• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
25 °c
Guwahati
24 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ৰাছিয়ালৈ আছাদৰ ২৫ কোটি ডলাৰ

Nation NE by Nation NE
December 17, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ইৰাণত জোকাৰণি, দামাস্কাছত ইৰাণৰ দূতাবাসত প্ৰৱেশ বিদ্ৰোহীৰ
Share on FacebookShare on TwitterWhatsApp

ছিৰিয়াত বাছাৰ আল আছাদ চৰকাৰক উৎখাত কৰাৰ প্ৰায় ১০ দিন পাৰ হৈ গৈছে। ইয়াৰ পিছতেই এক ডাঙৰ তথ্য পোহৰলৈ আহিছে।

ৰাছিয়াই কেৱল সামৰিক আৰু কৌশলগত ঘাটিৰ ব্যৱস্থা কৰি ছিৰিয়াত বাছাৰ আল আছাদক সহায় কৰাই নহয়, ইয়াৰ বাবে আছাদ চৰকাৰেও বিপুল পৰিমাণৰ ধন দিছিল।

এক প্ৰতিবেদন অনুসৰি গৃহযুদ্ধৰ সময়ত ২০১৮ চনৰ পৰা ২০১৯ চনৰ ভিতৰত আছাদ চৰকাৰে মস্কোলৈ প্ৰায় ২৫ কোটি ডলাৰ (প্ৰায় ২১২০ কোটি টকা) নগদ ধন হস্তান্তৰ কৰিছিল। এই ধন হস্তান্তৰ কৰিবলৈ ডলাৰ আৰু ইউৰো ব্যৱহাৰ কৰা হৈছিল, আনহাতে এই সময়ছোৱাত ছিৰিয়া নিজেই বিদেশী মুদ্ৰাৰ সংকটৰ সন্মুখীন হৈছিল।

ৰাষ্ট্ৰীয় অস্ত্ৰ ৰপ্তানি কোম্পানী ৰ’ছ’ব’ৰ’নেক্সপ’ৰ্টৰ নিয়ন্ত্ৰণত ৰাছিয়াৰ ৰাছিয়ান ফাইনেন্সিয়েল কৰ্প’ৰেশ্যন বেংক (আৰ এফ কে)ত জমা হৈছিল এই নগদ ধন। প্ৰতিবেদন অনুসৰি, এই নগদ ধন হস্তান্তৰ সেই সময়ত কৰা হৈছিল যেতিয়া ছিৰিয়াত বাছাৰ আল আছাদৰ চৰকাৰ সম্পূৰ্ণৰূপে ৰাছিয়াৰ সামৰিক সহায়ৰ ওপৰত নিৰ্ভৰশীল আছিল।

আছাদ চৰকাৰে নগদ ধন কঢ়িয়াই কেইবাখনো বিমান ৰাছিয়ালৈ প্ৰেৰণ কৰিছে। উদাহৰণস্বৰূপে, ২০১৯ চনৰ ১৩ মে’ত নগদ ১ কোটি ডলাৰ (প্ৰায় ৮৫ কোটি) টকা লৈ এখন বিমান মস্কো পালেগৈ।

২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত ছিৰিয়াৰ কেন্দ্ৰীয় বেংকে বিমানযোগে মস্কোলৈ ২ কোটি ইউৰো (প্ৰায় ১৭৮ কোটি টকা) প্ৰেৰণ কৰিছিল। ২০১৮ চনৰ মাৰ্চৰ পৰা ২০১৯ চনৰ ছেপ্টেম্বৰৰ ভিতৰত ২১খন বিমানৰ জৰিয়তে মুঠ ২৫ কোটি ডলাৰ (প্ৰায় ২১২০ কোটি টকা) প্ৰেৰণ কৰা হৈছিল। কিন্তু এই লেনদেনৰ পূৰ্বে ২০১১ চনত আৰম্ভ হোৱা গৃহযুদ্ধৰ সময়ত ছিৰিয়াই কেতিয়াও ৰাছিয়ালৈ নগদ ধন প্ৰেৰণ কৰা নাছিল।

Tags: RussiaSyriaWar

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025