• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, December 7, 2025
19 °c
Guwahati
19 ° Mon
19 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

উন্নয়নৰ বাধাৰ প্ৰাচীৰ TMC : বংগ কন্যা মমতা বেনাৰ্জীক ক্ষুৰধাৰ সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ

Nation NE by Nation NE
July 18, 2025
in Top News, ৰাজনীতি, ৰাষ্ট্ৰীয়
0 0
উন্নয়নৰ বাধাৰ প্ৰাচীৰ TMC : বংগ কন্যা মমতা বেনাৰ্জীক ক্ষুৰধাৰ সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফাইল ফটো।

Share on FacebookShare on TwitterWhatsApp

পশ্চিম বংগৰ বিকাশ আৰু উন্নয়নত বাধাৰ প্ৰাচীৰ হৈ আছে মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল চৰকাৰ। শুকুৰবাৰে পশ্চিম বংগত এখন বিশাল ৰাজহুৱা সভা সম্বোধন কৰি এই মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

মমতা বেনাৰ্জীক আক্ৰমণৰ লক্ষ্য কৰি লৈ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে পশ্চিম বংগৰ জনতাই পৰিৱৰ্তন আৰু উন্নয়ন বিচাৰিছে, কিন্তু উন্নয়নৰ সন্মুখত বাধাৰ প্ৰাচীৰ হৈ আছে ৰাজ্য চৰকাৰ।

পশ্চিম বংগৰ দুৰ্গাপূৰত অনুষ্ঠিত জনসভাত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যখনৰ বাবে ৫,৪০০ কোটি টকাৰ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে তৃণমূলক পোনপটীয়াকৈ আক্ৰমণ কৰি কয়, ‘তৃণমূল চৰকাৰ বংগৰ উন্নয়নৰ সন্মুখত দেৱালৰ দৰে থিয় হৈ আছে। যিদিনা এই দেৱালখন ভাঙি যাব, সেইদিনোটৰ পৰাই বংগই বিকাশৰ গতি ল’ব।’

তেওঁ পুনৰ কয় যে ‘তৃণমূল চৰকাৰ গ’লেহে প্ৰকৃত পৰিৱৰ্তন আহিব।’

ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে নিবনুৱা সমস্যা আৰু প্ৰব্ৰজনক লৈও উদ্বেগ প্ৰকাশ কৰে। তেওঁ কয় যে এসময়ত মানুহে বংগলৈ কৰ্মসংস্থাপনৰ বাবে আহিছিল, কিন্তু আজি পৰিস্থিতি সম্পূৰ্ণৰূপে সলনি হৈছে। তেওঁ কয়, ‘আজি পশ্চিম বংগৰ যুৱক-যুৱতীসকলে সৰু সৰু চাকৰিৰ বাবে অন্য ৰাজ্যলৈ ঢাপলি মেলিবলৈ বাধ্য হৈছে।’

প্ৰধানমন্ত্ৰীয়ে পশ্চিম বংগৰ জনতাক আহ্বান জনাই কয়, ‘বিজেপিৰ হৈ আপোনালোকক অনুৰোধ জনাইছো যে এবাৰ বিজেপিক সুযোগ দিয়ক। কঠোৰ পৰিশ্ৰমী, সৎ আৰু শক্তিশালী চৰকাৰ বাছি লওক।’

Tags: BJPmamta banerjeeNarendra ModiTMCWest Bengal

Related Posts

পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…
Top News

December 7, 2025
ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….
Top News

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

December 7, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

শীৰ্ষ সংবাদ

পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025