• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, July 9, 2025
27 °c
Guwahati
28 ° Thu
29 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

    অমিত শ্বাহক সাক্ষাৎ নিখিল বড়ো ছাত্ৰ সন্থাৰ এটি সঁজাতি দলৰ

    উচ্ছেদৰ সময়ত উত্তেজনাময় পৰিৱেশ; আৰক্ষীক আক্ৰমণ বেদখলকাৰীৰ

    চিকাগোৰ অসম কনভেনচনত মোহময়ী অভিনেত্ৰী আইমী বৰুৱা…

    হাজোত চাঞ্চল্যকৰ ঘটনা, ছাত্ৰক অপহৰণৰ অপচেষ্টা…

    ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা,  প্ৰাণ হেৰুৱাই এগৰাকী মহিলাই…

    ভয়ংকৰ পথ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাক সোমায়গৈ…

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ৯ মাহৰ মূৰত ধৰালৈ উভতিল সুনীতা উইলিয়ামছ; মোদীৰ বিশেষ পত্ৰ…

      Nation NE by Nation NE
      March 19, 2025
      in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
      0 0
      ৯ মাহৰ মূৰত ধৰালৈ উভতিল সুনীতা উইলিয়ামছ; মোদীৰ বিশেষ পত্ৰ…
      Share on FacebookShare on TwitterWhatsApp

      ৯ মাহৰো অধিক অপেক্ষাৰ অন্তত অৱশেষত মহাকাশ ষ্টেচনক বিদায় জনাই ধৰালৈ উভতিল ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ। তেওঁৰ সৈতে পৃথিৱীলৈ উভতিছে বুচ উইলমোৰ, নিকহগ আৰু আলেকজেণ্ডাৰ গৰ্বুন’ভ। স্পেচ এক্সৰ ড্ৰেগন কেপচুলৰ জৰিয়তে উভতি আহে মহাকাশচাৰী চাৰিজন।

      আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা উৰণৰ ১৭ ঘণ্টাৰ পাছত ভাৰতৰ সময় অনুসৰি পুৱা ৩.২৭ বজাত আমেৰিকাৰ ফ্ল’ৰিডা উপকূলৰ সমীপৰ সাগৰত পেৰাচ্যুটৰ সহায়ত অৱতৰণ কৰে ড্ৰেগন কেপচুল।

      ইফালে সফলতাৰে পৃথিৱীত ভৰি দিয়াৰ পিছতে সুনীতাৰ মাতৃয়ে সংবাদ মাধ্যমৰ আগত কয় যে মই মোৰ ছোৱালীক লৈ গৌৰৱ অনুভৱ কৰিছো।

      আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও সুনীতা উইলিয়ামছলৈ এখন পত্ৰ লিখি ভাৰতত তেওঁক লগ পাবলৈ আগ্ৰহী বুলি উল্লেখ কৰিছে। মঙলবাৰে কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে টুইটাৰযোগে শ্বেয়াৰ কৰা ১ মাৰ্চৰ এখন পত্ৰত প্ৰধানমন্ত্ৰীয়ে লিখিছে যে আমেৰিকা ভ্ৰমণৰ সময়ত ট্ৰাম্প আৰু জ’ বাইডেনৰ সৈতে হোৱা আলোচনাকালত সুনীতা উইলিয়ামছৰ স্বাস্থ্যৰ বিষয়ে সোধা-পোচা কৰা হৈছিল।

      পত্ৰখনত মোদীয়ে আৰু লিখিছে, ‘ভাৰতবাসীৰ হৈ আপোনালৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছো। আজি জনপ্ৰিয় মহাকাশচাৰী মাইক মেছিমিনোক সাক্ষাত কৰো। আলোচনাৰ সময়ত তোমাৰ কথা প্ৰসংগ আহে আৰু মই কও যে আমি আপোনাক লৈ আৰু আপোনাৰ প্ৰাপ্তিক লৈ কিমান গৰ্বিত। এই আলোচনাৰ পিছতে এই চিঠিখন লিখাৰ পৰা মই নিজকে ৰখাব নোৱাৰিলো।’

      পত্ৰখনত প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু লিখিছে যে ১৪ কোটি ভাৰতীয়ই আপোনাৰ এই কৃতিত্বক লৈ সদায় গৌৰৱ কৰি আহিছে। শেহতীয়া পৰিঘটনাই আপোনাৰ প্ৰেৰণাদায়ক অধ্যৱসায় আৰু কঠোৰ পৰিশ্ৰমক আকৌ এবাৰ জিলিকাই তুলিছে। আপুনি হাজাৰ হাজাৰ মাইল দূৰত থাকিলেও আমাৰ হৃদয়ৰ বহুত ওচৰত। ভাৰতবাসীয়ে আপোনাৰ সুস্বাস্থ্য আৰু মিছনৰ সফলতাৰ বাবে প্ৰাৰ্থনা জনাইছে।

      Tags: Narendra ModiNasaSunita Williams

      Related Posts

      ভাৰত বন্ধ! ২৫ কোটিৰো অধিক কৰ্মচাৰীৰ ধৰ্মঘট, জানক  কি খোলা থাকিব আৰু কি বন্ধ থাকিব…
      Top News

      July 9, 2025
      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল
      Top News

      কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

      July 9, 2025
      তামিলনাডু ৰে’ল দুৰ্ঘটনাৰ বাবে ভাষাক দোষাৰোপ DMKৰ এগৰাকী নেতাৰ
      Top News

      তামিলনাডু ৰে’ল দুৰ্ঘটনাৰ বাবে ভাষাক দোষাৰোপ DMKৰ এগৰাকী নেতাৰ

      July 8, 2025
      অমিত শ্বাহক সাক্ষাৎ নিখিল বড়ো ছাত্ৰ সন্থাৰ এটি সঁজাতি দলৰ
      Top News

      অমিত শ্বাহক সাক্ষাৎ নিখিল বড়ো ছাত্ৰ সন্থাৰ এটি সঁজাতি দলৰ

      July 8, 2025
      ৰাজধানীত পুৰণি গাড়ী সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত; এই তাৰিখৰ পৰা নাপাব পেট্ৰ’ল-ডিজেল

      কাইলৈ ২৫ কোটি কৰ্মচাৰীয়ে কৰিব নেকি ধৰ্মঘট? অফিচ, স্কুল-কলেজ, বেংক… কি কি খোলা থাকিব আৰু কি বন্ধ থাকিব?

      শীৰ্ষ সংবাদ

      ভাৰত বন্ধ! ২৫ কোটিৰো অধিক কৰ্মচাৰীৰ ধৰ্মঘট, জানক কি খোলা থাকিব আৰু কি বন্ধ থাকিব…

      কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

      তামিলনাডু ৰে’ল দুৰ্ঘটনাৰ বাবে ভাষাক দোষাৰোপ DMKৰ এগৰাকী নেতাৰ

      অমিত শ্বাহক সাক্ষাৎ নিখিল বড়ো ছাত্ৰ সন্থাৰ এটি সঁজাতি দলৰ

      ৰাজধানীত পুৰণি গাড়ী সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত; এই তাৰিখৰ পৰা নাপাব পেট্ৰ’ল-ডিজেল

      কাইলৈ ২৫ কোটি কৰ্মচাৰীয়ে কৰিব নেকি ধৰ্মঘট? অফিচ, স্কুল-কলেজ, বেংক… কি কি খোলা থাকিব আৰু কি বন্ধ থাকিব?

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist

      - Select Visibility -