• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, May 6, 2026
26 °c
Guwahati
26 ° Thu
26 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

শিহৰণকাৰী! মন্দিৰ দৰ্শন কৰি আৰু ঘৰলৈ উভতি নাহিল ৭ গৰাকী লোক

Nation NE by Nation NE
September 25, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
শিহৰণকাৰী! মন্দিৰ দৰ্শন কৰি আৰু ঘৰলৈ উভতি নাহিল ৭ গৰাকী লোক

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

গুজৰাটৰ চাবৰকান্থা জিলাত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত ৭ জন লোকৰ কৰুণ মৃত্যু হৈছে। তীব্ৰবেগী এখন চাৰিচকীয়া বাহনে এখন ট্ৰাকৰ পিছফালত খুন্দা মৰাৰ ফলতেই সংঘটিত হয় এই শিহৰণকাৰী দুৰ্ঘটনাটো।

এই ভয়ংকৰ দুৰ্ঘটনাটোত এজন ব্যক্তি গুৰুতৰভাৱে আহত হৈছে। শ্যামলা জী মন্দিৰ দৰ্শন কৰি আহমেদাবাদলৈ উভতি আহি থকা সময়তে ৰাতিপুৱা প্ৰায় ৬ বজাত সংঘটিত হয় এই দুৰ্ঘটনা।

ঘটনাস্থলৰ পৰা লাভ কৰা তথ্য অনুসৰি, গাড়ীখনৰ গতিবেগ অতি বেছি আছিল, যাৰ বাবে গাড়ীখনে ট্ৰাকখনৰ সৈতে সংঘৰ্ষত লিপ্ত হয়।

দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে গাড়ীখনৰ ভিতৰত থকা লোকসকলক উদ্ধাৰ কৰোতে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল। গাড়ীখনত মুঠ ৮ জন লোক আছিল আৰু ইয়াৰে মাত্ৰ এজন লোকৰহে কথমপি প্ৰাণ ৰক্ষা পৰিছে।

মৃতদেহসমূহ উলিয়াই আনিবলৈ আৰক্ষীৰ লগতে উদ্ধাৰকাৰী দলে বিশেষ যন্ত্ৰৰ সহায়ত গাড়ীখন কাটিবলগীয়া হোৱা বুলিও জানিব পৰা গৈছে।

ইফালে, কি কাৰণত দুৰ্ঘটনাটো সংঘটিত হ’ল সেয়া জানিবলৈ আৰক্ষীয়ে ঘটনাস্থান পৰিদৰ্শন কৰাৰ লগতে স্থানীয় বাসিন্দা আৰু প্ৰত্যক্ষদৰ্শীৰ পৰাও তথ্য সংগ্ৰহ কৰি আছে।

Tags: #AccidentGujratHorrible Accident

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 6, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025