• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, December 7, 2025
19 °c
Guwahati
19 ° Tue
18 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

১৯৮৪ চনৰ শিখ বিৰোধী অভিযানক লৈ ৰাহুল গান্ধীৰ ডাঙৰ মন্তব্য

Nation NE by Nation NE
May 4, 2025
in Top News, BIG BREAKING, ৰাষ্ট্ৰীয়
0 0
অগ্নিবীৰৰ পৰা কিমান পৃথক চীনা সৈন্যৰ প্ৰশিক্ষণ? কি কয় ৰাহুল গান্ধীয়ে?

ৰাহুল গান্ধীৰ ফাইল ফটো।

Share on FacebookShare on TwitterWhatsApp

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা সাংসদ ৰাহুল গান্ধীৰ এটা ভিডিঅ’ তীব্ৰ ৰূপত ভাইৰেল হৈ আছে ছ’চিয়েল মিডিয়াত। ভিডিঅ’টোত ৰাহুল গান্ধীয়ে আমেৰিকাৰ ব্ৰাউন ইউনিভাৰ্চিটিত অনুষ্ঠিত এটা কাৰ্যসূচীত শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰি থকা পৰিলক্ষিত হয়।

এই অনুষ্ঠানত ৰাহুল গান্ধীক এজন শিখ ধৰ্মালম্বী ছাত্ৰই ১৯৮৪ চনৰ শিখ বিৰোধী অভিযান সন্দৰ্ভত কৰে কিছু প্ৰশ্ন।

ছাত্ৰজনে ৰাহুল গান্ধীক সোধে, ‘আপুনি কৈছে যে ৰাজনীতি নিৰ্ভীক হ’ব লাগে, ভয় কৰিবলগীয়া একো থাকিব নালাগে, কিন্তু আমি কেৱল কড়া পিন্ধিব নিবিচাৰো, কেৱল পাগুৰি বান্ধিব নিবিচাৰো, মত প্ৰকাশৰ স্বাধীনতা বিচাৰো, যিটো কংগ্ৰেছ দলৰ শাসনত নাছিল।’

লগতে কংগ্ৰেছে শিখ লোকৰ কণ্ঠক আওকাণ কৰি ১৯৮৪ চনৰ সংঘৰ্ষত অভিযুক্ত সজ্জন কুমাৰৰ দৰে লোকক ৰক্ষণা বেক্ষণ দিয়াৰো গুৰুতৰ অভিযোগ উত্থাপন কৰে ছাত্ৰজনে।

এই সন্দৰ্ভত ৰাহুল গান্ধীয়ে কয় যে সেই সময়ত দলে বহু ভুল কৰিছিল, কিন্তু মই সেই সময়ত দলত নাছিলো। কংগ্ৰেছ দলৰ ইতিহাসত হোৱা প্ৰতিটো ভুলৰ দায়িত্ব ল’বলৈ তেওঁ সাজু বুলিও কয়।

ৰাহুল গান্ধীয়ে আৰু কয়, ‘মই ৰাজহুৱাভাৱে কৈছো যে ৮০ৰ দশকত যি হৈছিল সেয়া ভুল আছিল। মই বহুবাৰ স্বৰ্ণ মন্দিৰলৈ গৈছো। ভাৰতৰ শিখ সম্প্ৰদায়ৰ সৈতে মোৰ অতি ভাল সম্পৰ্ক আছে।’

ইফালে বিজেপিৰ আই টি চেলৰ মুৰব্বী অমিত মালব্যই এটা ভিডিঅ’ শ্বেয়াৰ কৰি ৰাহুল গান্ধীক কটাক্ষ কৰা দেখা যায়। ভাৰতৰ লগতে আন্তঃৰাষ্ট্ৰীয় মঞ্চতো ৰাহুল গান্ধীয়ে সমালোচনাৰ সন্মুখীন হয় বুলি কটাক্ষ কৰে বিজেপি নেতাগৰাকীয়ে।

Tags: #CongressAnti Sikh RiotsBJPRahul Gandhi

Related Posts

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ
Top News

December 7, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

December 7, 2025
পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….
Top News

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

December 7, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025

শীৰ্ষ সংবাদ

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025