• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, August 7, 2025
28 °c
Guwahati
26 ° Fri
27 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল

    দুচকুত অযুত সপোন; মায়া নগৰী মুম্বাইত উজ্বলিছে অপ্সৰা বড়ো

    কেনে যাব আজিৰ দিনটো… জানো আহক আজিৰ ৰাশিফল

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ খোল খাব সৌভাগ্যৰ দুৱাৰ

    BTR নিৰ্বাচনৰ BPF প্ৰাৰ্থীৰ তালিকা ঘোষণা, জানক তালিকাত অন্তৰ্ভূক্ত প্ৰাৰ্থীৰ নামসমূহ…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    উদীয়মান ব্যৱসায়ীক শেষ কৰিবলৈ পত্নী-কন্যাই দিলে চুপাৰী, সোণৰ গহনা আৰু কেইবা লাখ টকা দি হসোণৰ গহনা আৰু কেইবা লাখ টকা দি হ*ত্যা…

    শিৱসাগৰত উৎখাত নাৰী দেহ ব্যৱসায়ী চক্ৰ; আটক আজিজুল নামৰ দালাল

    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      গলৱান সংঘৰ্ষৰ পিছত প্ৰথমবাৰলৈ চীন ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

      Nation NE by Nation NE
      August 6, 2025
      in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
      0 0
      গলৱান সংঘৰ্ষৰ পিছত প্ৰথমবাৰলৈ চীন ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
      Share on FacebookShare on TwitterWhatsApp

      ৩১ আগষ্টৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া চাংহাই সহযোগিতা সংস্থা (এছ চি অ’) সন্মিলনত অংশগ্ৰহণ কৰিবলৈ চীন ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ২০২০ চনত চীনৰ সেনাৰ সৈতে গলৱান ঘাটিত হোৱা সংঘৰ্ষৰ পিছত এইটোৱে হ’ব প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথমটো চীন ভ্ৰমণ।

      এই ভ্ৰমণৰ জৰিয়তে ভাৰত আৰু চীনৰ মাজত দ্বিপাক্ষিক সম্পর্ক উন্নত হোৱাৰ সম্ভাৱনা আছে।

      অহা ৩১ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰলৈ চীনত অনুষ্ঠিত হ’ব এছ চি অ’ শীৰ্ষ সন্মিলন। ২০২৪ চনৰ অক্টোবৰ মাহত ৰাছিয়াত অনুষ্ঠিত হোৱা ব্ৰিকছ সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰী মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ আছিল শেষ সাক্ষাৎ।

      চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মতে ২০খনতকৈও অধিক দেশৰ নেতা আৰু ১০টা আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ মুৰব্বীয়ে এছচিঅ’ শীৰ্ষ সন্মিলন আৰু আনুষংগিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

      চীনত অনুষ্ঠিত হ’বলগীয়া এছ চি অ’ সন্মিলনত অংশগ্ৰহণ কৰাৰ পূৰ্বে জাপান ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। অহা ৩০ আগষ্টত জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিদাৰ সৈতে বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।

      Tags: ChinaNarendra ModiShanghai Cooperation Organisation

      Related Posts

      উত্তৰাখণ্ডত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ; ৪ জনৰ মৃত্যু, প্ৰায় শতাধিক লোক নিৰুদ্দেশ
      Top News

      অনুকূল বতৰৰ মাজতো উত্তৰাখণ্ডৰ ধৰালীত বৃহৎ পৰিসৰৰ উদ্ধাৰ অভিযান অব্যাহত, বৰ্তমানলৈ উদ্ধাৰ ৪০০ লোক

      August 7, 2025
      কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল
      Top News

      কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল

      August 7, 2025
      ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাত ঘানাৰ প্ৰতিৰক্ষা আৰু পৰিৱেশ মন্ত্ৰীসহ ৮ জন লোকৰ মৃত্যু
      Top News

      ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাত ঘানাৰ প্ৰতিৰক্ষা আৰু পৰিৱেশ মন্ত্ৰীসহ ৮ জন লোকৰ মৃত্যু

      August 6, 2025
      ৰাছিয়াৰ সৈতে ব্যৱসায়িক সম্পৰ্কত ক্ষুন্ন ট্ৰাম্প; ভাৰতৰ ওপৰত অতিৰিক্ত ২৫ শতাংশ শুল্ক
      Top News

      ৰাছিয়াৰ সৈতে ব্যৱসায়িক সম্পৰ্কত ক্ষুন্ন ট্ৰাম্প; ভাৰতৰ ওপৰত অতিৰিক্ত ২৫ শতাংশ শুল্ক

      August 6, 2025
      দুচকুত অযুত সপোন; মায়া নগৰী মুম্বাইত উজ্বলিছে অপ্সৰা বড়ো
      Top News

      দুচকুত অযুত সপোন; মায়া নগৰী মুম্বাইত উজ্বলিছে অপ্সৰা বড়ো

      August 6, 2025
      টেঙা ফলৰ ৰস ৰাতিপুৱা খালী পেটত খালে ই স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হৈ উঠিব পাৰে নেকি?
      Top News

      টেঙা ফলৰ ৰস ৰাতিপুৱা খালী পেটত খালে ই স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হৈ উঠিব পাৰে নেকি?

      August 6, 2025
      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist