• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ইউক্ৰেইনৰ যাত্ৰীবাহী ৰে’লত ৰাছিয়াৰ ভয়ংকৰ আক্ৰমণ

Nation NE by Nation NE
October 4, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ইউক্ৰেইনৰ যাত্ৰীবাহী ৰে’লত ৰাছিয়াৰ ভয়ংকৰ আক্ৰমণ
Share on FacebookShare on TwitterWhatsApp

শনিবাৰে ৰাছিয়াৰ সেনা বাহিনীয়ে ইউক্ৰেইনৰ এখন যাত্ৰীবাহী ৰে’লত ভয়ংকৰ আক্ৰমণ সংঘটিত কৰে। এই আক্ৰমণত কেইবাজনো লোক আহত হোৱাৰ খবৰ আহিছে।

ইউক্ৰেইনৰ উত্তৰ ছুমি অঞ্চলৰ এটা ষ্টেচনত যাত্ৰীবাহী ৰে’লত ড্ৰ’ন আক্ৰমণত কেইবা ডজন লোক আহত হোৱা বুলি শনিবাৰে দেশখনৰ শীৰ্ষ বিষয়াসকলে জনায়।

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে টেলিগ্ৰামত লিখিছে, ‘ছুমি অঞ্চলৰ শ্ব’ষ্টকাত থকা ৰে’লৱে ষ্টেচনত ৰাছিয়াই ড্ৰ’ন আক্ৰমণ সংঘটিত কৰিছে। কেইবা ডজন যাত্ৰী আৰু ৰে’ল কৰ্মী আহত হৈছে।’

ৰাষ্ট্ৰপতি জেলেনস্কিয়ে লগতে এটা ভিডিঅ’ পোষ্ট কৰিছিল য’ত স্পষ্ট ৰূপত দেখা গৈছিল এখন ক্ষতিগ্ৰস্ত, জ্বলি থকা যাত্ৰীবাহী ৰে’ল।

এই আক্ৰমণ সংঘটিত হোৱা অঞ্চলটোৰ গভৰ্ণৰ ওলেহে কয় যে শ্ব’ষ্টকাৰ পৰা ৰাজধানী কীভ অভিমুখে গৈ থকা যাত্ৰীবাহী ৰে’লখনত এই আক্ৰমণ সংঘটিত হয়। আক্ৰমণৰ পিছতেই ঘটনাস্থলত চিকিৎসক আৰু উদ্ধাৰকাৰী দল উপস্থিত হয়।

Tags: Passenger TrainRussiaRussia-Ukraine WarUkraine

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025