• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, July 11, 2025
31 °c
Guwahati
29 ° Sun
27 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    মন্দিৰত নিষিদ্ধ মাংস পেলোৱা কাণ্ডৰ মূল মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ ধুবুৰী আক্ষীৰ

    গোৱালপাৰাত উচ্ছেদৰ পূৰ্বেই ঘৰ-বাৰী এৰি গ’ল প্ৰায় ৯৫ শতাংশ দখলকাৰী

    চামগুৰিত বনৰীয়া হাতীয়ে প্ৰাণ ল’লে এজন ৩০ বছৰীয়া যুৱকৰ

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    মেট্ৰিক পৰীক্ষাৰ্থীৰ পৰা অংগনৱাড়ী কৰ্মী, গাঁওপ্ৰধানলৈকে…. কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেটৰ

    অসমকে ধৰি ৬খন ৰাজ্যলৈ কেন্দ্ৰৰ ১০০০ কোটি টকাৰ অনুমোদন

    ‘চীন নহয়, তিব্বতৰ সৈতেহে সীমা ভাগ বতৰা কৰো’, চীনক উভতি ধৰিলে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    সুপ্ত প্ৰতিভা বিকাশৰ উদ্দেশ্যে ৰামদিয়াত মহিলা ফুটবল খেলুৱৈৰ প্ৰশিক্ষণ শিবিৰ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ‘আমাৰ নিৰীহক হত্যা কৰা সকলকহে হত্যা কৰিছো’ : ভাৰতীয় সেনাক হনুমান আখ্যা ৰাজনাথ সিঙৰ

      Nation NE by Nation NE
      May 7, 2025
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      টাৱাঙত সেনা জোৱানৰ সৈতে দীপাৱলী উদযাপন কৰিব ৰাজনাথ সিঙে

      ফাইল ফটো

      Share on FacebookShare on TwitterWhatsApp

      পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ স্বৰূপে ৭ মে’ৰ পুৱতি নিশা পাকিস্তান আৰু পাকিস্তান অধীকৃত কাশ্মীৰৰ ৯টাকৈ সন্ত্ৰাসবাদীৰ ঘাটিত ভাৰতীয় সেনাই চলোৱা এয়াৰ ষ্ট্ৰাইকৰ পিছৰে পৰা সন্ত্ৰষ্ট হৈ পৰিছে পাকিস্তান।

      সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবা আৰু জেইছ-এ-মহম্মদৰ ঘাটিক লক্ষ্য কৰি লোৱা এই এয়াৰ ষ্ট্ৰাইকত ৭০গৰাকীৰো অধিক সন্ত্ৰাসবাদী নিহত আৰু সংগঠন দুটাৰ আন বহু সদস্য গুৰুতৰভাৱে আহত হোৱা বুলি ভাৰতৰ তৰফৰ পৰা দাবী কৰা হৈছে।

      ভাৰতৰ এই দাবীৰ বিপৰীতে পাকিস্তানে নিৰীহ জনতাৰ ওপৰত এই আক্ৰমণ কৰা বুলি অদ্ভুট দাবী কৰিছে। পাকিস্তানৰ এই দাবীক সম্পূৰ্ণৰূপে নস্যাত কৰে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।

      সিঙে কয়, ‘ভাৰতীয় সেনাই নিখুঁত, সতৰ্কতা আৰু সংবেদনশীলতাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। আমি নিৰ্ধাৰণ কৰা লক্ষ্যসমূহ পৰিকল্পিতভাৱে নিখুঁত আৰু সতৰ্কতাৰে ধ্বংস কৰা হ’ল। কোনো অসামৰিক স্থানক লক্ষ্য কৰি লোৱা হোৱা নাই। অৰ্থাৎ সেনাই এক প্ৰকাৰৰ নিখুঁততা, সজাগতা আৰু মানৱীয়তা দেখুৱাইছে।’

      ৰাজনাথ সিঙে লগতে কয়, ‘আমি কেৱল সেইসকলক হে লক্ষ্য কৰি লৈছো, যিয়ে আমাৰ নিৰীহ লোকক হত্যা কৰিছিল। ভাৰতীয় সেনাই হনুমানৰ দৰে আক্ৰমণ কৰিছে। ভাৰতীয় সেনাৰ বীৰত্বক প্ৰণাম জনাইছো। আমি হনুমান জীৰ আদৰ্শ অনুসৰণ কৰিছো, যিটো তেওঁ অশোক বাটিকাক ধ্বংস কৰাৰ সময়ত অনুসৰণ কৰিছিল, “জিন মোহি মাৰা, টিন মোহি মাৰে” অৰ্থাৎ আমি কেৱল আমাৰ নিৰীহ মানুহক হত্যা কৰাসকলকহে হত্যা কৰিছো।’

      ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমাৰ ভাৰতীয় সেনাই অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে পূৰ্বৰ দৰে এইবাৰো সন্ত্ৰাসবাদৰ প্ৰশিক্ষণ দিয়া কেইবাটাও ঘাটিত আক্ৰমণ সংঘটিত কৰি প্ৰত্যুত্তৰ দিয়া হৈছে। আমি সম্পূৰ্ণ পৰিকল্পিতভাৱে এই আক্ৰমণ কৰিছো’, এইদৰে মন্তব্য কৰে প্ৰতিৰক্ষা মন্ত্ৰী সিঙে।

      উল্লেখ্য যে, বিগত ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পেহেলগামত ইছলামিক সন্ত্ৰাসবাদীয়ে ২৬গৰাকীকৈ পৰ্যটকক নৃশংসভাৱে হত্যা কৰিছিল। এই বৰ্বৰ আক্ৰমণৰ পিছতে বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে দেশবাসীৰ মাজত বৃদ্ধি পাইছিল তীব্ৰ ক্ষোভ। দেশৰ সাধাৰণ জনতাই পাকিস্তানক প্ৰত্যুত্তৰ দিব লাগে বুলি দাবী কৰাৰ পিছতে আজি পুৱতি নিশা পাকিস্তানৰ ৯টাকৈ সন্ত্ৰাসবাদীৰ ঘাটিত ভাৰতীয় সেনাই আক্ৰমণ সংঘটিত কৰে।

      Tags: Operation SindoorRajnath Singh

      Related Posts

      কপিল দেৱৰ অভিলেখ ভংগ কৰি ইতিহাস ৰচিলে যশপ্ৰীত বুমৰাহে
      Top News

      July 11, 2025
      মন্দিৰত নিষিদ্ধ মাংস পেলোৱা কাণ্ডৰ মূল মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ ধুবুৰী আক্ষীৰ
      Top News

      মন্দিৰত নিষিদ্ধ মাংস পেলোৱা কাণ্ডৰ মূল মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ ধুবুৰী আক্ষীৰ

      July 11, 2025
      গোৱালপাৰাত উচ্ছেদৰ পূৰ্বেই ঘৰ-বাৰী এৰি গ’ল প্ৰায় ৯৫ শতাংশ দখলকাৰী
      Top News

      গোৱালপাৰাত উচ্ছেদৰ পূৰ্বেই ঘৰ-বাৰী এৰি গ’ল প্ৰায় ৯৫ শতাংশ দখলকাৰী

      July 11, 2025
      চামগুৰিত বনৰীয়া হাতীয়ে প্ৰাণ ল’লে এজন ৩০ বছৰীয়া যুৱকৰ
      Top News

      চামগুৰিত বনৰীয়া হাতীয়ে প্ৰাণ ল’লে এজন ৩০ বছৰীয়া যুৱকৰ

      July 11, 2025
      ৮৫ খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলা এইগৰাকী ক্ৰিকেটাৰৰ অৱসৰ ঘোষণা

      তিয়ঁহ খোৱাৰ পিছতে কিয় লগে লগে সেৱন কৰিব নালাগে পানী?

      শীৰ্ষ সংবাদ

      কপিল দেৱৰ অভিলেখ ভংগ কৰি ইতিহাস ৰচিলে যশপ্ৰীত বুমৰাহে

      মন্দিৰত নিষিদ্ধ মাংস পেলোৱা কাণ্ডৰ মূল মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ ধুবুৰী আক্ষীৰ

      গোৱালপাৰাত উচ্ছেদৰ পূৰ্বেই ঘৰ-বাৰী এৰি গ’ল প্ৰায় ৯৫ শতাংশ দখলকাৰী

      চামগুৰিত বনৰীয়া হাতীয়ে প্ৰাণ ল’লে এজন ৩০ বছৰীয়া যুৱকৰ

      ৮৫ খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলা এইগৰাকী ক্ৰিকেটাৰৰ অৱসৰ ঘোষণা

      তিয়ঁহ খোৱাৰ পিছতে কিয় লগে লগে সেৱন কৰিব নালাগে পানী?

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist