• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, December 7, 2025
19 °c
Guwahati
19 ° Mon
19 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মাত্ৰ ২৭ খন মেচ খেলা এইজন ক্ৰিকেটাৰক অধিনায়কৰ দায়িত্ব দিলে RCB-এ

Nation NE by Nation NE
February 13, 2025
in Top News, ক্ৰীড়া
0 0
মাত্ৰ ২৭ খন মেচ খেলা এইজন ক্ৰিকেটাৰক অধিনায়কৰ দায়িত্ব দিলে RCB-এ
Share on FacebookShare on TwitterWhatsApp

আই পি এৰ আগন্তুক ছিজনৰ বাবে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ঘোষণা কৰিলে অধিনায়কৰ নাম। বৃহস্পতিবাৰে ঘোষণা কৰা অনুসৰি পৰৱৰ্তী ছিজনত আৰ চি বিক নেতৃত্ব প্ৰদান কৰিব ৰজত পাটিদাৰে। দলটোৰ ফ্ৰেঞ্চাইজিয়ে এক বিশেষ অনুষ্ঠানৰ জৰিয়তে পাটিদাৰৰ নাম ঘোষণা কৰে।

২০২১ চনত আৰ চি বিৰ হৈ আইপিএলত অভিষেক ঘটিছিল পাটিদাৰৰ। তেওঁ এই পৰ্যন্ত আই পি এলৰ ২৭খন মেচ খেলি ৭৯৯ ৰান সংগ্ৰহ কৰিছে। এই সময়ছোৱাত তেওঁৰ গড় আছিল ৩৪.৭৪ আৰু ষ্ট্ৰাইক ৰেট আছিল ১৫৮.৮৫।

ঘৰুৱা ক্ৰিকেটত মধ্যপ্ৰদেশ দলক নেতৃত্ব প্ৰদান কৰাৰ অভিজ্ঞতা আছে পাটিদাৰৰ।

উল্লেখ্য যে, দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ক্ৰিকেটাৰ ফাফ ডু প্লেছিছে বিগত তিনিটা ছিজনত আৰ চি বিক নেতৃত্ব প্ৰদান কৰিছিল যদিও এইবাৰৰ মেগা নিলামৰ পূৰ্বে ফ্ৰেঞ্চাইজিটোৱে ডু প্লেছিছক মুকলি কৰি দিছিল।

ডু প্লেছিছক মুকলি কৰি দিয়াৰ পিছৰে পৰা চৰ্চা চলিছিল কোন হ’ব আৰ চি বিৰ পৰৱৰ্তী অধিনায়ক। দলটোৰ অনুৰাগী তথা বহু অভিজ্ঞ ক্ৰিকেট বিশ্লেষকে দলটোৰ নেতৃত্ব পুনৰবাৰ বিৰাট কোহলীয়ে ল’ব লাগে বুলি দাবী কৰিছিল। কিন্তু কোহলীয়ে অধিনায়কৰ দায়িত্ব গ্ৰহণ কৰিবলৈ আগ্ৰহ প্ৰকাশ নকৰাত অৱশেষত দলটোৱে প্ৰতিভাধৰ ক্ৰিকেটাৰ ৰজত পাটিদাৰকে নেতৃত্বৰ দায়িত্ব দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।

Tags: IPLRajat PatidarRCBVirat Kohli

Related Posts

পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…
Top News

December 7, 2025
ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….
Top News

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

December 7, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

শীৰ্ষ সংবাদ

পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025