• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, July 7, 2025
28 °c
Guwahati
28 ° Tue
28 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা,  প্ৰাণ হেৰুৱাই এগৰাকী মহিলাই…

    ভয়ংকৰ পথ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাক সোমায়গৈ…

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    আজি শনিবাৰ, জানো আহক কি কি কৰিলে শনিৰ দশাৰ মুক্ত হ’ব পাৰি?

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    শিক্ষাৰ্থীসকলৰ বাবে কেনে যাব আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল

    নলবাৰীৰ ঘগ্ৰাপাৰৰ এটা পুখুৰীত এজন লোকৰ মৃতদেহ উদ্ধাৰ

    বায়’পছিৰ নামত চিকিৎসকে আঁতৰালে ৰোগীৰ গুপ্তাংগ; অসমত চাঞ্চল্যকৰ ঘটনা

    কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

    এটা মাত্ৰ কাম কৰিলে আপুনিও ৰক্ষা পৰিব গেষ্ট্ৰিকৰ সমস্যাৰ পৰা…

    হাঁহৰ পোৱালীক কেন্দ্ৰ কৰি প্ৰচণ্ড মাৰপিটৰ ঘটনা, আৰু তাৰপিছত…

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰলৈ যোৱা শুভাংশু শুক্লাৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ

      Nation NE by Nation NE
      June 28, 2025
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰলৈ যোৱা শুভাংশু শুক্লাৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ
      Share on FacebookShare on TwitterWhatsApp

      শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰলৈ যোৱা ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাৰ সৈতে বাৰ্তালাপ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে নমস্কাৰ জনাই শুক্লাৰ সৈতে বাৰ্তালাপ আৰম্ভ কৰে।

      তেওঁ কয় যে আজি আপুনি ভাৰতৰ পৰা দূৰত আছে, কিন্তু ভাৰতবাসীৰ আশীৰ্বাদ আপোনাৰ লগত আছে।

      প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে আপোনাৰ নামত শুভ আছে, আপোনাৰ যাত্ৰাও এক নতুন যুগৰ শুভাৰম্ভণি। মহাকাশত ভাৰতৰ পতাকা উৰুওৱাৰ বাবে আন্তৰিক শুভেচ্ছা জনালো।

      ইয়াৰ উপৰি প্ৰধানমন্ত্ৰী মোদীয়ে মহাকাশত সকলো ঠিকেই আছেনে? স্বাস্থ্য ভালে আছেনে বুলিও কৰা প্ৰশ্নৰ উত্তৰত শুক্লাই কয় যে ভাৰতীয়ৰ শুভকামনাত মই ইয়াত ভালেই আছো।

      শুক্লাই কয় যে সৰুতে মই কেতিয়াও ভবা নাছিলো যে মই কেতিয়াবা মহাকাশত উপনীত হ’ম। আজি আপোনাৰ (প্ৰধানমন্ত্ৰী মোদীৰ) নেতৃত্বত আজিৰ ভাৰতে মোক মোৰ সপোন বাস্তৱায়িত কৰাৰ সুযোগ দিয়ে। ইয়াৰ বাবেই মই দেশক প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হৈছো।

      প্ৰধানমন্ত্ৰী মোদীয়ে আৰু কয় যে মোৰ অভ্যাস যে যেতিয়াই কাৰোবাক লগ পাওঁ তেতিয়াই তেওঁক হোমৱৰ্কো দিওঁ। প্ৰধানমন্ত্ৰী মোদীয়ে শুভাংশুক কয় যে আপোনাৰ হোমৱৰ্ক হৈছে যে আপুনি লাভ কৰা অভিজ্ঞতাৰ জৰিয়তে গগণযানক আগুৱাই লৈ গৈ চন্দ্ৰত অৱতৰণ কৰিব লাগিব।

      এই সন্দৰ্ভত শুভাংশুৱে কয় যে মই ইয়াত যি অভিজ্ঞতা পাইছো সেয়া অতি মূল্যৱান। মই যেতিয়া ঘূৰি আহিম তেতিয়া নিশ্চিতভাৱে গগণযানকে ধৰি আন আন মিছনবোৰক আগুৱাই নিয়াৰ বাবে দৃঢ়তাৰে কাম কৰিম।

      Tags: Narendra ModiShubhanshu Shukla

      Related Posts

      বাহ্যিক সাৱধানতাৰ উপৰি নিজকে সুস্বাস্থ্যৰ অধিকাৰী কৰি ৰখাৰ ৫ টা সহজ আৰু প্ৰাকৃতিক উপায়
      Top News

      নিপা ভাইৰাছৰ অবিৰত সংক্ৰমণ, জানক ইয়াৰ লক্ষণ আৰু প্ৰতিৰোধৰ উপায়…

      July 7, 2025
      ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা,  প্ৰাণ হেৰুৱাই এগৰাকী মহিলাই…
      Top News

      ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা,  প্ৰাণ হেৰুৱাই এগৰাকী মহিলাই…

      July 7, 2025
      অহৰহ ভাগৰ আৰু খিংখিঙীয়া অৱস্থা হতাশাৰ লক্ষণ হ’ব পাৰে নেকি? জানক বিশেষজ্ঞৰ পৰা…

      কাশী বিশ্বনাথ মন্দিৰত এতিয়াৰে পৰা নিষিদ্ধ এই সামগ্ৰীৰ ব্যৱহাৰ…
      Top News

      কাশী বিশ্বনাথ মন্দিৰত এতিয়াৰে পৰা নিষিদ্ধ এই সামগ্ৰীৰ ব্যৱহাৰ…

      July 7, 2025
      ভয়ংকৰ পথ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাক সোমায়গৈ…
      Top News

      ভয়ংকৰ পথ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাক সোমায়গৈ…

      July 7, 2025
      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল
      Top News

      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

      July 7, 2025
      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist