• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
23 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

TMC গ’লেহে প্ৰকৃত উন্নয়ন হ’ব পশ্চিম বংগৰ : মমতা বেনাৰ্জীক সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ

Nation NE by Nation NE
August 22, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
TMC গ’লেহে প্ৰকৃত উন্নয়ন হ’ব পশ্চিম বংগৰ : মমতা বেনাৰ্জীক সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ
Share on FacebookShare on TwitterWhatsApp

বিহাৰৰ গয়াত প্ৰায় ১৩ হাজাৰ কোটি টকাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা আৰু উদ্বোধন কৰাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগত উপস্থিত হয়। ইয়াত ৰাজধানী কলকাতাত কোটি কোটি টকা ব্যয়ৰে নিৰ্মিত মেট্ৰ’ উদ্বোধন কৰি ৰাজহুৱা সভাত ভাষণ দিয়ে।

ভাষণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘যি সময়ত দুৰ্গা পূজাৰ প্ৰস্তুতি আৰম্ভ হৈছে, সেই সময়ত মই কলকাতালৈ আহিছো। নতুন ৰঙেৰে আৰু নতুন স্পন্দনেৰে সজাই তোলা হৈছে কলকাতা। যেতিয়া উন্নয়নৰ উৎসৱটো বিশ্বাস আৰু আনন্দৰ উৎসৱৰ সৈতে জড়িত হৈ থাকে, তেতিয়া সুখ দুগুণ হয়। ইয়াৰ পৰা অলপ দূৰৈত কলকাতা মেট্ৰ’ আৰু হাইৱেৰ সৈতে জড়িত বৃহৎ প্ৰকল্পসমূহৰ আধাৰশিলা স্থাপন কৰাৰ লগতে উদ্বোধন কৰাৰ সুযোগ পাইছো।’

এই বিশেষ উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে বংগক মমতা চৰকাৰক ৰাজ্যৰ পৰা উৎখাত কৰিবলৈ আহ্বান জনায়। পশ্চিম বংগৰ মমতা চৰকাৰৰ সন্দৰ্ভত তেওঁ কয় যে অপৰাধ আৰু দুৰ্নীতি টিএমচি চৰকাৰৰ পৰিচয় হৈ পৰিছে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে প্ৰকৃত পৰিৱৰ্তন তেতিয়াহে আহিব যেতিয়া তৃণমূল কংগ্ৰেছ শাসনৰ পৰা অপসাৰিত হ’ব।

তেওঁ লগতে কয় যে বিগত ১১ বছৰত কেন্দ্ৰৰ বিজেপি চৰকাৰে পশ্চিম বংগৰ উন্নয়নৰ বাবে ধাৰাবাহিকভাৱে প্ৰতিটো ধৰণৰ সহায় আগবঢ়াই আহিছে। কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এ চৰকাৰে ১০ বছৰত বংগৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে যিমান টকা দিছিল, আমাৰ ভাৰত চৰকাৰে তাৰ ৩ গুণতকৈও অধিক ধন বংগক দিছে। বংগৰ ৰে’লৱেৰ বাজেট পূৰ্বৰ তুলনাত তিনিগুণ বৃদ্ধি কৰা বুলিও উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

Tags: BJPMamata BanerjeeNarendra ModiTMCWest Bengal

Related Posts

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ
Top News

March 12, 2026
যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 12, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 12, 2026

শীৰ্ষ সংবাদ

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025