• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
18 °c
Guwahati
19 ° Tue
18 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অৱসৰৰ ইংগিত নেকি? ৰাছিদ খানৰ সিদ্ধান্তত ক্ৰিকেট জগতত চাঞ্চল্য

Nation NE by Nation NE
June 12, 2025
in Top News, BIG BREAKING, ক্ৰীড়া
0 0
অৱসৰৰ ইংগিত নেকি? ৰাছিদ খানৰ সিদ্ধান্তত ক্ৰিকেট জগতত চাঞ্চল্য
Share on FacebookShare on TwitterWhatsApp

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ তাৰকা স্পিনাৰ ৰাছিদ খান সন্দৰ্ভত আহিছে ডাঙৰ খবৰ। শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা আই পি এলত শোচনীয় প্ৰদৰ্শন আগবঢ়োৱা আফগানিস্তানৰ স্পিনাৰগৰাকীয়ে কিছুসময়ৰ বাবে ক্ৰিকেটৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই খবৰে ক্ৰিকেটাৰগৰাকীৰ অনুৰাগীৰ মাজত যথেষ্ট প্ৰতিক্ৰিয়া তথা কৌতুহলৰ সৃষ্টি কৰিছে।

ৰাছিদ খানে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ চিন্তা চৰ্চা কৰিছে নেকি বুলিও ছ’চিয়েল মিডিয়াৰ জৰিয়তে বহুতো অনুৰাগীয়ে উদ্বেগ প্ৰকাশ কৰিছে।

উল্লেখ্য যে, ১৩ জুন অৰ্থাত শুকুৰবাৰৰ পৰা আমেৰিকাত আৰম্ভ হ’ব মেজৰ লীগ ক্ৰিকেট। এই টুৰ্ণামেণ্টখনৰ আগন্তুক ছিজনত ৰাছিদ খানে অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাছিদ খানৰ অনুপস্থিতি এম আই নিউয়ৰ্ক দলে বাৰুকৈয়ে অনুভৱ কৰিব।

বিগত বৰ্ষৰ ছিজনত ৰাছিদ খানে সুন্দৰ প্ৰদৰ্শন আগবঢ়াই ৬.১৫ ইক’নমি ৰেটৰ সহায়ত ১০টা উইকেট দখল কৰিছিল। কিন্তু শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা আই পি এলত দেখুওৱা নিৰাশাজনক প্ৰদৰ্শনৰ বাবে যথেষ্ট সমালোচনা সন্মুখীন হৈছিল আৰু সেয়ে তেওঁ কিছু সময়ৰ বাবে ক্ৰিকেটৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে।

Tags: #cricketInternational CricketMLCRashid Khan

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

December 8, 2025
‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

December 7, 2025
পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….
Top News

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

December 7, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025