• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
25 °c
Guwahati
24 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

উন্নত প্ৰযুক্তিৰে নিৰ্মাণ কৰা হ’ব অসমৰ মথাউৰিসমূহ : ধুবুৰীত এই মন্তব্য পীযূষ হাজৰিকাৰ

'ৰাজ্যত এইবাৰ বানপানীয়ে ভঙা মথাউৰিসমূহ জিঅ' মেগাটিউবেৰে নিৰ্মাণ কৰা হৈছে'

Nation NE by Nation NE
August 11, 2024
in Top News, অসম
0 0
উন্নত প্ৰযুক্তিৰে নিৰ্মাণ কৰা হ’ব অসমৰ মথাউৰিসমূহ : ধুবুৰীত এই মন্তব্য পীযূষ হাজৰিকাৰ
Share on FacebookShare on TwitterWhatsApp

ধুবুৰী জিলাৰ অন্তৰ্গত অসম-পশ্চিমবংগ সীমান্তৱৰ্তী গোলকগঞ্জৰ কইমাৰীত গংগাধৰ নদীয়ে খহনীয়া সৃষ্টি কৰা বহুকেইটা অঞ্চল আৰু মথাউৰি নিৰ্মাণৰ কাম পৰিদৰ্শন কৰে অসম চৰকাৰৰ জল সম্পদৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাই।

মন্ত্ৰীগৰাকীয়ে প্ৰথমে অসম-পশ্চিমবংগ সীমান্তৱৰ্তী বাকডোকৰা গাঁৱত উপস্থিত হৈ জনসাধাৰণৰ সৈতে বাৰ্তালাপ কৰে। এই স্থানত পূৰ্বে কোনো মথাউৰি নথকাৰ বাবে ইয়াৰ জনসাধাৰণ প্ৰতিবছৰে বিশেষকৈ বানৰ সময়ত জীয়াতু ভুগি আহিছে। আজিৰ এই পৰিদৰ্শনৰ পাছতে মন্ত্ৰী হাজৰিকাই অঞ্চলটোৰ জনসাধাৰণক অতি শীঘ্ৰে নৱেম্বৰৰ পৰা কাম আৰম্ভ কৰি এটা মথাউৰি নিৰ্মাণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

ইয়াৰ পাছতে গোলাৰখাচ অঞ্চল পৰিদৰ্শন কৰে মন্ত্ৰী পীযূষ হাজৰিকাই। এই অঞ্চলত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এটা বান্ধ ২০২২ চনত ছিগি কাষৰীয়া অঞ্চলত বানৰ সৃষ্টি কৰি আহিছিল। এইবাৰ অসমৰ জলসম্পদ মন্ত্ৰী পীযূষ হাজৰিকাৰ নিৰ্দেশমৰ্মে জলসম্পদ বিভাগে ছিগা অংশ মেৰামতি কৰি মথাউৰি নিৰ্মাণৰ বাবে ব্যৱস্থা হাতত লয়।

আজি এই স্থান মন্ত্ৰী হাজৰিকাই নাৱেৰে পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লৈ কয় যে বিভাগৰ কামত স্থানীয় ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে। এই স্থানত প্ৰায় ডেৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণ কৰাৰ ব্যৱস্থা লোৱাৰ ফলত প্ৰায় ১,৯০০ হেক্টৰ কৃষিভূমিৰ লগতে প্ৰায় ৯০ হাজাৰ লোক বানৰ পৰা মুক্ত হৈছে। এই অঞ্চলত খহনীয়া প্ৰতিৰোধৰ বাবেও প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

ইপিনে নৱেম্বৰত জিঅ’ মেগাটিউবেৰে উন্নত প্ৰযুক্তিৰ ব্যৱহাৰ কৰি মথাউৰি নিৰ্মাণ কৰাৰ কথা উল্লেখ কৰে। লগতে এইবছৰ জলসম্পদ বিভাগ আৰু পঞ্চায়ত-গ্ৰামোন্নয়ন বিভাগৰ যিমান কেইটা মথাউৰি চিগিছিল সেই গোটেই মথাউৰি জিঅ’ মেগাটিউবেৰে বন্ধাৰ কথাও দোহাৰে মন্ত্ৰী হাজৰিকাই। উল্লেখ্য যে জিঅ’ মেগাটিউসমূহ পানীৰে উটুৱাই নিব নোৱাৰে।

আজিৰ পৰিদৰ্শন কালত মন্ত্ৰীগৰাকী সৈতে প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় সৰকাৰ, অসম যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মা, ধুবুৰী জিলা বিজেপিৰ সভাপতি প্ৰসেনজিৎ দত্ত, ধুবুৰী জিলা অগপৰ সভাপতি অমল সাহা, জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা, বিভাগীয় অভিযন্তা আদি উপস্থিত থাকে।

Tags: DhuburiErosionFlood AffectedPijush Hazarika

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025