• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, May 17, 2025
29 °c
Guwahati
25 ° Sun
26 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    নিজ গাঁৱতেই প্ৰৱেশ বন্ধ হ’ল অভিনেতাৰ সৈতে ভয়ংকৰ কাণ্ডৰ লগত জড়িত মহিলাৰ

    ই-ৰিক্সাত উঠোতে সাৱধান! ৰঙিয়াত চালকৰ কামনাৰ বলি হ’ল এগৰাকী ২৪ বছৰীয়া যুৱতী

    নিশা আন্ধাৰৰ সুযোগ লৈ ৫৭ বছৰীয়া ই-ৰিক্সা চালক অনন্ত কলিতাই যুৱতীৰে কৰিলে এই ভয়ংকৰ কাণ্ড…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    গাহৰি বিক্ৰীত নিষেধাজ্ঞা অসমৰ এইখন জিলাত; কিন্তু কিয়?

    মহিলাক অশালীন ব্যৱহাৰ কৰি আৰক্ষীৰ জালত ইছমাইল হুছেইন

    পাকিস্তানৰ সমৰ্থনত প’ষ্ট শ্বেয়াৰ কৰি গোসাঁইগাঁৱত গ্ৰেপ্তাৰ এজন প্ৰবক্তা

    আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল…

    GOLDEN BOY নীৰজ চোপ্ৰাৰ বাবে ভাল খবৰ, ভাৰতীয় সেনাবাহিনীত নীৰজে চম্ভালিব এই দায়িত্ব…

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      নিশা আন্ধাৰৰ সুযোগ লৈ ৫৭ বছৰীয়া ই-ৰিক্সা চালক অনন্ত কলিতাই যুৱতীৰে কৰিলে এই ভয়ংকৰ কাণ্ড…

      Nation NE by Nation NE
      May 17, 2025
      in Top News, অসম
      0 0
      ই-ৰিক্সাত উঠোতে সাৱধান! ৰঙিয়াত চালকৰ কামনাৰ বলি হ’ল এগৰাকী ২৪ বছৰীয়া যুৱতী
      Share on FacebookShare on TwitterWhatsApp

      ৰাজ্যত বৰ্তমানেও যেন সুৰক্ষিত নহয় যুৱতী-মহিলা। এইবাৰ ই-ৰিক্সা চালকৰ কামনাৰ বলি হয় এগৰাকী ২৪বছৰীয়া যুৱতী।

      এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ৰঙিয়াত। এজনে ই-ৰিক্সা চালকে ৰঙিয়াৰ পৰা নিজ গৃহলৈ গৈ থকা অৱস্থাত নিৰ্জন ঠাইত সংঘটিত হয় এই ঘটনা। নিশা অন্ধকাৰৰ সুযোগ লৈ এগৰাকী যুৱতীৰ শ্লীলতা হানিৰ চেষ্টা চলাই এইজন লম্পট ই-ৰিক্সা চালকে।

      ঘটনা বিবৰণ অনুসৰি, যুৱতীগৰাকীয়ে ৰঙিয়াৰ কৰ্মস্থলীৰ পৰা অকলশৰে ই-ৰিক্সা এখনত উঠি নিজ গৃহ ইচ্চাদঘৰীয়ালৈ গৈ আছিল। অকলশৰীয়া যুৱতী যাত্ৰীগৰাকীক দেখি ৰ’ব নোৱাৰিলে এইজন লম্পট ই-ৰিক্সা চালকে। চালক জনৰ নাম অনন্ত কলিতা।

      উক্ত ঘটনাৰ দিনা, নিশা ৰিক্সা খনত উঠি নিজ গৃহ আহি থকা অৱস্থাতে মাজ ৰাস্তাত প্ৰস্ৰাৱ কৰিব লাগিছে বুলি নিৰ্জন পথৰ দাঁতিত ৰিক্সাখন ৰখাই অনন্তই।

      ইয়াৰ পিছত পাছফালৰ পৰা মুখত গোবা মাৰি ধৰি যুৱতীগৰাকীৰ সৈতে অপকৰ্ম সংঘটিত কৰা বুলি অভিযোগ উঠে ধৃত চালক অনন্ত কলিতাৰ বিৰুদ্ধে। ইতিমধ্যে এই ৫৭বছৰীয়া লম্পট অনন্ত কলিতাৰ বিৰুদ্ধে ভুক্তভোগী যুৱতী গৰাকীয়ে ৰঙিয়া থানাত এজাহাৰ দাখিল কৰে।যুৱতী গৰাকীৰ এজাহাৰৰ ভিত্তিত ১৬ মে’ত ৰঙিয়া আৰক্ষীয়ে আটক কৰে চালক অনন্ত কলিতাক।

      ইতিমধ্যে এই ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে যুৱতীগৰাকীৰ পৰিয়ালবৰ্গই।

      Tags: #AssamCaseRangia

      Related Posts

      কুকুৰাতকৈও অধিক হৈ পৰিছে কুকুৰাৰ কণীৰ মূল্য! জানক সবিশেষ…
      Top News

      কুকুৰাতকৈও অধিক হৈ পৰিছে কুকুৰাৰ কণীৰ মূল্য! জানক সবিশেষ…

      May 17, 2025
      নিজ গাঁৱতেই প্ৰৱেশ বন্ধ হ’ল অভিনেতাৰ সৈতে ভয়ংকৰ কাণ্ডৰ লগত জড়িত মহিলাৰ
      Top News

      নিজ গাঁৱতেই প্ৰৱেশ বন্ধ হ’ল অভিনেতাৰ সৈতে ভয়ংকৰ কাণ্ডৰ লগত জড়িত মহিলাৰ

      May 17, 2025
      কৃষ্ণসাৰ হৰিণৰ চিকাৰৰ গোচৰত ছলমান খান সহিতে অন্য তাৰকাৰ বিৰুদ্ধে শুনানি…

      পুনৰ গাজাত ইজৰাইলৰ বিমান আক্ৰমণ, ৩১টা শিশুসহ ১০৮জনৰ সৈতে শোকাৱহ ঘটনা

      প্ৰথমবাৰলৈ জেলেনস্কি-পুটিনৰ মুখামুখি সাক্ষাৎ, যুদ্ধৰ অন্ত পৰাৰ সম্ভাৱনা!
      Top News

      ৩ বছৰৰ পাছত ৰাছিয়া-ইউক্ৰেইনৰ বৈঠক, জেলেনস্কিৰ ডাঙৰ দাবী…

      May 17, 2025
      আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল
      Top News

      আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

      May 17, 2025
      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist