• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ৱাংখেড়েত অনিল কুম্বলেৰ ১৮ বছৰীয়া অভিলেখ ভংগ কৰিলে অশ্বিনে

Nation NE by Nation NE
November 3, 2024
in Top News, ক্ৰীড়া
0 0
ৱাংখেড়েত অনিল কুম্বলেৰ ১৮ বছৰীয়া অভিলেখ ভংগ কৰিলে অশ্বিনে
Share on FacebookShare on TwitterWhatsApp

ভাৰত আৰু নিউজিলেণ্ডৰ তিনিখন মেচৰ টেষ্ট শৃংখলাৰ তৃতীয় তথা অন্তিমখন টেষ্ট মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হৈ আছে। দ্বিতীয় দিনৰ খেলৰ অন্তত শক্তিশালী স্থিতিত আছে ভাৰত।

এই মেচখনত টিম ইণ্ডিয়াৰ অফ স্পিনাৰ আৰ অশ্বিনে এক বিশেষ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। কেইবাটাও অভিলেখ গঢ়া অশ্বিনে এইবাৰ কিংবদন্তি অনিল কুম্বলেৰ নামত থকা ১৮ বছৰীয়া অভিলেখ ভংগ কৰিলে। নিউজিলেণ্ডৰ দ্বিতীয় ইনিংছত এটা উইকেট দখল কৰাৰ লগে লগে তেওঁ এই বিশেষ মাইলৰ খুঁটি অৰ্জন কৰে।

দিনটোৰ খেলৰ শেষলৈকে অশ্বিনে ৩টা উইকেট দখল কৰিছিল, আনহাতে প্ৰথম ইনিংছত তেওঁ লাভ কৰা নাছিল সফলতা।

এই মেচখনৰ সময়তে ৱাংখেড়ে ষ্টেডিয়ামত সৰ্বাধিক উইকেট দখল কৰা ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হয় অশ্বিন। এই ক্ষেত্ৰত তেওঁ অতিক্ৰম কৰে মহান স্পিনাৰ অনিল কুম্বলেক।

ৱাংখেড়ে ষ্টেডিয়ামত অশ্বিনৰ নামত আছে ৬খন মেচত ৪১টা উইকেট। নিউজিলেণ্ডৰ দ্বিতীয় ইনিংছত অশ্বিনে তিনিটা উইকেট দখল কৰাৰ লগে লগে অনিল কুম্বলেৰ নামত থকা ৩৮টা উইকেটৰ অভিলেখ ভংগ কৰে। কুম্বলেই ৭খন মেচত ৩৮টা উইকেট দখল কৰিছিল।

ৱাংখেড়েত সৰ্বাধিক টেষ্ট উইকেট দখল কৰা বলাৰ

আৰ অশ্বিন – ৪১

অনিল কুম্বলে – ৩৮

কপিল দেৱ – ২৮

হৰভজন সিং – ২৪

উল্লেখ্য যে, তৃতীয় টেষ্টৰ দ্বিতীয় দিনা বাওঁহতীয়া স্পিনাৰ ৰবীন্দ্ৰ জাদেজাই ৫২ ৰানত ৪ উইকেট আৰু অফ স্পিনাৰ আৰ অশ্বিনে ৬৩ ৰানত ৩ উইকেট দখল কৰে। এই দুয়োগৰাকীৰ উৎকৃষ্ট প্ৰদৰ্শনে ভাৰতৰ অন্তিমখন টেষ্ট মেচত নিউজিলেণ্ডৰ বিৰুদ্ধে জয়ী হোৱাৰ আশা পুনৰ সজীৱ কৰি তুলিলে।

নিউজিলেণ্ডে দ্বিতীয় ইনিংছত দ্বিতীয় দিনাৰ অন্তত ৯ উইকেটত ১৭১ ৰান সংগ্ৰহ কৰি ১৪৩ ৰানৰ অগ্ৰগতি লাভ কৰিছে। ইয়াৰ পূৰ্বে শুভমন গিল (৯০), ৱাশ্বিংটন সুন্দৰ (৩৮ নট আউট), ঋষভ পন্ত (৬০)ৰ সহায়ত ভাৰতে প্ৰথম ইনিংছত ২৬৩ ৰান সংগ্ৰহ কৰি ২৮ ৰানৰ অগ্ৰগতি প্ৰদান কৰে। নিউজিলেণ্ডে প্ৰথম ইনিংছত ২৩৫ ৰান সংগ্ৰহ কৰিছিল।

Tags: Anil KumbleMumbaiR Ashwin

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025