• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, May 6, 2026
25 °c
Guwahati
25 ° Thu
26 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

৯.৫ কোটি কৃষকৰ বাবে ভাল খবৰ; ১৮তম কিস্তিৰ ধন সোমোৱাৰ দিন ঘোষণা

Nation NE by Nation NE
October 1, 2024
in Top News, অসম, ৰাষ্ট্ৰীয়
0 0
৯.৫ কোটি কৃষকৰ বাবে ভাল খবৰ; ১৮তম কিস্তিৰ ধন সোমোৱাৰ দিন ঘোষণা

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ১৮তম কিস্তিৰ বাবে অপেক্ষা কৰি থকা কোটি কোটি কৃষকৰ বাবে সুখবৰ। নৱৰাত্ৰিৰ সময়তে কৃষকসকলৰ একাউণ্টত জমা হ’ব ১৮ সংখ্যক কিস্তিৰ ধন। ইয়াৰ বাবে আনুষ্ঠানিক ঘোষণাও কৰা হৈছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ ৫ অক্টোবৰ অৰ্থাত শনিবাৰে ৯.৫ কোটি কৃষকৰ একাউণ্টলৈ ১৮ সংখ্যক কিস্তিত ২০ হাজাৰ কোটি টকা হস্তান্তৰ কৰিব। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অফিচিয়েল ৱেবছাইট অনুসৰি অহা ৫ অক্টোবৰত মহাৰাষ্ট্ৰৰ ৱাছিম ​​জিলাত এক কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ১৮তম কিস্তি মুকলি কৰিব।

সবিশেষ কি কি

প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ অধীনত সকলো যোগ্য কৃষকক বছৰি ৬ হাজাৰ টকা সাহায্যৰ পৰিমাণ প্ৰদান কৰা হয়। এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ১৭টা কিস্তি মুকলি কৰি দিছে। চলিত বৰ্ষৰ জুন মাহত প্ৰদান কৰিছিল ১৭ সংখ্যক কিস্তি।

প্ৰত্যক্ষ লাভ হস্তান্তৰ (ডি বি টি) মোড অনুসৰণ কৰি সমগ্ৰ দেশৰ কৃষক পৰিয়ালৰ বেংক একাউণ্টলৈ কিস্তি স্থানান্তৰ কৰা হয়। উল্লেখ্য যে, ২ হেক্টৰ পৰ্যন্ত মাটি থকা ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকে এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব।

Tags: FarmersNarendra ModiPM Kisan Samman Nidhi

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 6, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025