• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অতি আড়ম্বৰপূৰ্ণভাৱে ভাৰতৰ এই চহৰবোৰত পালন কৰা হয় দীপাৱলী

Nation NE by Nation NE
October 31, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
অতি আড়ম্বৰপূৰ্ণভাৱে ভাৰতৰ এই চহৰবোৰত পালন কৰা হয় দীপাৱলী
Share on FacebookShare on TwitterWhatsApp

আজি অৰ্থাৎ ৩১ অক্টোবৰত সমগ্ৰ দেশতে পালন কৰা হ’ব পোহৰৰ উৎসৱ দীপাৱলী। প্ৰত্যেক বছৰে কাতি মাহৰ অমাবস্যা তিথিত হিন্দু সকল, জৈন সকল, শিখ সকল, আৰু কিছু বৌদ্ধ সকলে এই উৎসৱ পালন কৰে। এই উৎসৱ অত্যন্ত জনপ্ৰিয় আৰু ইয়ে  “অন্ধকাৰৰ বিৰুদ্ধে পোহৰৰ, অজ্ঞানৰ বিৰুদ্ধে জ্ঞানৰ বিজয়”ক প্ৰতিনিধিত্ব কৰে। এই বিশেষ অনুষ্ঠানত সকলোৱে মা লক্ষ্মী দেৱী আৰু ভগৱান গণেশক পূজা কৰে।

দেশৰ লগতে সমগ্ৰ বিশ্বতে দীপাৱলী উৎসৱ অতি আড়ম্বৰেৰে উদযাপন কৰা হয়। গোটেই বছৰটো এই উৎসৱৰ বাবে সকলোৱে আগ্ৰহেৰে অপেক্ষা কৰে। কিন্তু ভাৰতৰ কিছুমান চহৰ আছে য’ত বিদেশী পৰ্যটকেও দীপাৱলী উৎসৱ চাবলৈ আহে। ইয়াত দীপাৱলীৰ সময়ত এক পৃথক দৃশ্য দেখা যায়। এই বিশেষ উপলক্ষে ভাৰতৰ সেই চহৰবোৰত দীপাৱলীৰ কথা কওঁ য’ত এই উৎসৱ অতি বিশেষভাৱে পালন কৰা হয়।জানো আহক এই চহৰবোৰৰ নাম-

  • অমৃতসৰ

পঞ্জাৱত দীপাৱলী উৎসৱ অতি আড়ম্বৰেৰে পালন কৰা হয়। কিন্তু অমৃতসৰত দীপাৱলী অতি বিশেষ ধৰণেৰে পালন কৰা হয়। উল্লেখ্য যে, অমৃতসৰত দীপাৱলী উৎসৱ বন্দী ছোদ দিৱস নামেৰে পালন কৰা হয়। বিশ্বাস কৰা হয় যে, আজিৰ দিনটোতে শিখসকলৰ ষষ্ঠ গুৰু হৰগোবিন্দ সিঙে জেলৰ পৰা মুক্তি লাভ কৰিছিল। অমৃতসৰৰ স্বৰ্ণ মন্দিৰত এক বিৰল দৃশ্য দেখা যায়। যি অতিকৈ মনোমহা।

  • বাৰাণসী

উত্তৰ প্ৰদেশৰ বাৰাণসীৰ দীপাৱলীও অতি দৰ্শনীয়। আনকি দীপাৱলী উৎসৱ উদযাপন কৰিবলৈ বিদেশী পৰ্যটকেও ইয়ালৈ আহে। দীপাৱলীৰ দিনা ইয়াত উপস্থিত হয় লাখ লাখ পৰ্যটক। ইয়াত দীপাৱলীত গংগা ঘাটেও হওক বা কাশী বিশ্বনাথ মন্দিৰেই হওক, ঠাইখনৰ প্ৰতিটো চুক-কোণে দীপেৰে পোহৰাই ৰখা হয়।

  • মহীশূৰ

কৰ্ণাটকৰ মহীশূৰতো দীপাৱলী উৎসৱ অতি উলহ-মালহেৰে পালন কৰা হয়। ইয়াত পোহৰৰ উৎসৱ অতি ৰাজকীয় শৈলীত পালন কৰা হয়। দীপাৱলীৰ দিনা ইয়াত মহীশূৰ প্ৰাসাদ অতি সুন্দৰকৈ সজাই তোলা হয়। প্ৰতি বছৰে ইয়ালৈ লাখ লাখ লোকে দীপাৱলী উদযাপন কৰিবলৈ আহে। দীপাৱলীৰ দিনা ইয়াৰ বজাৰবোৰো চাবলগীয়া হয়।

Tags: DiwaliFestivalLight

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025