• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ৰমজানত আজানৰ বাবে লাউডস্পীকাৰ বিচাৰি মুছলমানে বিচাৰিলে প্ৰশাসনৰ সহায়

Nation NE by Nation NE
March 2, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
কেৱল বাংলাদেশেই নহয়, পাকিস্তানৰ মুছলমানো ৰমজানৰ পূৰ্বে চৰকাৰক লৈ বিচলিত
Share on FacebookShare on TwitterWhatsApp

২ মাৰ্চৰ পৰা অৰ্থাৎ আজিৰ পৰা আৰম্ভ হৈছে পৱিত্ৰ ৰমজান মাহ। উত্তৰ প্ৰদেশত পুনৰ সংবাদ শিৰোনাম দখল কৰিছে লাউডস্পীকাৰৰ বিষয়টোৱে। উত্তৰ প্ৰদেশ প্ৰশাসনে ৰমজান মাহত ছেহৰী আৰু ইফতাৰৰ সময়ত মছজিদৰ পৰা লাউডস্পীকাৰ বজোৱাৰ নিৰ্দেশনা জাৰি কৰিছে।

এই নিৰ্দেশৰ পিছত মুছলমান সম্প্ৰদায়ৰ মানুহ চিন্তিত হৈ পৰিছে। খবৰ অনুসৰি, উত্তৰ প্ৰদেশৰ বাৰেলীত অৱস্থিত সৰ্বভাৰতীয় মুছলিম জামাতৰ ৰাষ্ট্ৰীয় সভাপতি মৌলানা চাহাবুদ্দিন ৰিজৱীয়ে ৰমজান মাহত প্ৰশাসনৰ পৰা লাউডস্পীকাৰ ব্যৱহাৰৰ অনুমতি বিচাৰিছে।

আচলতে বিগত মাহত উত্তৰ প্ৰদেশ চৰকাৰে মছজিদত লাউডস্পীকাৰ আৰু উচ্চ শব্দৰ বিৰুদ্ধে অভিযান চলাইছিল। এনে পৰিস্থিতিত উত্তৰ প্ৰদেশৰ বহু অঞ্চলৰ মছজিদৰ পৰা লাউডস্পীকাৰ আঁতৰোৱাৰ ক্ৰিয়া দেখা গৈছিল।

ৰমজান মাহত প্ৰশাসনৰ কঠোৰতাৰ প্ৰতি লক্ষ্য ৰাখি বাৰেলীৰ সৰ্বভাৰতীয় মুছলিম জামাতৰ ৰাষ্ট্ৰীয় সভাপতি মৌলানা চাহাবুদ্দিন ৰিজৱীয়ে ৰমজান মাহত লাউডস্পীকাৰ ব্যৱহাৰ কৰিবলৈ প্ৰশাসনৰ পৰা অনুমতি বিচাৰিছে।

ৰমজান মাহত লাউডস্পীকাৰ ব্যৱহাৰৰ সন্দৰ্ভত প্ৰশাসনৰ ওচৰত আবেদন জনাই তেওঁ কয় যে, ৰমজান মাহ আৰম্ভ হৈছে। এই সময়ত মুছলমানে ৰোজা ৰাখি সন্ধিয়া ভাঙিব লগা হয়। এনে পৰিস্থিতিত লাউডস্পীকাৰৰ জৰিয়তে আজান দিলে মানুহৰ বাবে ছেহৰী আৰু ইফতাৰ সহজ হৈ পৰে।

মৌলানা চাহাবুদ্দিনে লগতে কয় যে, চৰকাৰে বৈষম্যমূলক কাম কৰিব নালাগে। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ সকলো ধৰ্মৰ বাবে, তেন্তে মুছলমানক কিয় টাৰ্গেট কৰা হৈছে? চৰকাৰক পৰামৰ্শ দিওঁতে তেওঁ কয় যে চৰকাৰে ন্যায়ৰ সৈতে কাম কৰিব লাগে। যাতে, মানুহ আৰু মুছলমানৰ আস্থা চৰকাৰ আৰু প্ৰশাসনৰ ওপৰত থাকে।

দৰাচলতে আদালতে ইতিমধ্যে লাউডস্পীকাৰ বজোৱা আৰু ইয়াৰ ভলিউম সন্দৰ্ভত গাইডলাইন দিছে। লগতে উত্তৰ প্ৰদেশ চৰকাৰে বিগত কেইবাবছৰ ধৰি মছজিদ আৰু অন্যান্য ধৰ্মীয় স্থানত লাউডস্পীকাৰ পৰীক্ষা কৰি ব্যৱস্থা গ্ৰহণ কৰি আহিছে।

ইফালে ৰমজানৰ আৰম্ভণিতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ভক্তসকলক সম্ভাষণ জনাইছে। লগতে কোনো ধৰ্মীয় স্থান (মছজিদ)ৰ বাহিৰত তীব্ৰ শব্দ কৰিব নালাগে বুলিও বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে বিষয়াসকলৰ সৈতে হোৱা বৈঠকত এই নিৰ্দেশ দিছে। লগতে তেওঁ কয় যে, সকলোৰে ধৰ্মক সন্মান কৰা হয়। কিন্তু মছজিদত লাউড স্পীকাৰৰ অভিযোগ ৰাজ্যৰ বহু অঞ্চলৰ পৰা আহিছে।

Tags: RAMADANROZAUttar Pradesh

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025