• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, December 11, 2025
19 °c
Guwahati
19 ° Fri
19 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভাৰতৰ ৰেল বিভাগত আকৌ নতুন সংযোজন

Nation NE by Nation NE
August 31, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
ভাৰতৰ ৰেল বিভাগত আকৌ নতুন সংযোজন

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

ভাৰতৰ ৰেল যাত্ৰী সকলৰ বাবে সুখবৰ। এক সমীক্ষা অনুসৰি ভাৰতৰ অধিক যাত্ৰীয়ে ৰেলত চলাচল কৰে। দীৰ্ঘ দূৰত্ব আৰু সুবিধাজনক হিচাপে গণ্য কৰি অধিকাংশ লোকেই ৰেল যাত্ৰা বাচি লয় বুলি জানিব পৰা যায়।

ভাৰতৰ ভিতৰতে ৰেল বিভাগটো যাতায়তৰ বৃহত মাধ্যম যদিও কেন্দ্ৰীয় চৰকাৰে আৰু অধিক শক্তিশালী কৰিবৰ বাবে লৈছে আন এক পদক্ষেপ ।শেহতীয়াকৈ ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰেল বিভাগত লৈছে আন এক আদৰণীয় পদক্ষেপ।

সমগ্ৰ ভাৰতবৰ্ষত ১০০ খনতকৈও অধিক কাৰ্যক্ষম বন্দে ভাৰত এক্সপ্ৰেছ ৰেল বৰ্তমানে কাৰ্য্যক্ষম হৈ আছে। ইয়াৰ লগতে সমগ্ৰ ভাৰতৰ ২৮০ খনতকৈও অধিক জিলাত অব্যাহত আছে বন্দে ভাৰত নামৰ ৰেলখন।

তাৰ পিছতো আন্তঃৰাজ্যিক ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ ভাৰতীয় ৰেল বিভাগে লৈছে আন এক পদক্ষেপ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশ, তামিলনাডু আৰু কৰ্ণাটকৰ ভ্ৰমণ সংযোগ উন্নত কৰাৰ লক্ষ্যৰে তিনিখন নতুন বন্দে ভাৰত এক্সপ্ৰেছ ৰেল উদ্বোধন কৰিব বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ যোগেদি জানিব পৰা গৈছে। যিটো কথা ঘোষণা কৰিছে দেশৰ ৰেল মন্ত্ৰালয়ে ।

এই সংযোজনসমূহে ১০০ খনতকৈও অধিক কাৰ্যক্ষম বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লৰ এক বিস্তৃত নেটৱৰ্কত একত্ৰিত হ’ব, যি সমগ্ৰ ভাৰতৰ ২৮০ খনতকৈও অধিক জিলাক সংযোগ কৰিব, যাৰ ফলত আন্তঃৰাজ্যিক ভ্ৰমণত ভাৰতীয় ৰেল যাত্ৰী সকল যথেষ্ট উপকৃত হ’ব।

Tags: Express TrainsNarendra ModiPM ModiVande Bharat

Related Posts

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা  হ’ব কাৰ্যকৰী…
Top News

December 11, 2025
ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ,  বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ
Top News

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

December 11, 2025
জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ
Top News

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

December 11, 2025
ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…
Top News

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

December 11, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

December 11, 2025
ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি
Top News

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

December 10, 2025

শীৰ্ষ সংবাদ

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025