• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

এইবাৰ ভাৰতত ‘ব্লক’ হ’ল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ ইউটিউব চেনেল

Nation NE by Nation NE
May 2, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
এইবাৰ ভাৰতত ‘ব্লক’ হ’ল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ ইউটিউব চেনেল
Share on FacebookShare on TwitterWhatsApp

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছৰে পৰা চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ বিৰুদ্ধে গ্ৰহণ কৰা কঠোৰ পদক্ষেপৰ পিছত এইবাৰ আন এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিলে ভাৰত চৰকাৰে। এইবাৰ ভাৰতত ‘ব্লক’  কৰি দিয়া হ’ল পাকিস্তানী প্রধানমন্ত্রী শ্বাহবাজ শ্বৰীফৰ ইউটিউব চেনেল।

ভাৰত বিদ্বেষী প্ৰৰোচনা প্ৰচাৰৰ বাবে ইতিমধ্যে ১৬টাকৈ পাকিস্তানী চেনেল নিষিদ্ধ কৰাৰ পিছত এইবাৰ নিষিদ্ধ হ’ল পাকিস্তানৰ খোদ প্ৰধানমন্ত্ৰীৰেই ইউটিউব চেনেল। ভাৰত চৰকাৰৰ সিদ্ধান্ত অনুসৰি, এতিয়াৰে পৰা ভাৰতৰ কোনো দৰ্শকে এই চেনেলটোৰ ভিডিঅ’ চাব নোৱাৰিব।

চেনেলটো খুলিলে স্ক্ৰীণত প্ৰত্যক্ষ কৰিব এক বিশেষ বাৰ্তা। বাৰ্তাটিত লিখা থাকিব, ‘ৰাষ্ট্ৰীয় নিৰাপত্তা সংক্ৰান্তীয় কাৰণত চৰকাৰী নিৰ্দেশনা অনুসৰি এতিয়াৰ পৰা এই চেনেলৰ বিষয়বস্তু বৰ্তমান ভাৰতত দেখা পোৱা নাযাব।’

অৱশ্যে শ্বাহবাজ শ্বৰীফৰ চেনেল নিষিদ্ধ কৰাৰ কোনো কাৰণ আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই কেন্দ্ৰ চৰকাৰে।

উল্লেখ্য যে, পাকিস্তানী ১৬ টা চেনেল ভাৰতত নিষিদ্ধ কৰাৰ বাবে চৰকাৰক গৃহদপ্তৰে আৰ্জি দিছিল। সেই আৰ্জিৰ ওপৰত ভিত্তি কৰিয়েই কেন্দ্ৰই নিষিদ্ধ কৰিছিল চেনেলকেইটা। নিষিদ্ধ চেনেলকেইটাৰ ভিতৰত আছিল পাকিস্তানৰ কেবাটাও প্ৰথমশাৰীৰ সংবাদ মাধ্যমৰ ইউটিউব চেনেল।

ইয়াৰ উপৰি পাকিস্তানী ক্ৰিকেটাৰ শ্বোয়েইব আখতাৰৰ ইউটিউব চেনেলটোও আছিল ইয়াৰ অন্যতম। পাকিস্তানী চেনেল নিষিদ্ধ কৰাৰ সমান্তৰালকৈ ‘বিবিচি’কো ভাৰত চৰকাৰে সতৰ্কবাণী জাৰি কৰিছে।

স্মৰ্তব্য যে, পেহেলগামত চলা ‘সন্ত্ৰাসবাদী আক্ৰমণ’ক ‘বিদ্ৰোহী আক্ৰমণ’ বুলিহে অভিহিত কৰিছিল ‘বিবিচি’য়ে। ‘সন্ত্ৰাসবাদী’ৰ পৰিৱৰ্তে ‘বিদ্ৰোহী’ বুলি অভিহিত কৰা কাৰ্যত অসন্তুষ্টি প্ৰকাশ কৰিছে ভাৰত চৰকাৰে। ‘বিবিচি’ৰ ভাৰতীয় শাখাৰ প্ৰধান জেকী মাৰ্টিনক অসন্তুষ্টিৰ কথা লিখিতভাৱে জনাই দিছে চৰকাৰে।

Tags: IndiaPahalgam IncidentPakistanShahbaz SharifYoutube

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025