• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, December 7, 2025
18 °c
Guwahati
18 ° Mon
19 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আজি অগ্নিপৰীক্ষা; IPLত প্ৰথমবাৰৰ বাবে অধিনায়কৰ ৰূপত দেখা যাব ৰিয়ানক

Nation NE by Nation NE
March 23, 2025
in Top News, অসম, ক্ৰীড়া
0 0
আজি অগ্নিপৰীক্ষা; IPLত প্ৰথমবাৰৰ বাবে অধিনায়কৰ ৰূপত দেখা যাব ৰিয়ানক
Share on FacebookShare on TwitterWhatsApp

২২ মাৰ্চৰ পৰা আৰম্ভ হোৱা আই পি এলৰ ১৮ সংখ্যক ছিজনৰ আজি দ্বিতীয়টো দিনা ক্ৰিকেট অনুৰাগীয়ে উপভোগ কৰিব পাৰিব দুখনকৈ গুৰুত্বপূৰ্ণ মেচ। দুপৰীয়া ৩.৩০ বজাৰ পৰা আৰম্ভ হ’বলগীয়া প্ৰথমখন মেচত মুখামুখি হ’ব যোৱাবাৰৰ ৰানাৰ্ছ আপ ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছ।

হায়দৰাবাদত হ’বলগীয়া এই মেচখন ৰাজস্থান ৰয়েলছৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। ইয়াৰ মুখ্য কাৰণ ৰিয়ান পৰাগ। অসম সন্তান ৰিয়ান পৰাগৰ নেতৃত্বতে আজি হায়দৰাবাদৰ বিৰুদ্ধে খেলপথাৰত অৱতীৰ্ণ হ’ব ৰাজস্থান ৰয়েলছ।

দীৰ্ঘদিন ধৰি আঘাতৰ সমস্যাত ভুগি থকা ৰাজস্থান ৰয়েলছৰ নিয়মীয়া অধিনায়ক সঞ্জু ছেমছনৰ ঠাইত প্ৰথম তিনিখন মেচৰ বাবে ৰিয়ান পৰাগক প্ৰদান কৰা হৈছে নেতৃত্ব। দলৰ এই সিদ্ধান্ত অনুসৰি আজি প্ৰথমবাৰৰ বাবে আই পি এলত অধিনায়কৰ দায়িত্ব পালন কৰিব ৰিয়ান পৰাগে।

উল্লেখ্য যে, ঘৰুৱা ক্ৰিকেটত অসম দলক নেতৃত্ব প্ৰদান কৰাৰ অভিজ্ঞতা থকা ৰিয়ানে আই পি এলৰ দৰে বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় টুৰ্ণামেণ্টত ৰাজস্থানক কিদৰে নেতৃত্ব প্ৰদান কৰে সেয়া হ’ব লক্ষ্যণীয়।

ইফালে, দিনৰ দ্বিতীয়খন মেচত মুখামুখি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু মুম্বাই ইণ্ডিয়ানছ। চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই মেচখন। দুই শক্তিশালী দলৰ মাজত হ’বলগীয়া এই মেচখনৰ বাবে অধীৰ আগ্ৰহেৰে ৰৈ আছে ধোনী অনুৰাগী।

Tags: Rajasthan RoyalsRiyan ParagSunrisers Hyderabad

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025