• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, December 11, 2025
19 °c
Guwahati
19 ° Sat
19 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ৰিং বান্ধক ছিগা মথাউৰি বুলি উল্লেখ কৰি ৰাইজক আঁভুৱা-ভাৰিছে গৌৰৱ গগৈয়ে : পীযুষ হাজৰিকা

Nation NE by Nation NE
June 20, 2025
in Top News, অসম
0 0
ৰিং বান্ধক ছিগা মথাউৰি বুলি উল্লেখ কৰি ৰাইজক আঁভুৱা-ভাৰিছে গৌৰৱ গগৈয়ে : পীযুষ হাজৰিকা
Share on FacebookShare on TwitterWhatsApp

লখিমপুৰৰ আমতলা পানীগাঁৱৰ মথাউৰি ছিগা সন্দৰ্ভত সাংসদ তথা কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে বিভ্ৰান্তিৰ তথ্য প্ৰকাশ কৰা বুলি অভিযোগ কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। তেওঁ কয় যে গৌৰৱ গগৈয়ে এটা ৰিং বান্ধক ছিগা মথাউৰি বুলি উল্লেখ কৰি ৰাইজক আঁভুৱা ভাৰিছে। আচলতে কিছু অংশত ছিগা মথাউৰিটো মূল মথাউৰি নহয়, এটা ৰিং বান্ধহে।

উল্লেখ্য যে সাংসদ তথা কংগ্ৰেছৰ নেতাজনে আজি সামাজিক মাধ্যমত লখিমপুৰ জিলাৰ আমতলা পানীগাঁৱত এটা মথাউৰি ভঙাৰ ফলত প্ৰায় ১০-১২ খন গাঁও বানৰ কবলত পৰি অগণন পৰিয়াল গৃহহীন হৈ পৰা বুলি প্ৰকাশ কৰিছিল।

মন্ত্ৰী হাজৰিকাই আজি এই সন্দৰ্ভত সামাজিক মাধ্যমত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে গৌৰৱ গগৈয়ে লখিমপুৰৰ আমতলা পানীগাঁৱৰ মথাউৰি ছিগা সন্দৰ্ভত যি তথ্য প্ৰকাশ কৰিছে সেয়া পাকলগা আৰু বিভ্ৰান্তিকৰ। তেওঁ স্পষ্টভাৱে উল্লেখ নকৰিলে যে কিছু অংশত ছিগা এই মথাউৰিটো মূল মথাউৰি নহয়, এটা ৰিং বান্ধহে। অঞ্চলটোৰ সুৰক্ষাৰ বাবে থকা মূল বান্ধটো এতিয়াও সুৰক্ষিত আছে। লগতে ৰিং বান্ধৰ ছিগা অংশৰ মেৰামতিৰ কাম দ্ৰুতগতিত চলি আছে। মেগা জিঅ’ টিউবৰ সহায়ত জলসম্পদ বিভাগে এই মেৰামতিৰ কাম ক্ষিপ্ৰগতিত আগুৱাই নিছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

মন্ত্ৰীগৰাকীয়ে গৌৰৱ গগৈক কটাক্ষ কৰি কয় যে কংগ্ৰেছ চৰকাৰৰ দিনত এটা মথাউৰি মেৰামতি কৰিবলৈ এবছৰ সময় লাগিছিল। এতিয়া আমি উন্নত প্ৰযুক্তিৰে মাত্ৰ ১৫-২০ দিনতে মথাউৰি মেৰামতি কৰোঁ। ১ বছৰ আৰু ২০ দিনৰ পাৰ্থক্যখিনি তেখেতে অনুভৱ কৰা উচিত। যি সময়ত টীম অসমে জনতাৰ সৈতে মিলি সন্মিলিত প্ৰচেষ্টাৰে বান প্ৰতিৰোধী কাৰ্য অব্যাহত ৰাখিছে, তেনে সময়ত গৌৰৱ গগৈয়ে বিভ্ৰান্তিমূলক কথাৰে বান নিয়ন্ত্ৰণত কৰ্মৰত অক্লান্ত যোদ্ধাসকলৰ লগতে ৰাইজৰ মনোবল ভাঙিবলৈ কৰা প্ৰয়াস দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে।

দুৰ্যোগৰ সময়ত জনগণৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিব পৰা তথ্য প্ৰচাৰ কৰাটো অতিকৈ নিকৃষ্ট ৰাজনীতিৰ উদাহৰণ বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে গৌৰৱ গগৈক সমালোচনা কৰে।

উল্লেখ্য যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত জলসম্পদ বিভাগে অত্যাধুনিক সামগ্ৰী ব্যৱহাৰেৰে ৰাজ্যৰ বান-খহনীয়া সমস্যা সমাধানৰ বাবে প্ৰয়াস চলাই আছে। বান-খহনীয়া সমস্যা সমাধানৰ বাবে ইতিমধ্যে বিগত ৪ বছৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত প্ৰায় ৭৫০ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণ কৰা হৈছে।

চলিত বিত্তীয় বৰ্ষতো প্ৰায় ৩০০ কিলোমিটাৰ মথাউৰি নিৰ্মাণৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে বুলি কিছুদিন পূৰ্বে মন্ত্ৰীগৰাকীয়ে শিৱসাগৰত উপস্থিত হৈ উল্লেখ কৰে। বানমুক্ত অসম গঢ়া সন্দৰ্ভত আশা ব্যক্ত কৰি মন্ত্ৰী হাজৰিকাই কয় যে দেশ স্বাধীন হোৱাৰ পাছত প্ৰায় ৬০ বছৰত ৪ হাজাৰ কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰা হৈছিল। আমি প্ৰায় ৫ বছৰত ১ হাজাৰ কিলোমিটাৰ নতুন মথাউৰি নিৰ্মাণ কৰিছোঁ। ৪ হাজাৰ কিলোমিটাৰ পুৰণি মথাউৰি জিঅ’ মেগা টিউবৰ সহায়ত শক্তিশালী কৰা হ’ব। এইটো এটা ডাঙৰ প্ৰত্যহ্বানমূলক কাম হ’ব যদিও মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি এয়া সম্ভৱ কৰি তুলিম আৰু অসমক ৯০ শতাংশ বানমুক্ত ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ সক্ষম হ’ম বুলি দৃঢ় বিশ্বাসী।

আনহাতে, বান আৰু নদী খহনীয়া ব্যৱস্থাপনা প্ৰাধিকৰণ, অসমৰ অধীনত ৰাজ্যৰ বহুকেইটা স্থানত বিভিন্ন শিতানত বান-খহনীয়া প্ৰতিৰোধী কাম অব্যাহত আছে বুলি আজি মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে উল্লেখ কৰে।

মন্ত্ৰীগৰাকীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে FREMAAৰ অধীনত চলি থকা কামসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। পৰ্যালোচনা কালত বিভাগটোৰ বিষয়াসকলক বিশ্ব বেংক আৰু এডিবিৰ সহযোগিতাত চলি থকা কামসমূহ শীঘ্ৰে সম্পাদনৰ ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে।

Tags: #AssamEmbarkmentGaurav GogoiPijush Hazarika

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 11, 2025
এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা  হ’ব কাৰ্যকৰী…
Top News

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

December 11, 2025
ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ,  বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ
Top News

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

December 11, 2025
জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ
Top News

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

December 11, 2025
ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…
Top News

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

December 11, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

December 11, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025