• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, September 6, 2025
29 °c
Guwahati
29 ° Mon
29 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

    ২২ ছেপ্তেম্বৰত ৫ খনকৈ জিলাত চৰকাৰী বন্ধ ঘোষণা, বন্ধ থাকিব স্কুল-কলেজ, কাৰ্যালয়-ব্যৱসায়িক প্ৰতিষ্ঠান

    চাকৰিৰ নামত এতিয়াও প্ৰবঞ্চনাৰে একাংশই লুটিছে ধন! ৰঙিয়া আৰক্ষী থানাত এগৰাকী অসহায় যুৱতী!

    ICC বিশ্বকাপ মহিলা দলত অসমৰ উমা চেত্ৰী

    আজিৰ দিনটো আপোনাৰ বাবে শুভ নে? জানিবলৈ পঢ়ক ৰাশিফল

    অতুল বৰাক দোষাৰোপ কৰি দল ত্যাগ প্ৰাক্তন অগপ বিধায়ক সত্যব্ৰত কলিতাৰ

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      পুনৰ বিতৰ্কত চলচ্চিত্ৰ পৰিচালক সঞ্জয় লীলা ভাঞ্চালী, বিকানেৰত FIR পঞ্জীয়ন

      Nation NE by Nation NE
      September 3, 2025
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      পুনৰ বিতৰ্কত  চলচ্চিত্ৰ পৰিচালক সঞ্জয় লীলা ভাঞ্চালী, বিকানেৰত FIR পঞ্জীয়ন
      Share on FacebookShare on TwitterWhatsApp

      চলচ্চিত্ৰ জগতৰ লগত জড়িত এক ডাঙৰ খবৰ ওলাইছে। আদালতৰ নিৰ্দেশত বিখ্যাত চলচ্চিত্ৰ পৰিচালক সঞ্জয় লীলা ভাঞ্চালীৰ বিৰুদ্ধে আৰক্ষীয়ে ৰুজু কৰিছে FIR। ভাঞ্চালীৰ কোম্পানী ভাঞ্চালী প্ৰডাকচন, প্ৰডাকচন মেনেজাৰ উত্তকৰ্শ বালি আৰু অৰবিন্দ গিলৰ বিৰুদ্ধেও গুৰুতৰ ধাৰাত FIR ৰুজু কৰা হৈছে।

      বিচোৱাল থানাত ৰুজু হোৱা এই গোচৰটো ভাঞ্চালীৰ বহু চৰ্চিত ছবি “লাভ এণ্ড ৱাৰ”ৰ শ্বুটিংৰ সৈতে জড়িত। প্ৰৱঞ্চনা, অপৰাধমূলক আস্থা ভংগ, ভাবুকি আৰু সংগঠিত ষড়যন্ত্ৰৰ দৰে গুৰুতৰ অভিযোগ এফআইআৰত অন্তৰ্ভুক্ত কৰা হৈছে। এই এজাহাৰ দাখিল কৰিছে ৰাধা ফিল্মছ এণ্ড হস্পিটেলিটিৰ চিইঅ’ আৰু লাইন প্ৰযোজক প্ৰতীক ৰাজ মাথুৰে। তেওঁ অভিযোগ কৰে যে ছবিখনৰ নিৰ্মাণত নিযুক্তি প্ৰক্ৰিয়া আৰু নিৰাপত্তাৰ ব্যৱস্থা সন্দৰ্ভত প্ৰৱঞ্চনা সংঘটিত হৈছে।

      অভিযোগ কৰা হৈছে যে “লাভ এণ্ড ৱাৰ” ছবিখনৰ শ্বুটিঙৰ সময়ত নিযুক্তি আৰু নিৰাপত্তাৰ ব্যৱস্থাৰ সন্দৰ্ভত প্ৰৱঞ্চনা সংঘটিত হৈছিল। ইয়াৰ উপৰিও ২০২৫ চনৰ ১৭ আগষ্টত ব্যক্তিগত নিৰাপত্তাৰক্ষীৰ অসৎ আচৰণ আৰু ভাবুকিৰ ঘটনাৰ কথাও এফআইআৰত উল্লেখ আছে।

      বৰ্তমান ভাঞ্চালী বা তেওঁৰ দলৰ কোনো আনুষ্ঠানিক বিবৃতি অহা নাই। মন কৰিবলগীয়া যে বহুদিনৰ মূৰত শ্বুটিঙৰ বাবে ৰাজস্থানলৈ আহিছিল ভাঞ্চালী। ইয়াৰ পূৰ্বে তেওঁৰ ছবি “পদ্মাৱত”ৰ শ্বুটিং সন্দৰ্ভত বিতৰ্কৰ সৃষ্টি হৈছিল। এতিয়া আকৌ এবাৰ সঞ্জয় লীলা ভাঞ্চালী আৰু তেওঁৰ দল ৰাজস্থানত বিতৰ্কৰ মাজত সোমাই পৰিছে।

      Tags: CaseControversyfilm directorFIR

      Related Posts

      চীনক ৭-০ গ’লত পৰাস্ত কৰি হকী এছিয়া কাপৰ ফাইনেলত ভাৰত
      Top News

      September 6, 2025
      ক’ত আৰু কেতিয়া হ’ব BCCI নিৰ্বাচন? প্ৰকাশ পালে তাৰিখ…

      ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰনৰ সৈতে ফোনযোগে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ

      গুজৰাটৰ পঞ্চমহলত ভয়ংকৰ দুৰ্ঘটনা; ৰ’পৱে চিঙি ৬ জন লোকৰ মৃত্যু

      অষ্ট্ৰেলিয়া এ’ৰ বিৰুদ্ধে খেলিবলগীয়া দুখন মেচৰ বাবে ভাৰতীয় দলৰ অধিনায়ক শ্ৰেয়াছ আয়াৰ

      ভয়ংকৰ পথ দুৰ্ঘটনাত তিনিজন শিক্ষাৰ্থীৰ কৰুণ মৃত্যু

      শীৰ্ষ সংবাদ

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist