক এম্বুলেন্সৰ ভিতৰত ধৰ্ষণ

      ঝাৰখণ্ডত নিৰাপত্তাৰক্ষীৰে ভয়ংকৰ সংঘৰ্ষ উগ্ৰপন্থী সংগঠনৰ; তিনিজন মাওবাদীৰ মৃত্যু

      অতি শীঘ্ৰে টেষ্ট ক্ৰিকেটক বিদায় জনাব বুমৰাহে? প্ৰাক্তন ক্ৰিকেটাৰৰ চাঞ্চল্যকৰ মন্তব্য…
      Top News

      অতি শীঘ্ৰে টেষ্ট ক্ৰিকেটক বিদায় জনাব বুমৰাহে? প্ৰাক্তন ক্ৰিকেটাৰৰ চাঞ্চল্যকৰ মন্তব্য…

      July 26, 2025
      আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?
      Top News

      কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল

      July 26, 2025

      শীৰ্ষ সংবাদ

      নিৰাপত্তাৰক্ষীৰ সফলতা; মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ

      কোন হ’ব উত্তৰ প্ৰদেশ বিজেপিৰ পৰৱৰ্তী ৰাজ্যিক সভাপতি? হাইকমাণ্ডলৈ প্ৰেৰণ ৬ গৰাকীৰ নাম

      হোম গাৰ্ড নিযুক্তি পৰীক্ষা দিবলৈ অহা যুৱতীক এম্বুলেন্সৰ ভিতৰত ধৰ্ষণ

      ঝাৰখণ্ডত নিৰাপত্তাৰক্ষীৰে ভয়ংকৰ সংঘৰ্ষ উগ্ৰপন্থী সংগঠনৰ; তিনিজন মাওবাদীৰ মৃত্যু

      অতি শীঘ্ৰে টেষ্ট ক্ৰিকেটক বিদায় জনাব বুমৰাহে? প্ৰাক্তন ক্ৰিকেটাৰৰ চাঞ্চল্যকৰ মন্তব্য…

      কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist