• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, June 8, 2025
30 °c
Guwahati
31 ° Mon
31 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    সাৱধান! আপোনাৰ ম’বাইলতো এই দুটা অচিনাকী নম্বৰেৰে ক’ল আহিছে নেকি?

    পত্নীক বিচাৰি ওলাল স্বামী, কিন্তু পত্নী আছিলগৈ শ্বিলঙত! খঙতে কি কৰিলে স্বামীয়ে?

    ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, সহায়ৰ আশ্বাস

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ১ টকাত বিবাহ, বিবাহ-পাশত আৱদ্ধ হয় ১১ টাকৈ দম্পতী

      Nation NE by Nation NE
      October 21, 2024
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      ১ টকাত বিবাহ, বিবাহ-পাশত আৱদ্ধ হয় ১১ টাকৈ দম্পতী
      Share on FacebookShare on TwitterWhatsApp

      ৰাজস্থানৰ যোধপুৰত দেওবাৰে সন্ধিয়া মাৰোৱাৰ শ্বেখ, চৈয়দ, মোগল, পাথান উন্নয়ন সমিতিৰ হৈ মাত্ৰ ১ টকাত ১০ম বাৰৰ বাবে অনুষ্ঠিত কৰাই গণ নিকাহ কাৰ্যসূচী। সমিতিৰ জিলা সভাপতি চিকন্দৰ খানে কয় যে, এই গণ নিকাহ সন্মিলনত ১১টা দম্পতীয়ে বিবাহ-পাশত আৱদ্ধ হয়।

      বিবাহৰ দৰে এই গুৰুত্বপূৰ্ণ অনুষ্ঠানটি সমাজত সহজ আৰু সুলভ কৰি তোলাটোৱেই সংগঠনটোৰ লক্ষ্য বুলিও সভাপতি খানেয়ে কয়। এই সন্মিলনত অংশগ্ৰহণ কৰা দম্পতীক বিচনা, আলমাৰী, বাচন-বৰ্তন, এখন ইছলামিক কিতাপ, ৰূপৰ গোৰোহা আৰু ঘৰুৱা সামগ্ৰী উপহাৰ হিচাপে দিয়া হয়।

      এই গণ নিকাহ সন্মিলনৰ সভাপতি চিকন্দৰ খানে কয় যে, ২০২৫ চনত পুনৰ সাধাৰণ মুছলমান নিকাহ  অনুষ্ঠিত কৰা হ’ব, য’ত ৫১টা দম্পতীৰ বিবাহ অনুষ্ঠিত হ’ব।

      এই সংগঠনটোৰ মুখপাত্ৰ আমজাদ খানে কয় যে, এই কমিটীয়ে বিগত ৯ বছৰ ধৰি অপচয়মূলক ব্যয় বন্ধ কৰাৰ বাবে এই গণ নিকাহ অনুষ্ঠানৰ আয়োজন কৰি আহিছে। ৯ বছৰত ১৫০ টাতকৈও অধিক দম্পতীৰ বিবাহ মাত্ৰ ১ টকাত কৰা হৈছে।

      ৯ বছৰত প্ৰায় ৫০ লাখ টকা এই গণ নিকাহত ব্যয় কৰা হৈছে। এই নিকাহ অনুষ্ঠানত যোধপুৰকে ধৰি সমগ্ৰ ৰাজস্থান আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ মধ্যবিত্ত পৰিয়ালক পোহপাল দিবলৈ এই বিবাহক অনুষ্ঠিত কৰা হয়।

      এই গণ নিকাহত অংশগ্ৰহণ কৰা এগৰাকী সদস্য মহম্মদ ৰমজানে কয় যে, তেওঁ কেতিয়াও ভবা নাছিল যে এনেধৰণে তেওঁৰ বিবাহ অনুষ্ঠিত হ’ব। পৰিয়ালৰ আৰ্থিক সংকটৰ বাবে নিকাহ কৰোৱাটো তেওঁৰ বাবে কঠিন হৈ পৰিছিল।

      প্ৰাক্তন সাংসদ বদ্ৰী ৰাম জাখৰ, কংগ্ৰেছ নেতা কৰণ সিং উচিয়াৰ্দা, উপ-পৌৰপতি আব্দুল কৰিমকে ধৰি মহানগৰীৰ ৰাইজে এই গণ নিকাহ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

      Tags: JodhpurmarriageRajasthan

      Related Posts

      বাংগালুৰু পদপিষ্ট ঘটনা; ভুক্তভোগী লোকৰ পৰিয়াললৈ ঘোষণা কৰা আৰ্থিক সাহায্যৰ পৰিমাণ বৃদ্ধি
      Top News

      June 7, 2025
      পুনৰ মিলনৰ ইংগিত নেকি? এলন মাস্কে ডিলিট কৰিলে ট্ৰাম্প সম্পৰ্কীয় টুইট

      ভাৰতক জি-৭ সন্মিলনলৈ কিয় আমন্ত্ৰণ জনালে কানাডাই? প্ৰধানমন্ত্ৰীয়ে ক’লে সবিশেষ

      ভাৰতৰ স্বাধীনতা প্ৰসংগক লৈ RSS প্ৰধান মোহন ভাগৱতৰ ডাঙৰ মন্তব্য

      শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ
      Top News

      শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ

      June 7, 2025
      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…
      Top News

      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

      June 7, 2025

      শীৰ্ষ সংবাদ

      বাংগালুৰু পদপিষ্ট ঘটনা; ভুক্তভোগী লোকৰ পৰিয়াললৈ ঘোষণা কৰা আৰ্থিক সাহায্যৰ পৰিমাণ বৃদ্ধি

      পুনৰ মিলনৰ ইংগিত নেকি? এলন মাস্কে ডিলিট কৰিলে ট্ৰাম্প সম্পৰ্কীয় টুইট

      ভাৰতক জি-৭ সন্মিলনলৈ কিয় আমন্ত্ৰণ জনালে কানাডাই? প্ৰধানমন্ত্ৰীয়ে ক’লে সবিশেষ

      ভাৰতৰ স্বাধীনতা প্ৰসংগক লৈ RSS প্ৰধান মোহন ভাগৱতৰ ডাঙৰ মন্তব্য

      শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ

      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist