• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

গণেশ চতুৰ্থী কিয় পালন কৰা হয়? জানক এই উৎসৱ পালনৰ আঁৰৰ কিছু কাহিনী…

Nation NE by Nation NE
August 26, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
গণেশ চতুৰ্থী কিয় পালন কৰা হয়? জানক এই উৎসৱ পালনৰ আঁৰৰ কিছু কাহিনী…
Share on FacebookShare on TwitterWhatsApp

গণেশ চতুৰ্থী হিন্দু ধৰ্মৰ এক প্ৰমুখ আৰু অতিকৈ লোকপ্ৰিয় উৎসৱ। এই উৎসৱ ১০ দিন ধৰি পালন কৰা হয়। যাক ভগবান গণেশৰ জন্মোৎসৱ হিচাপে পালন কৰা হয়। সমগ্ৰ দেশতে বিশেষকৈ মহাৰাষ্ট্ৰ, কৰ্ণাটক, তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশত অতি ধুম-ধামেৰে পালন কৰা হয়

ভক্তসকলে এই দিনকেইটাত ভগবান গণেশৰ মূৰ্তি নিজ গৃহত স্থাপন কৰে। তেওঁক পূজা-অৰ্চনা কৰে আৰু ১০ দিনৰ দিনাখন গণেশ বিসৰ্জন কৰে। এই উৎসৱ উদযাপনৰ সৈতে কেইবাটাও পৌৰাণিক তথা ধাৰ্মিক কাহিনী জড়িত হৈ আছে।

হিন্দু পৌৰাণিক কাহিনী অনুসৰি, এবাৰ দেৱী পাৰ্বতীয়ে স্নান কৰিবলৈ যাওঁতে কোনোৱে যাতে ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে দুৱাৰৰক্ষী হিচাপে নিজৰ যোগ শক্তিৰে সৃষ্টি কৰি এটি শিশুক নিযুক্তি দিবলগীয়া হৈছিল। এই শিশুটি আন কোনো নাছিল, ভগবান গণেশ আছিল। শিশু গণেশেও মাতৃৰ নিৰ্দেশ মানি পহৰা দি আছিল। সেই সময়তে ভগৱান শিৱ সেই ঠাইলৈ আহি ভিতৰলৈ যাবলৈ চেষ্টা কৰিলে। গণেশে তেওঁক ভিতৰলৈ যোৱাত বাধা দিলে। এটা শিশুৱে তেওঁক বাধা দিয়া দেখি ভগৱান শিৱ খং উঠিল। আনকি গণেশে যেতিয়া শিৱক মাকৰ আদেশৰ কথা কৈছিল, তেতিয়াও শিৱই ইয়াক তেওঁৰ প্ৰতিপত্তিৰ অপমান বুলি গণ্য কৰিছিল।

কথা-বতৰা আৰু বিবাদ বাঢ়ি অহাৰ লগে লগে ভগৱান শিৱই খঙত গণেশৰ মূৰ ত্ৰিশূলেৰে কাটি পেলালে। দেৱী পাৰ্বতীয়ে এই কথা গম পাই বৰ দুখী হৈ বিশ্বব্ৰহ্মাণ্ড ধ্বংস কৰাৰ ভাবুকি দিছিল। চৌদিশে বিশৃংখল হৈ পৰিল। দেৱ-ঋষিসকলে পাৰ্বতী দেৱীক শান্ত কৰিবলৈ চেষ্টা কৰিছিল। তেতিয়া ভগৱান শিৱই তেওঁৰ গণক উত্তৰ দিশলৈ গৈ তেওঁলোকে পোৱা প্ৰথম জীৱৰ মূৰটো আনিবলৈ ক’লে। গণে হাতী এটা পালে, যাৰ মূৰ লৈ আনিলে। ভগৱান শিৱই সেই হাতীৰ মূৰটো গণেশৰ ডিঙিত সংলগ্ন কৰি ভগবান গণেশক নতুন জীৱন দিলে। শিৱই তেওঁক আশীৰ্বাদ দিলে যে, যিকোনো শুভ কাম আৰম্ভ হোৱাৰ আগতেই তেওঁক পূজা কৰা হ’ব। এই ঘটনাৰ স্মৃতিত প্ৰতি বছৰে গণেশ চতুৰ্থী উৎসৱ পালন কৰা হয়।

গণেশ চতুৰ্থী কেৱল ভগৱান গণেশৰ জন্মৰ উদযাপন নহয়, এই উৎসৱ আন বহুতো গুৰুত্বপূৰ্ণ কথাৰ প্ৰতীক। ভগৱান গণেশক প্ৰজ্ঞা আৰু জ্ঞানৰ দেৱতা বুলি গণ্য কৰা হয়। এই দিনটোত তেওঁক পূজা কৰিলে জ্ঞান, সমৃদ্ধি আৰু সফলতা লাভ হয়। তেওঁক বিঘ্নহৰ্তা বুলিও কোৱা হয়, যাৰ অৰ্থ হৈছে ‘বিঘিনি দূৰ কৰা’। গতিকে যিকোনো নতুন কাম আৰম্ভ হোৱাৰ পূৰ্বেই তেওঁক পূজা কৰা হয় যাতে আহিবলগীয়া সকলো বাধা দূৰ কৰিব পৰা যায়। গণেশ চতুৰ্থী উৎসৱে মানুহক একত্ৰিত কৰে। মানুহে একেলগে পেণ্ডেল সজাই পূজা কৰে আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে। ই সম্প্ৰদায়ৰ মনোভাৱক শক্তিশালী কৰে। এইদৰে গণেশ চতুৰ্থী কেৱল ধৰ্মীয় অনুষ্ঠান নহয়, বিশ্বাস, জ্ঞান আৰু সামাজিক ঐক্যৰ বাৰ্তা প্ৰদান কৰা উৎসৱ। এই আমাক শিকাইছে যে জীৱনৰ বাধাবোৰ আঁতৰাই আমি কেনেদৰে আগবাঢ়ি যাব পাৰো।

Tags: Ganesh ChaturthiReligiousWorship

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025