• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
25 °c
Guwahati
24 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কোন হ’ব ৰতন টাটাৰ বিশাল সাম্ৰাজ্যৰ উত্তৰাধিকাৰী?

Nation NE by Nation NE
October 10, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
অসুস্থ ৰতন টাটা; মুম্বাইৰ হাস্পতালৰ ICU-ত ভৰ্তি প্ৰখ্যাত ব্যৱসায়ীগৰাকীক
Share on FacebookShare on TwitterWhatsApp

টাটা গ্ৰুপৰ প্ৰাক্তন অধ্যক্ষ ৰতন টাটা আৰু আমাৰ মাজত নাই। বুধবাৰে মুম্বাইৰ  ব্ৰীজকেণ্ডি হস্পিতালত শেষ উশাহ নিশ্বাহ ত্যাগ কৰে উদ্যোগপতিগৰাকীয়ে। তেওঁ কেৱল এগৰাকী ব্যৱসায়িক টাইকুনেই নহয়, নিজৰ জনহিতকৰ কামৰ বাবেও তেওঁ জনাজাত আছিল।

বিগত কেইবছৰমানৰ পৰা, তেওঁ নৱ-প্ৰজন্মক উৎসাহিত কৰিবলৈ ষ্টাৰ্টআপত বিনিয়োগ কৰি আছিল।  ৰাজকীয় সন্মানেৰে বিদায় দিয়া হ’ব উদ্যোগপতি ৰতন টাটাক।বৰ্তমানলৈ কোনো ব্যৱসায়ীয়ে এনেধৰণৰ সন্মান লাভ কৰা নাই। এতিয়া তেওঁৰ মৃত্যুৰ পিছত, আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল তেওঁৰ পিছত কোন হ’ব  টাটা উত্তৰাধিকাৰী জানিবলৈ চেষ্টা কৰোঁ আহক-

টাটা গ্ৰুপৰ উত্তৰাধিকাৰী পৰিকল্পনা–

টাটা গোটৰ উত্তৰাধিকাৰী পৰিকল্পনাক লৈ দেশৰ সকলো জনসাধাৰণৰ মাজত যথেষ্ট কৌতূহল আছে। দেশৰ ১৪০ কোটি মানুহে জানিব বিচাৰে যে ইমান ডাঙৰ সাম্ৰাজ্যৰ নেতৃত্ব কোনে ল’ব?

টাটা গোটত উত্তৰাধিকাৰীৰ পৰিকল্পনা ভালদৰে প্ৰতিষ্ঠিত হৈছে। এন চন্দ্ৰশেখৰণে ২০১৭ চনৰ পৰা হোল্ডিং কোম্পানী টাটা চন্সৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। পৰিয়ালৰ আন সদস্যসকলে ব্যৱসায়ৰ বিভিন্ন অংশত নেতৃত্ব দি আছে। ভৱিষ্যতে দলটোক নেতৃত্ব দিবলৈ বহুতো প্ৰাৰ্থী আছে।

নোয়েল টাটা: নোয়েল টাটা হৈছে ৰতন টাটাৰ সতীয়া ভাই, যি ৰতন টাটাৰ পিতৃৰ  দ্বিতীয় পত্নীৰ সন্তান। এনে পৰিস্থিতিত, নোয়েল টাটা হৈছে ৰতন টাটাৰ বিশাল সাম্ৰাজ্য চম্ভালিব পৰা অন্যতম মুখ্য প্ৰতিযোগী। নোয়েল টাটাৰ তিনিটা সন্তান আছে – মায়া, নেভিল আৰু লিয়া টাটা, যি গোটটোৰ সম্ভাৱ্য উত্তৰাধিকাৰী হ’ব পাৰে।

মায়া টাটা: ৩৪ বছৰীয়া মায়া টাটাই, টাটা গ্ৰুপত নিৰন্তৰ আগবাঢ়ি আছে। বেইছ বিজনেছ স্কুল আৰু ৱাৰউইক বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত, তেওঁ টাটা অপাৰচুনিটিজ ফাণ্ড আৰু টাটা ডিজিটেলত গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হৈছে। বিশেষকৈ, তেওঁ টাটা নিউ এপ মুকলি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল, তেওঁৰ কৌশলগত দক্ষতা আৰু দূৰদৰ্শিতা প্ৰদৰ্শন কৰিছিল।

নেভিল টাটা: ৩২ বছৰীয়া নেভিল টাটা সক্ৰিয়ভাৱে পাৰিবাৰিক ব্যৱসায়ত নিয়োজিত হৈ আছে। টয়োটা কিৰ্লোস্কাৰ গ্ৰুপৰ মানসী কিৰ্লোস্কাৰৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা নেভিলে ট্ৰেণ্ট লিমিটেডৰ অধীনৰ ষ্টাৰ বজাৰ নামৰ কোম্পানীটোৰ মুৰব্বী।

লিয়া টাটা: ৩৯ বছৰীয়া লিয়া টাটাই, টাটা গোটৰ আতিথ্য খণ্ডত নিজৰ চাপ এৰিছে। স্পেইনৰ আইই বিজনেছ স্কুলত শিক্ষা লাভ কৰা লিয়া টাটাই তাজ হোটেল ৰিজৰ্ট আৰু পেলেচত গুৰুত্বপূৰ্ণ পদত কাম কৰিছে।

বৰ্তমান, ইণ্ডিয়ান হোটেল কোম্পানীয়ে আতিথ্য উদ্যোগত গোটটোৰ উপস্থিতি চম্ভালি আছে।

৪০০ বিলিয়ন টাটা গ্ৰুপ

প্ৰতিবেদন  অনুসৰি, আগষ্ট ২০২৪ লৈকে, টাটা গ্ৰুপৰ সকলো কোম্পানীৰ সম্মিলিত বজাৰ মূলধন হৈছে ৪০০ বিলিয়ন ডলাৰ বা প্ৰায় ৩৫  লাখ কোটি টকা।

বৰ্তমান, কোম্পানীটোৰ ২৯ টা কোম্পানী শ্বেয়াৰ বজাৰত তালিকাভুক্ত কৰা হৈছে। গোটটোৰ আটাইতকৈ ডাঙৰ কোম্পানীটো হৈছে টাটা কনসালটেন্সি।

৯ অক্টোবৰ ২০২৪ তাৰিখলৈকে কোম্পানীটোৰ বজাৰ মূলধন আছিল ১৫,৩৮,৫১৯.৩৬ কোটি টকা। টিচিএছ হৈছে বজাৰ মূলধনৰ ক্ষেত্ৰত দেশৰ দ্বিতীয় সৰ্ববৃহৎ আৰু দেশৰ সৰ্ববৃহৎ আইটি কোম্পানী। ৰতন টাটাৰ নেতৃত্বত টিচিএছে সৰ্বাধিক বৃদ্ধি দেখে আৰু ইনফোচিছ আৰু উইপ্ৰোৰ দৰে বৃহৎ আইটি কোম্পানীক অতিক্ৰম কৰি ১ নম্বৰ স্থান দখল কৰে।

Tags: BusinessmanLeaderRatan Tata

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025