• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, May 6, 2026
26 °c
Guwahati
26 ° Thu
26 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতক মানহানিৰ গোচৰত ১৫ দিনৰ কাৰাদণ্ড

Nation NE by Nation NE
September 26, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতক মানহানিৰ গোচৰত ১৫ দিনৰ কাৰাদণ্ড
Share on FacebookShare on TwitterWhatsApp

শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতক মানহানিৰ গোচৰত দোষী সাব্যস্ত কৰা হৈছে। আদালতে তেওঁক ১৫ দিনৰ কাৰাদণ্ড দিয়ে। লগতে আদালতে তেওঁৰ ওপৰত ২৫,০০০ টকাৰ জৰিমনাও আৰোপ কৰে।

বিজেপি নেতা কিৰিট সোমাইয়াৰ পত্নী মেধা কিৰিটে ৰাউতৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। মেধাই তেওঁৰ বিৰুদ্ধে ১০০ কোটি টকাৰ মানহানিৰ গোচৰ ৰুজু কৰে।

মেধা সোমাইয়াৰ আবেদনৰ শুনানি মুম্বাইৰ সেৱাৰী আদালতত হৈছিল। আদালতে এই ক্ষেত্ৰত শিৱসেনাৰ সাংসদক দোষী সাব্যস্ত কৰে। মেধাৰ অধিবক্তা বিবেকানন্দ গুপ্তাই কয় যে, আদালতে সঞ্জয় ৰাউতক ১৫ দিনৰ বাবে দণ্ডিত কৰিছে আৰু তেওঁৰ ওপৰত ২৫,০০০ টকাৰ জৰিমনা আৰোপ কৰিছে।

উল্লেখ্য ৰাউতে মেধাৰ বিৰুদ্ধে ১০০ কোটি টকাৰ শৌচাগাৰ কেলেংকাৰীত জড়িত থকাৰ অভিযোগ কৰিছিল। ৰাউতৰ এই অভিযোগ মেধাই খণ্ডন কৰিছিল আৰু কৈছিল যে তাইৰ বিৰুদ্ধে তেওঁৰ অভিযোগ ভিত্তিহীন আৰু মানহানিকৰ প্ৰকৃতিৰ।

এই গোচৰটো ২০২২ চনৰ। সঞ্জয় ৰাউতে মেধা সোমাইয়াৰ বিৰুদ্ধে মুলুন্দৰ শৌচাগাৰ কেলেংকাৰীত জড়িত থকাৰ অভিযোগ তুলিছিল। ইয়াৰ পিছত, কিৰিট সোমাইয়াই সঞ্জয় ৰাউতক এই অভিযোগৰ প্ৰমাণ দিবলৈ প্ৰত্যাহ্বান জনাইছিল। মেধা সোমাইয়াই সঞ্জয় ৰাউতৰ বিৰুদ্ধে কোনো উচিত প্ৰমাণ দিব  নোৱাৰাৰ পিছতেই ১০০ কোটি টকাৰ মানহানিৰ গোচৰ ৰুজু কৰে।

সোমাইয়াই অভিযোগ দিয়ে যে, ৰাউতে ইলেক্ট্ৰনিক সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত এই অভিযোগৰ পুনৰাবৃত্তি কৰে। তেওঁ নিজৰ এই দাবীৰ সমৰ্থনৰ বাবে ৰাউতৰ সাক্ষাৎকাৰৰ এটা ভিডিঅ’ ক্লিপ আদালতত দাখিল কৰে। সোমাইয়াই কয় যে, এই অভিযোগ আগশাৰীৰ বাতৰি চেনেলসমূহৰ দ্বাৰা বহুলভাৱে প্ৰচাৰিত হৈছিল।

Tags: BJPDefamationShiv Sena

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 6, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025