• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অতি আড়ম্বৰপূৰ্ণভাৱে ভাৰতৰ এই চহৰবোৰত পালন কৰা হয় দীপাৱলী

Nation NE by Nation NE
October 31, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
অতি আড়ম্বৰপূৰ্ণভাৱে ভাৰতৰ এই চহৰবোৰত পালন কৰা হয় দীপাৱলী
Share on FacebookShare on TwitterWhatsApp

আজি অৰ্থাৎ ৩১ অক্টোবৰত সমগ্ৰ দেশতে পালন কৰা হ’ব পোহৰৰ উৎসৱ দীপাৱলী। প্ৰত্যেক বছৰে কাতি মাহৰ অমাবস্যা তিথিত হিন্দু সকল, জৈন সকল, শিখ সকল, আৰু কিছু বৌদ্ধ সকলে এই উৎসৱ পালন কৰে। এই উৎসৱ অত্যন্ত জনপ্ৰিয় আৰু ইয়ে  “অন্ধকাৰৰ বিৰুদ্ধে পোহৰৰ, অজ্ঞানৰ বিৰুদ্ধে জ্ঞানৰ বিজয়”ক প্ৰতিনিধিত্ব কৰে। এই বিশেষ অনুষ্ঠানত সকলোৱে মা লক্ষ্মী দেৱী আৰু ভগৱান গণেশক পূজা কৰে।

দেশৰ লগতে সমগ্ৰ বিশ্বতে দীপাৱলী উৎসৱ অতি আড়ম্বৰেৰে উদযাপন কৰা হয়। গোটেই বছৰটো এই উৎসৱৰ বাবে সকলোৱে আগ্ৰহেৰে অপেক্ষা কৰে। কিন্তু ভাৰতৰ কিছুমান চহৰ আছে য’ত বিদেশী পৰ্যটকেও দীপাৱলী উৎসৱ চাবলৈ আহে। ইয়াত দীপাৱলীৰ সময়ত এক পৃথক দৃশ্য দেখা যায়। এই বিশেষ উপলক্ষে ভাৰতৰ সেই চহৰবোৰত দীপাৱলীৰ কথা কওঁ য’ত এই উৎসৱ অতি বিশেষভাৱে পালন কৰা হয়।জানো আহক এই চহৰবোৰৰ নাম-

  • অমৃতসৰ

পঞ্জাৱত দীপাৱলী উৎসৱ অতি আড়ম্বৰেৰে পালন কৰা হয়। কিন্তু অমৃতসৰত দীপাৱলী অতি বিশেষ ধৰণেৰে পালন কৰা হয়। উল্লেখ্য যে, অমৃতসৰত দীপাৱলী উৎসৱ বন্দী ছোদ দিৱস নামেৰে পালন কৰা হয়। বিশ্বাস কৰা হয় যে, আজিৰ দিনটোতে শিখসকলৰ ষষ্ঠ গুৰু হৰগোবিন্দ সিঙে জেলৰ পৰা মুক্তি লাভ কৰিছিল। অমৃতসৰৰ স্বৰ্ণ মন্দিৰত এক বিৰল দৃশ্য দেখা যায়। যি অতিকৈ মনোমহা।

  • বাৰাণসী

উত্তৰ প্ৰদেশৰ বাৰাণসীৰ দীপাৱলীও অতি দৰ্শনীয়। আনকি দীপাৱলী উৎসৱ উদযাপন কৰিবলৈ বিদেশী পৰ্যটকেও ইয়ালৈ আহে। দীপাৱলীৰ দিনা ইয়াত উপস্থিত হয় লাখ লাখ পৰ্যটক। ইয়াত দীপাৱলীত গংগা ঘাটেও হওক বা কাশী বিশ্বনাথ মন্দিৰেই হওক, ঠাইখনৰ প্ৰতিটো চুক-কোণে দীপেৰে পোহৰাই ৰখা হয়।

  • মহীশূৰ

কৰ্ণাটকৰ মহীশূৰতো দীপাৱলী উৎসৱ অতি উলহ-মালহেৰে পালন কৰা হয়। ইয়াত পোহৰৰ উৎসৱ অতি ৰাজকীয় শৈলীত পালন কৰা হয়। দীপাৱলীৰ দিনা ইয়াত মহীশূৰ প্ৰাসাদ অতি সুন্দৰকৈ সজাই তোলা হয়। প্ৰতি বছৰে ইয়ালৈ লাখ লাখ লোকে দীপাৱলী উদযাপন কৰিবলৈ আহে। দীপাৱলীৰ দিনা ইয়াৰ বজাৰবোৰো চাবলগীয়া হয়।

Tags: DiwaliFestivalLight

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025