• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
18 °c
Guwahati
18 ° Wed
18 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

৩ লাখ টকাৰ চাহ, ২০০ কোটি টকাৰ সোণৰ বাথৰুম, নীতা আম্বানীৰ কিছু অদ্ভুত চখৰ বিষয়ে জানি আচৰিত হ’ব আপুনি

Nation NE by Nation NE
October 27, 2024
in Top News, বিনোদন
0 0
৩ লাখ টকাৰ চাহ, ২০০ কোটি টকাৰ সোণৰ বাথৰুম, নীতা আম্বানীৰ কিছু অদ্ভুত চখৰ বিষয়ে জানি আচৰিত হ’ব আপুনি
Share on FacebookShare on TwitterWhatsApp

ভাৰত তথা এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি মুকেশ আম্বানীৰ নাম আৰু পত্নী নীতা আম্বানীৰ নাম নথকাটো সম্ভৱ নহয়। নীতা আম্বানীয়েও ব্যৱসায়ত নিজৰ স্বামীক সমানে সহায় কৰে।

নিজাকৈ সংগঠনো গঠন কৰি তাৰ পৰা বহু উপাৰ্জন কৰে। তেওঁৰ ইমানেই ধন-সম্পত্তি আছে যে, তেওঁ পৃথিৱীৰ ৫০খনতকৈও অধিক দেশ সহজেই কিনিব পাৰে। নীতা আম্বানীৰ কিছুমান অদ্ভুত চখৰ কথা জানো আহক।

  • ৩ লাখ টকাৰ চাহ

৩ লাখ টকাৰে আৰম্ভ হয়- মুকেশ আম্বানীৰ পত্নী নীতা আম্বানীৰ দিনটো। নীতা আম্বানীয়ে প্ৰতিদিনে পুৱা বিশেষভাৱে বনোৱা কাপত চাহ খায়, যাৰ দাম মাত্ৰ ৩ লাখ টকা। কেৱল এয়াই নহয়, চাহক স্বাস্থ্যসন্মত কৰি তুলিবলৈ বহিঃৰাজ্যৰ পৰাও চাহ আমদানি কৰা হয়।লগতে কেতিয়াবা, জাপানীজ বিশেষ পাত্ৰত চাহ খায়।

  • হেণ্ডবেগ আৰু জোতা

নীতা আম্বানীৰ হেণ্ডবেগ খুবেই আকৰ্ষিত। চেনেল, গোয়াৰ্ড আৰু জিম্মীৰ জোতাৰ দৰে বিশ্বৰ বিখ্যাত ব্ৰেণ্ডৰ হেণ্ডবেগ তেওঁৰ ষ্টাইলত অন্তৰ্ভুক্ত কৰা হৈছে। নীতাই বেছিভাগ সময়তে ক্লাচৰ বেগ ব্যৱহাৰ কৰে। সেইবোৰৰ মূল্যও লাখ লাখ টকা বুলি কোৱা হয়। সেইবোৰৰ দাম ৩-৪ লাখ টকাৰ পৰা আৰম্ভ হয়। ষ্টাইলিছ জোতাৰ প্ৰতি বৰ আকৰ্ষণ নীতা আম্বানীৰ।

এখন ইংৰাজী বাতৰি কাকতৰ মতে, নীতা আম্বানীয়ে কেতিয়াও নিজৰ সাজ-পোছাক আৰু জোতাৰ পুনৰাই পৰিধান নকৰে। তেওঁৰ ওচৰত পেড্ৰ’, গাৰ্চিয়া, জিম্মি শ্বু’, পেলমোডা, মাৰ্লিন ব্ৰেণ্ডৰ জোতা আৰু চেণ্ডেল আছে। এই আটাইকেইটা ব্ৰেণ্ডৰ জোতাৰ দাম আৰম্ভণিতে ১ লাখতকৈও অধিক।

  • পৃথিৱীৰ আটাইতকৈ দামী বাথৰুম

মানুহে গা ধোৱাৰ বাবে সৰ্বাধিক এক-দুই কোটি খৰচ কৰিব পাৰে। কিন্তু যদি আমি নীতা আম্বানীৰ বাথৰুমৰ কথা কওঁ, তেন্তে সেয়া পৃথিৱীৰ আটাইতকৈ বিলাসী বাথৰুম। সূত্ৰ অনুসৰি, এই বাথৰুমৰ দাম প্ৰায় ২০০ কোটি টকা।

  • বিশ্বৰ আটাইতকৈ দামী ফোন

একেদৰে নীতা আম্বানীয়ে ব্যৱহাৰ কৰা ফোনটোও সোণেৰে কাষ্ট’মাইজ কৰা হৈছে। যিটো নীতা আম্বানীয়ে সদায় নিজৰ লগত ৰাখে। ইয়াৰ খৰচ প্ৰায় ৩০০ কোটি টকা। এই স্মাৰ্টফোনৰ বিশেষত্ব হৈছে- ইয়াক সোণেৰে আৱৰণ দিয়া হৈছে।

  • বিশ্বৰ আটাইতকৈ দামী পানী

নীতা আম্বানীয়ে খোৱা পানীও অতি মূল্যৱান। এই পানীৰ দাম ইমানেই বেছি যে, সাধাৰণ মানুহে নিজৰ জীৱনকালত এই পানী কেতিয়াও পান কৰিব নোৱাৰে। নীতা আম্বানীয়ে যি বটলৰ পৰা পানী খায়, সেই পানী বটলৰ মূল্য প্ৰায় ৪০ লাখ টকা।

এই পানী বটল বিদেশী কোম্পানী Acqua di Cristallo Tributo য়ে প্ৰস্তুত কৰিছে আৰু ইয়াক প্ৰস্তুত কৰিবলৈ বিশুদ্ধ সোণ ব্যৱহাৰ কৰা হয়। কোৱা হয় যে, এইটোৱেই এই বটলৰ বিশেষত্ব। তাত পানী ভৰোৱাৰ লগে লগে নিয়মিত পৰিমাণৰ সোণ পানীতে দ্ৰৱীভূত হয়।

Tags: entertainmentIndian newsLatest newsNita Ambani

Related Posts

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…
Top News

December 8, 2025
আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

ভাৰততকৈ অৰ্ধ ৰাছিয়াৰ GDP! বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ ভিতৰত ৰাছিয়াৰ স্থান ক’ত?
Top News

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

December 8, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

December 8, 2025
‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025

শীৰ্ষ সংবাদ

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025