• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

টি-২০ ক্ৰিকেটত আন এক অভিলেখৰ গৰাকী হ’ল ৰাছিদ খান

Nation NE by Nation NE
September 2, 2025
in Top News, ক্ৰীড়া
0 0
টি-২০ ক্ৰিকেটত আন এক অভিলেখৰ গৰাকী হ’ল ৰাছিদ খান
Share on FacebookShare on TwitterWhatsApp

আফগানিস্তানৰ তাৰকা লেগ স্পিনাৰ ৰাছিদ খানে ৰচিলে ইতিহাস। টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক উইকেট দখল কৰা বলাৰৰ শীৰ্ষ স্থানত উপনীত হ’ল ৰাছিদ খান। নিউজিলেণ্ডৰ টিম ছাউথিক অতিক্ৰম কৰি এই বিশেষ কৃতিত্বৰ অধিকাৰী হয় আফগানিস্তানৰ ক্ৰিকেটাৰগৰাকী।

এই পৰ্যন্ত ৰাছিদ খানে সংগ্ৰহ কৰিছে ১৬৫টা উইকেট। ইয়াৰ পূৰ্বে শীৰ্ষ স্থানত থকা ছাউথিয়ে নিজৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত ১২৬খন মেচৰ ১২৩টা ইনিংছত ১৬৪টা উইকেট দখল কৰিছিল। আনহাতে ৰাছিদ খানে মাত্ৰ ৯৮খন মেচতেই সৰ্বাধিক উইকেট দখলৰ অভিলেখ গঢ়ে।

টি-২০ত সৰ্বাধিক উইকেট দখল কৰা বলাৰ

ৰাছিদ খান – ১৬৫ উইকেট

টিম ছাউথি – ১৬৪ উইকেট

ঈশ সোধি – ১৫০ উইকেট

ছাকিব আল হাছান – ১৪৯ উইকেট

মুস্তাফিজুৰ ৰহমান – ১৪২ উইকেট

ত্ৰিদেশীয় শৃংখলাৰ তৃতীয়খন মেচত ইউ এ ইৰ বিৰুদ্ধে খেলা মেচখনত ২৬ বছৰীয়া ৰাছিদে এই কৃতিত্ব অৰ্জন কৰে। মেচখনত ৰাছিদে ৪ অভাৰত মাত্ৰ ২১ ৰান খৰচ কৰি ৩ উইকেট দখল কৰে।

কেৱল এয়াই নহয়, ৰাছিদে অধিনায়ক হিচাপে টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৫০টা উইকেট দখল কৰাৰো কৃতিত্ব গঢ়ে। এই কৃতিত্ব গঢ়া তেওঁ বিশ্বৰ পঞ্চমগৰাকী অধিনায়ক।

Tags: AfghanistanInternational CricketRashid KhanT-20

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025