• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, May 14, 2026
26 °c
Guwahati
25 ° Fri
27 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ২য় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাই

    তৃতীয় কাৰ্যকালৰ শুভাৰম্ভ কৰিব NDA চৰকাৰে, ২য় বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ড০ হিমন্ত বিশ্ব শৰ্মাই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

‘মন কী বাত’ অনুষ্ঠানত বি টি আৰৰ ছাত্ৰ-ছাত্ৰীক লৈ প্ৰধানমন্ত্ৰীৰ ভাষ্য…

Nation NE by Nation NE
June 29, 2025
in Top News, অসম
0 0
‘মন কী বাত’ অনুষ্ঠানত বি টি আৰৰ ছাত্ৰ-ছাত্ৰীক লৈ প্ৰধানমন্ত্ৰীৰ ভাষ্য…
Share on FacebookShare on TwitterWhatsApp

আজি প্ৰধানমন্ত্ৰীৰ ১২৩ সংখ্যক ‘মন কী বাত’ অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ সফলতাৰ কথা উল্লেখ কৰে। ইয়াৰ লগতে তেওঁ জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰীয়া জয়ন্তী উপলক্ষে নিজৰ চিন্তাও ব্যক্ত কৰে।

লগতে অসমৰ বড়োলেণ্ডৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, বড়োলেণ্ডে আজি নতুন ৰূপ লৈ দেশৰ সন্মুখত থিয় দিছে। ইয়াৰ যুৱক-যুৱতীসকলৰ শক্তি আৰু আত্মবিশ্বাস আটাইতকৈ বেছি দেখা যায় ফুটবল খেলপথাৰত।

বৰ্তমান বড়োলেণ্ড চি ই এম কাপৰ আয়োজন কৰা হৈছে। এইখন কেৱল প্ৰতিযোগিতা নহয়, ই একতা আৰু আশাৰ উদযাপনলৈও পৰিণত হৈছে। ৩ হাজাৰ ৭০০ টাতকৈও অধিক দল, প্ৰায় ৭০ হাজাৰ খেলুৱৈ, আৰু বহু সংখ্যক কন্যায়ো এইবোৰত অংশগ্ৰহণ কৰিছে।

এই পৰিসংখ্যাই বড়োলেণ্ডৰ এক বৃহৎ পৰিৱৰ্তনৰ কাহিনী দাঙি ধৰিছে। বড়োলেণ্ডে এতিয়া দেশৰ ক্ৰীড়া মানচিত্ৰত নিজৰ জিলিকনি বৃদ্ধি কৰিছে।

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে, এটা সময় আছিল যেতিয়া সংগ্ৰাম এই ঠাইখনৰ পৰিচয় আছিল। তেতিয়া ইয়াত যুৱক-যুৱতীসকলৰ বাবে বাট সীমিত হৈ পৰিছিল। কিন্তু আজি তেওঁলোকৰ চকুত নতুন সপোন আৰু অন্তৰত আত্মনিৰ্ভৰশীলতাৰ সাহস দেখা পোৱা গৈছে।

ইয়াৰ পৰা অহা ফুটবল খেলুৱৈসকলে এতিয়া ডাঙৰ স্তৰত নিজৰ নাম উজলাইছে। হলিচৰণ নাৰ্জাৰী, দুৰ্গা বড়ো, অপূৰ্ণ নাৰ্জাৰী, মনবীৰ বসুমতাৰী – এইবোৰ কেৱল ফুটবল খেলুৱৈৰ নাম নহয় – এওঁলোকেই হৈছে বড়োলেণ্ডক খেলপথাৰৰ পৰা ৰাষ্ট্ৰীয় মঞ্চলৈ লৈ যোৱা নতুন প্ৰজন্মৰ পৰিচয়।

Tags: Mann KI BaatModiPM

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

May 14, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 14, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 14, 2026
থাইলেণ্ড ফুৰিবলৈ যোৱা ৫ ভাৰতীয় পৰ্যটকৰ সৈতে ভয়ংকৰ কাণ্ড, ১ জনৰ প্ৰাণহানি

May 13, 2026
বাংলাদেশক ক্ষুব্ধ কৰি তুলিছে পশ্চিম বংগৰ শুভেন্দু চৰকাৰৰ এই সিদ্ধান্তই, কি এই ডাঙৰ সিদ্ধান্ত?
Top News

বাংলাদেশক ক্ষুব্ধ কৰি তুলিছে পশ্চিম বংগৰ শুভেন্দু চৰকাৰৰ এই সিদ্ধান্তই, কি এই ডাঙৰ সিদ্ধান্ত?

May 13, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 13, 2026

শীৰ্ষ সংবাদ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

থাইলেণ্ড ফুৰিবলৈ যোৱা ৫ ভাৰতীয় পৰ্যটকৰ সৈতে ভয়ংকৰ কাণ্ড, ১ জনৰ প্ৰাণহানি

বাংলাদেশক ক্ষুব্ধ কৰি তুলিছে পশ্চিম বংগৰ শুভেন্দু চৰকাৰৰ এই সিদ্ধান্তই, কি এই ডাঙৰ সিদ্ধান্ত?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025