• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
18 °c
Guwahati
18 ° Wed
18 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কেইবাজনো তাৰকাৰ অভিলেখ ভংগ ছাই সুদৰ্শনৰ

Nation NE by Nation NE
April 9, 2025
in Top News, ক্ৰীড়া
0 0
সুন্দৰ ফৰ্মত থকা ছাই সুদৰ্শনে ৰচিলে ইতিহাস; এই কৃতিত্ব গঢ়া প্ৰথমগৰাকী ভাৰতীয়
Share on FacebookShare on TwitterWhatsApp

ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে প্ৰথমে বেটিং কৰাৰ পিছত গুজৰাট টাইটানছৰ আৰম্ভণি বেয়া আছিল যদিও তাৰ পিছত ছাই সুদৰ্শন আৰু জোছ বাটলাৰে ইনিংছৰ পৰিস্থিতি সলনি কৰে। বাটলাৰ আৰু ছাই সুদৰ্শনে দ্বিতীয় উইকেটত ৮০ ৰান সংযোজন কৰি গুজৰাটৰ বাবে এটা ডাঙৰ লক্ষ্যৰ ভেটি স্থাপন কৰে।

আৰম্ভণি ভাল হোৱাৰ পিছতো বাটলাৰে নিজৰ ইনিংছ আগবঢ়াই নিবলৈ সক্ষম নহ’লেও ছাই সুদৰ্শনে ক্ৰিজত থাকি ৮২ ৰানৰ দৰ্শনীয় ইনিংছ খেলে। ছাই সুদৰ্শনে নিজৰ ইনিংছত ৫৩টা বলৰ মুখামুখি হৈ ৮টা চাৰি আৰু তিনিটা ছয়েৰে এই ইনিংছটো খেলে।

গুজৰাটে ২০ অভাৰত ৬ উইকেট হেৰুৱাই ২১৭ ৰান সংগ্ৰহ কৰি ৰাজস্থানক ২১৮ ৰানৰ লক্ষ্য বান্ধি দিয়ে। আজিৰ এই ইনিংছটোৰ জৰিয়তে ছাই সুদৰ্শনে নিজৰ নামত এক ডাঙৰ অভিলেখ গঢ়িবলৈ সক্ষম হয়।

কেইবাজনো মহান ক্ৰিকেটাৰৰ অভিলেখ ভংগ কৰিলে ছাই সুদৰ্শনে

আই পি এলৰ প্ৰথম ৩০ ইনিংছৰ পিছত এতিয়া সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ তালিকাত দ্বিতীয় স্থানত উপনীত হৈছে ছাই সুদৰ্শন। এই সময়ছোৱাত ছাই সুদৰ্শনে ক্ৰীছ গেইল, কেন উইলিয়ামছন আৰু মেথিউ হেডেনৰ অভিলেখ ভংগ কৰিছে। ছাই সুদৰ্শনে ৩০ ইনিংছৰ অন্তত ১৩০৭ ৰান সংগ্ৰহ কৰিছে।

একে সময়তে আই পি এলত প্ৰথম ৩০ ইনিংছৰ পিছত সৰ্বাধিক ৰান সংগ্ৰহৰ অভিলেখ শ্বন মাৰ্ছৰ নামত আছে। শ্বন মাৰ্ছৰ নামত আছে ১৩৩৮ ৰান।

আই পি এলৰ প্ৰথম ৩০টা ইনিংছৰ পিছত সৰ্বাধিক ৰান

১৩৩৮ – শ্বাউন মাৰ্ছ

১৩০৭ – ছাই সুদৰ্শন

১১৪১ – ক্ৰীছ গেইল

১০৯৬ – কেন উইলিয়ামছন

১০৮২ – মেথিউ হেডেন

Tags: Chris GayleIPLKane WilliamsonMatthew HaydenSai Sudharsan

Related Posts

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…
Top News

December 8, 2025
আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

ভাৰততকৈ অৰ্ধ ৰাছিয়াৰ GDP! বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ ভিতৰত ৰাছিয়াৰ স্থান ক’ত?
Top News

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

December 8, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

December 8, 2025
‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025

শীৰ্ষ সংবাদ

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025