• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, August 4, 2025
27 °c
Guwahati
27 ° Tue
28 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    উদীয়মান ব্যৱসায়ীক শেষ কৰিবলৈ পত্নী-কন্যাই দিলে চুপাৰী, সোণৰ গহনা আৰু কেইবা লাখ টকা দি হসোণৰ গহনা আৰু কেইবা লাখ টকা দি হ*ত্যা…

    শিৱসাগৰত উৎখাত নাৰী দেহ ব্যৱসায়ী চক্ৰ; আটক আজিজুল নামৰ দালাল

    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    কেনে যাব আজিৰ দিনটো… জানো আহক আজিৰ ৰাশিফল

    এইবাৰ বিশ্বনাথত চলিব বুলড’জাৰ; চৰকাৰী ভূমি খালী কৰিবলৈ ৩০৭টা পৰিয়াললৈ জাননী

    ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা; তালিকাত অসমৰ উৎপল দত্ত

    এক বিশেষ কাৰ্যসূচীৰ বাবে ৮ ছেপ্তেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

    খিলঞ্জীয়া অসমীয়া যুৱকৰ ওপৰত মিঞাৰ দাদাগিৰি, খেদি খেদি প্ৰহাৰ কৰে অসমীয়া যুৱকজনক…

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      বিশ্বৰ বিজ্ঞানত অসম সন্তানৰ সাফল্য, জটিল ৰোগৰ কোষ ধ্বংসকাৰী প্ৰ’টিন অনু সন্দৰ্ভত গৱেষণা…

      Nation NE by Nation NE
      August 4, 2025
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      বিশ্বৰ বিজ্ঞানত অসম সন্তানৰ সাফল্য, জটিল ৰোগৰ কোষ ধ্বংসকাৰী প্ৰ’টিন অনু সন্দৰ্ভত গৱেষণা…
      Share on FacebookShare on TwitterWhatsApp

      বিশ্বৰ বিজ্ঞান জগতত অসমীয়াগিৰি। কাকপথাৰৰ কৈলাশপুৰৰ সন্তান, হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ বিজ্ঞানী ড০ ৰুবুল মাউতৰ এখন গৱেষণা পত্ৰ বিশ্বৰ অন্যতম শ্ৰেষ্ঠ গৱেষণা পত্ৰিকা Cell Pressত প্ৰকাশ পাইছে।

      জিন সম্পাদনাৰ দৰে জটিল বিষয়ত গৱেষণা কৰি চিকিৎসা বিজ্ঞানলৈ অতুলনীয় অৱদান আগবঢ়াইছে আই  অসমীৰ সুযোগ্য সন্তান ড° ৰুবুল মাউতে।মানৱ শৰীৰৰ ৰোগ প্ৰতিৰোধ তন্ত্ৰ সক্ৰিয় কৰিব পৰা প্ৰ’টিন অণু সম্পৰ্কীয় তেওঁ নেতৃত্ব দিয়া এক গৱেষণা আগষ্ট মাহৰ ১ তাৰিখে বিশ্ববিখ্যাত জাৰ্ণেল Cell’ত প্ৰকাশিত হৈছে।

      ইয়াত কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত নিৰ্মিত প্ৰ’টিন অণুৰে সক্ৰিয় কৰিব পাৰিব মানুহৰ প্ৰতিৰোধ তন্ত্ৰ, সেই বিষয়ে সবিশেষ তথ্য দিয়া হৈছে। কৰ্কট কোষ অথবা বীজাণু ধ্বংসকাৰী আমাৰ শৰীৰৰ টি-লিম্ফচাইট সৃষ্টি কৰাত সহায় কৰিব পাৰিব এই কৃত্ৰিম প্ৰ’টিন অণুৱে। এই পত্ৰিকাত কোৱা হৈছে যে, আমাৰ শৰীৰটো এক যুদ্ধক্ষেত্ৰৰ দৰে। ক্ষুদ্ৰ ক্ষুদ্ৰ বীজাণু যেনে ভাইৰাচ, বেক্টেৰীয়াই অহৰহ শৰীৰ আক্ৰমণ কৰি থাকে। তদুপৰি আমাৰ শৰীৰৰ নিজৰ কোষেই আকৌ কেতিয়াবা বিপথে গৈ আমাক ৰুগীয়া কৰি তোলে—যেনে কৰ্কট কোষ আৰু ডায়েবেটিছৰ ক্ষেত্ৰত কিছুমান প্ৰতিৰোধ তন্ত্ৰৰ কোষ।

