• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, December 11, 2025
19 °c
Guwahati
19 ° Fri
19 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মৰ্মান্তিক! এটা বংশৰে ৮ টি শিশুৰ সৈতে সংঘটিত হ’ল ভয়ংকৰ ঘটনা

Nation NE by Nation NE
October 20, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
মৰ্মান্তিক! এটা বংশৰে ৮ টি শিশুৰ সৈতে সংঘটিত হ’ল ভয়ংকৰ ঘটনা
Share on FacebookShare on TwitterWhatsApp

ৰাজস্থানৰ ঢোলপুৰ জিলাৰ বাড়ী সদৰ থানা এলেকাত শনিবাৰে নিশা সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত একেটা বংশৰে ৮টা শিশুৰ মৃত্যু হোৱাত সমগ্ৰ অঞ্চলটোতে এক অভাৱনীয় পৰিৱেশৰ সৃষ্টি হৈছে। এই দুৰ্ঘটনাত মুঠ ১২ জন লোকৰ কৰুণ মৃত্যু হয়।

মৃতসকলৰ ভিতৰত আছে আঠটি শিশু, তিনিগৰাকী মহিলা আৰু এজন পুৰুষ। এই ১২ জন লোকৰ ভিতৰত ৫জন একেটা পৰিয়ালৰ। দুৰ্ঘটনাটোত তেওঁলোকৰ পৰিয়ালটোৰ আটাইকেইজন সদস্যৰে মৃত্যু হয়।

আৰক্ষীৰ মতে, শনিবাৰে নিশা প্ৰায় ১২ বজাত ঢোলপুৰ-কৰৌলি ঘাইপথৰ সুনিপুৰ গাঁৱৰ সমীপত এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত পতিত হোৱা লোকসকল বাড়ী চহৰৰ গুমাটৰ বাসিন্দা।

জানিব পৰা মতে, এইসকল লোকে ওচৰৰ গাঁৱৰ এখন পাৰিবাৰিক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ এখন অটোত উঠি গৈছিল। অনুষ্ঠানৰ পৰা উভতি আহি থাকোতে তেওঁলোকৰ অটোখনে এখন শ্লীপাৰ বাছৰ সৈতে সংঘৰ্ষত লিপ্ত হয়।

দুৰ্ঘটনাটোত আঠটি শিশু আৰু অটোখনৰ গৰাকী ইৰফানৰ সৈতে দুগৰাকী মহিলাৰ থিতাতে মৃত্যু হয়। গুৰুতৰভাৱে আহত হয় এটি শিশু আৰু এগৰাকী মহিলা। আৰক্ষীয়ে তেওঁলোকক চিকিৎসালয়লৈ লৈ যায় যদিও মহিলাগৰাকীও হাস্পতালত মৃত্যুক সাৱটি লয়।

ইফালে গুৰুতৰভাৱে আহত শিশুটিক আগ্ৰাৰ এখন হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। অটোখনত থকা যাত্ৰীসকলৰ ভিতৰত একমাত্ৰ লএই শিশুটিৱে জীয়াই আছে।

উল্লেখ্য যে, এই দুৰ্ঘটনাত মৃত্যু হোৱা আটাই কেইগৰাকী লোকৰে পৰিয়াল তথা আত্মীয়লৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ২ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে প্ৰশাসনে।

Tags: #AccidentRajasthan

Related Posts

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা  হ’ব কাৰ্যকৰী…
Top News

December 11, 2025
ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ,  বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ
Top News

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

December 11, 2025
জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ
Top News

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

December 11, 2025
ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…
Top News

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

December 11, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

December 11, 2025
ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি
Top News

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

December 10, 2025

শীৰ্ষ সংবাদ

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025