• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 6, 2025
19 °c
Guwahati
19 ° Mon
19 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

১৪ হাজাৰৰো অধিক ৰান, ৩৭টা শতক… ঘৰুৱা ক্ৰিকেটৰ এইগৰাকী তাৰকাৰ অৱসৰ ঘোষণা

Nation NE by Nation NE
May 27, 2025
in Top News, ক্ৰীড়া
0 0
১৪ হাজাৰৰো অধিক ৰান, ৩৭টা শতক… ঘৰুৱা ক্ৰিকেটৰ এইগৰাকী তাৰকাৰ অৱসৰ ঘোষণা
Share on FacebookShare on TwitterWhatsApp

গুজৰাটৰ অনুভৱী অপেনাৰ প্ৰিয়াংক পাঞ্চালে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে। পাঞ্চালে ক্ৰিকেটৰ প্ৰতিটো ফৰ্মেটতে ইণ্ডিয়া এ আৰু গুজৰাট দলৰ নেতৃত্বৰ দায়িত্বও পালন কৰিছিল।

২০১৬/১৭ চনত ৰঞ্জি ট্ৰফী খিতাপ জয় কৰা ৰাজ্যিক দলৰ অংশ আছিল প্ৰিয়াংক। খিতাপ দখল কৰা ছিজনটোত পাঞ্চালে ৮৭.৩৩ গড়ে ১৩১০ ৰান সংগ্ৰহ কৰিছিল, যিটো আছিল প্ৰতিযোগিতাখনৰ সৰ্বাধিক ৰান সংগ্ৰহকাৰী।

ঘৰুৱা ক্ৰিকেটত ১৭ বছৰীয়া কেৰিয়াৰ আৰু প্ৰায় ৯ হাজাৰ ৰান সংগ্ৰহ কৰিও প্ৰিয়াংক পাঞ্চালে ভাৰতীয় দলত খেলাৰ সুযোগ লাভ নকৰিলে।

গুজৰাটৰ হৈ ঘৰুৱা ক্ৰিকেটত সৰ্বাধিক প্ৰথম শ্ৰেণীৰ শতক অৰ্জন কৰাৰ অভিলেখো আছে ৩৫ বছৰীয়া প্ৰিয়াংকৰ নামত।

সোঁহতীয়া অপেনাৰগৰাকীয়ে ২০১৫/১৬ বিজয় হাজাৰে ট্ৰফী আৰু ২০১২/১৩ আৰু ২০১৩/১৪ বৰ্ষৰ চৈয়দ মুস্তাক আলী ট্ৰফী জয়ী হোৱা গুজৰাট দলৰ অংশও আছিল।

পাঞ্চালে সোমবাৰে ছ’চিয়েল মিডিয়াৰ জৰিয়তে এটা আৱেগিকভৰা প’ষ্টৰ জৰিয়তে ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে।

উল্লেখ্য যে, প্ৰিয়াংক পাঞ্চালে প্ৰথম শ্ৰেণী ক্ৰিকেটত ২৯টা শতক আৰু ৩৪টা অৰ্ধশতকৰ সহায়ত ৮৮৫৬ ৰান সংগ্ৰহ কৰিছে। তেওঁৰ সৰ্বোচ্চ ব্যক্তিগত স্ক’ৰ হৈছে ৩১৪। ইয়াৰ উপৰি লিষ্ট এ ক্ৰিকেটত ৮টা শতক আৰু ২১টা অৰ্ধশতকৰ সহায়ত ৩৬৭২ ৰান সংগ্ৰহ কৰিছে। ইফালে ৫৯টা টি-২০ ইনিংছত ৯টা অৰ্ধশতকৰ সহায়ত সংগ্ৰহ কৰিছে মুঠ ১৫২২ ৰান।

শেষৰখন প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত পাঞ্চালে কেৰালাৰ বিৰুদ্ধে ১৪৮ ৰানৰ ইনিংছ খেলিছিল।

উল্লেখ্য যে, ২০২১ চনত টেষ্ট কেপ লাভ কৰাৰ সপোন জাগ্ৰত হৈছিল পাঞ্চালৰ। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলা টেষ্ট শৃংখলটোত উপ-অধিনায়ক ৰোহিত শৰ্মা আঘাতৰ বাবে শৃংখলাৰ পৰা বাহিৰ হোৱাত বিচিচিআইয়ে প্ৰিয়াংক পাঞ্চালক দলত স্থান দিছিল। কিন্তু টেষ্ট ক্ৰিকেটত অভিষেক ঘটোৱাৰ সপোন পূৰণ নহ’ল পাঞ্চালৰ। ইয়াৰ উপৰি এই বেটছমেনজনে কেতিয়াও আই পি এলত খেলাৰ সুযোগ লাভ নকৰিলে।

Tags: Domestic PlayerGujratPriyank Panchal

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025