      এই আটাইবোৰ আক্ৰমণৰ বিৰুদ্ধে অহৰহ যুঁজ দি থকা আমাৰ প্ৰতিৰোধ তন্ত্ৰৰ প্ৰধান সৈনিক স্বৰূপ কোষবিধেই হৈছে টি লিম্ফছাইট বা টি কোষ। তেজৰ প্ৰবাহত অহৰহ এঠাইৰ পৰা আন ঠাইলৈ, অতন্দ্ৰ প্ৰহৰীৰ দৰে, টহল দি থাকে। এই কোষবোৰে যাতে আক্ৰমণকাৰী অণুজীৱ অথবা কৰ্কটৰ দৰে স্বয়ং নিজ দেহৰ অপকাৰী কোষকো প্ৰতিহত কৰিব পাৰে। এই ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত প্ৰ’টিন অনুৱে কিদৰে সহায় কৰিব সেই সন্দৰ্ভত তেওঁ এটি লেখা প্ৰকাশ কৰিছে।

      দৰিদ্ৰতা, ঘাত-প্ৰতিঘাত, সকলো ধৰণৰ প্ৰতিবন্ধকতা নেওচি চিকিৎসা বিজ্ঞানৰ এক উজ্জ্বল নক্ষত্ৰলৈ পৰিগণিত হোৱা ড ° ৰুবুল মাউতৰ এই যুগান্তকাৰী আৱিষ্কাৰে মানৱ জীৱনৰ এক নতুন আশাৰ সঞ্চাৰ কৰিছে।

      Tags: InventionResearchScience

      Related Posts

      ভাৰত-ইংলেণ্ডৰ টেষ্ট ছিৰিজ, শুভমান গীল আৰু দলে সৃষ্টি কৰিলে ইতিহাসৰ
      Top News

      ভাৰত-ইংলেণ্ডৰ টেষ্ট ছিৰিজ, শুভমান গীল আৰু দলে সৃষ্টি কৰিলে ইতিহাসৰ

      August 4, 2025
      ৪ দিনৰ ভিতৰত দ্বিতীয়টো প্ৰৱল জোঁকাৰণি, ৬০০ বছৰ পিছত পুনৰ সক্ৰিয় আগ্নেয়গিৰি

      ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ ঘোষণা ট্ৰাম্পৰ
      Top News

      ভাৰতক লৈ বিৰক্ত ট্ৰাম্পৰ বিশেষ ব্যক্তি! যুদ্ধৰ বাবে ধন আগবঢ়োৱাৰ অভিযোগ, ১০০ শতাংশ শুল্কৰ ভাবুকি

      August 4, 2025
      কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল
      Top News

      আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

      August 3, 2025
      বিটিআৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিৰ ‘বিজয় সংকল্প সভা’…

      মহিলা শিক্ষয়িত্ৰীৰে অপকৰ্ম বিদ্যালয়ৰ অধ্যক্ষৰ, স্বামীলৈ প্ৰেৰণ কৰে ছবি

      শীৰ্ষ সংবাদ

      ভাৰত-ইংলেণ্ডৰ টেষ্ট ছিৰিজ, শুভমান গীল আৰু দলে সৃষ্টি কৰিলে ইতিহাসৰ

      ৪ দিনৰ ভিতৰত দ্বিতীয়টো প্ৰৱল জোঁকাৰণি, ৬০০ বছৰ পিছত পুনৰ সক্ৰিয় আগ্নেয়গিৰি

      বিশ্বৰ বিজ্ঞানত অসম সন্তানৰ সাফল্য, জটিল ৰোগৰ কোষ ধ্বংসকাৰী প্ৰ’টিন অনু সন্দৰ্ভত গৱেষণা…

      ভাৰতক লৈ বিৰক্ত ট্ৰাম্পৰ বিশেষ ব্যক্তি! যুদ্ধৰ বাবে ধন আগবঢ়োৱাৰ অভিযোগ, ১০০ শতাংশ শুল্কৰ ভাবুকি

      আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

      বিটিআৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিৰ ‘বিজয় সংকল্প সভা’…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist