• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

‘আমাৰ নিৰীহক হত্যা কৰা সকলকহে হত্যা কৰিছো’ : ভাৰতীয় সেনাক হনুমান আখ্যা ৰাজনাথ সিঙৰ

Nation NE by Nation NE
May 7, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
টাৱাঙত সেনা জোৱানৰ সৈতে দীপাৱলী উদযাপন কৰিব ৰাজনাথ সিঙে

ফাইল ফটো

Share on FacebookShare on TwitterWhatsApp

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ স্বৰূপে ৭ মে’ৰ পুৱতি নিশা পাকিস্তান আৰু পাকিস্তান অধীকৃত কাশ্মীৰৰ ৯টাকৈ সন্ত্ৰাসবাদীৰ ঘাটিত ভাৰতীয় সেনাই চলোৱা এয়াৰ ষ্ট্ৰাইকৰ পিছৰে পৰা সন্ত্ৰষ্ট হৈ পৰিছে পাকিস্তান।

সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবা আৰু জেইছ-এ-মহম্মদৰ ঘাটিক লক্ষ্য কৰি লোৱা এই এয়াৰ ষ্ট্ৰাইকত ৭০গৰাকীৰো অধিক সন্ত্ৰাসবাদী নিহত আৰু সংগঠন দুটাৰ আন বহু সদস্য গুৰুতৰভাৱে আহত হোৱা বুলি ভাৰতৰ তৰফৰ পৰা দাবী কৰা হৈছে।

ভাৰতৰ এই দাবীৰ বিপৰীতে পাকিস্তানে নিৰীহ জনতাৰ ওপৰত এই আক্ৰমণ কৰা বুলি অদ্ভুট দাবী কৰিছে। পাকিস্তানৰ এই দাবীক সম্পূৰ্ণৰূপে নস্যাত কৰে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।

সিঙে কয়, ‘ভাৰতীয় সেনাই নিখুঁত, সতৰ্কতা আৰু সংবেদনশীলতাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। আমি নিৰ্ধাৰণ কৰা লক্ষ্যসমূহ পৰিকল্পিতভাৱে নিখুঁত আৰু সতৰ্কতাৰে ধ্বংস কৰা হ’ল। কোনো অসামৰিক স্থানক লক্ষ্য কৰি লোৱা হোৱা নাই। অৰ্থাৎ সেনাই এক প্ৰকাৰৰ নিখুঁততা, সজাগতা আৰু মানৱীয়তা দেখুৱাইছে।’

ৰাজনাথ সিঙে লগতে কয়, ‘আমি কেৱল সেইসকলক হে লক্ষ্য কৰি লৈছো, যিয়ে আমাৰ নিৰীহ লোকক হত্যা কৰিছিল। ভাৰতীয় সেনাই হনুমানৰ দৰে আক্ৰমণ কৰিছে। ভাৰতীয় সেনাৰ বীৰত্বক প্ৰণাম জনাইছো। আমি হনুমান জীৰ আদৰ্শ অনুসৰণ কৰিছো, যিটো তেওঁ অশোক বাটিকাক ধ্বংস কৰাৰ সময়ত অনুসৰণ কৰিছিল, “জিন মোহি মাৰা, টিন মোহি মাৰে” অৰ্থাৎ আমি কেৱল আমাৰ নিৰীহ মানুহক হত্যা কৰাসকলকহে হত্যা কৰিছো।’

‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমাৰ ভাৰতীয় সেনাই অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে পূৰ্বৰ দৰে এইবাৰো সন্ত্ৰাসবাদৰ প্ৰশিক্ষণ দিয়া কেইবাটাও ঘাটিত আক্ৰমণ সংঘটিত কৰি প্ৰত্যুত্তৰ দিয়া হৈছে। আমি সম্পূৰ্ণ পৰিকল্পিতভাৱে এই আক্ৰমণ কৰিছো’, এইদৰে মন্তব্য কৰে প্ৰতিৰক্ষা মন্ত্ৰী সিঙে।

উল্লেখ্য যে, বিগত ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পেহেলগামত ইছলামিক সন্ত্ৰাসবাদীয়ে ২৬গৰাকীকৈ পৰ্যটকক নৃশংসভাৱে হত্যা কৰিছিল। এই বৰ্বৰ আক্ৰমণৰ পিছতে বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে দেশবাসীৰ মাজত বৃদ্ধি পাইছিল তীব্ৰ ক্ষোভ। দেশৰ সাধাৰণ জনতাই পাকিস্তানক প্ৰত্যুত্তৰ দিব লাগে বুলি দাবী কৰাৰ পিছতে আজি পুৱতি নিশা পাকিস্তানৰ ৯টাকৈ সন্ত্ৰাসবাদীৰ ঘাটিত ভাৰতীয় সেনাই আক্ৰমণ সংঘটিত কৰে।

Tags: Operation SindoorRajnath Singh

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025