• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
25 °c
Guwahati
24 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ

Nation NE by Nation NE
June 7, 2025
in Top News, ক্ৰীড়া
0 0
শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ
Share on FacebookShare on TwitterWhatsApp

ৰোহিত শৰ্মাই ক্ৰিকেটৰ দীঘলীয়া ফৰ্মেট টেষ্টৰ পৰা অৱসৰ ঘোষণা কৰাৰ পিছতেই ভাৰতীয় টেষ্ট দলৰ নেতৃত্ব প্ৰদান কৰিছে শুভমন গিলৰ ওপৰত। গিলক অধিনায়কত্ব প্ৰদান কৰা সন্দৰ্ভত প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অষ্ট্ৰেলিয়াৰ কিম্বদন্তী ক্ৰিকেটাৰ ৰিকি পণ্টিঙে।

ৰিকি পণ্টিঙে কয় যে টেষ্ট ক্ৰিকেটত শুভমন গিলে ভাল প্ৰদৰ্শন কৰিবলৈ হ’লে বেটিঙৰ গুৰুত্ব প্ৰদান কৰিব লাগিব আৰু অধিনায়কত্বৰ অতিৰিক্ত বোজাৰ পৰা আঁতৰাই ৰাখিবলৈ হ’লে চতুৰ্থ ক্ৰমত বেটিং কৰিব লাগিব।

উল্লেখ্য যে বিৰাট কোহলীয়ে অৱসৰ গ্ৰহণ কৰাৰ পিছৰে পৰা আগন্তুক সময়ত ভাৰতৰ হৈ চতুৰ্থ ক্ৰমত কোনে বেটিং কৰিব সেয়া চৰ্চাৰ বিষয় হৈ আছে। পণ্টিঙে এই সন্দৰ্ভত কয় যে অধিনায়কত্বৰ প্ৰাৰম্ভিক পৰ্যায়ত গিলে চতুৰ্থ স্থানত বেটিং কৰিব লাগে।

এটা সংবাদ সংস্থাক দিয়া সাক্ষাতকাৰত পণ্টিঙে কয়, ‘বগা বলৰ ফৰ্মেটত গিলৰ ফৰ্ম সাংঘাতিক। টেষ্ট বেটিঙত তেওঁৰ কিছু কৰণীয় আছে। নতুনকৈ অধিনায়কত্ব লাভ কৰাৰ পিছত কিছু কঠিন হয়। নতুনকৈ অধিনায়কত্ব লাভ কৰাৰ পিছত নিজৰ বেটিঙৰ কথা চিন্তা কৰাটো সহজসাধ্য নহয়।’

তেওঁ লগতে কয় যে ভাৰতে গিলক অধিনায়কত্ব প্ৰদান কৰাটো সঠিক সিদ্ধান্ত। দুবাৰৰ বিশ্বকাপ বিজয়ী অধিনায়ক পণ্টিঙে কয়, ‘শেহতীয়া অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত যেতিয়া ৰোহিতে ছিডনী টেষ্ট নেখেলাৰ সিদ্ধান্ত লৈছিল তেতিয়া মোৰ দৃষ্টি গিলৰ ওপৰত আছিল। যশপ্ৰীত বুমৰাহৰ ফিটনেছক লৈ মোৰ সন্দেহ আছিল আৰু মেচৰ সময়ত তেওঁ আঘাতপ্ৰাপ্ত হৈছিল।’

উল্লেখ্য যে, মাত্ৰ ২৫ বছৰ বয়সতে গিল শেহতীয়াকৈ ভাৰতৰ টেষ্ট অধিনায়ক হিচাপে নিযুক্তি পোৱা আটাইতকৈ কম বয়সীয়া খেলুৱৈসকলৰ ভিতৰত অন্যতম। গিলে এতিয়ালৈকে ৩২খন টেষ্ট মেচ খেলিছে, য’ত তেওঁ গড়ে ৩৫.০৫ ৰানত পাঁচটা শতককে ধৰি মুঠ ১৮৯৩ ৰান সংগ্ৰহ কৰিছে।

Tags: India vs EnglandRicky PontingShubman GillTest Cricket

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025