• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, July 11, 2025
30 °c
Guwahati
30 ° Sat
30 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    মেট্ৰিক পৰীক্ষাৰ্থীৰ পৰা অংগনৱাড়ী কৰ্মী, গাঁওপ্ৰধানলৈকে…. কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেটৰ

    অসমকে ধৰি ৬খন ৰাজ্যলৈ কেন্দ্ৰৰ ১০০০ কোটি টকাৰ অনুমোদন

    ‘চীন নহয়, তিব্বতৰ সৈতেহে সীমা ভাগ বতৰা কৰো’, চীনক উভতি ধৰিলে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    সুপ্ত প্ৰতিভা বিকাশৰ উদ্দেশ্যে ৰামদিয়াত মহিলা ফুটবল খেলুৱৈৰ প্ৰশিক্ষণ শিবিৰ

    কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

    অমিত শ্বাহক সাক্ষাৎ নিখিল বড়ো ছাত্ৰ সন্থাৰ এটি সঁজাতি দলৰ

    উচ্ছেদৰ সময়ত উত্তেজনাময় পৰিৱেশ; আৰক্ষীক আক্ৰমণ বেদখলকাৰীৰ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ‘পাকিস্তানৰ নাম…’, পেহেলগাম কাণ্ডক লৈ প্ৰতিক্ৰিয়া শ্বাহিদ আফ্ৰিদীৰ

      Nation NE by Nation NE
      April 27, 2025
      in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ক্ৰীড়া
      0 0
      ‘পাকিস্তানৰ নাম…’, পেহেলগাম কাণ্ডক লৈ প্ৰতিক্ৰিয়া শ্বাহিদ আফ্ৰিদীৰ
      Share on FacebookShare on TwitterWhatsApp

      জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা সন্দৰ্ভত প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পাকিস্তানৰ প্ৰাক্তন অধিনায়ক শ্বাহিদ আফ্ৰিদীয়ে। এই নৃশংস ঘটনাক লৈ দুখ প্ৰকাশ কৰিছে যদিও প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে ভাৰতক লৈ কিছু আপত্তিও কৰা পৰিলক্ষিত হয়।

      তেওঁ কয়, ‘ক্ৰিকেট, ক্ৰীড়া আৰু ক্ৰীড়া কূটনীতিৰ প্ৰতি মোৰ দৃঢ় বিশ্বাস আছে। ইয়াৰ কোনো ৰাজনৈতিক দৃষ্টিকোণ থাকিব নালাগে। আমি চুবুৰীয়া দেশ, আমি ইজনে সিজনৰ যত্ন লোৱা উচিত। কিন্তু এপিছোড আৰম্ভ নোহোৱাতেই আপোনালোকে প্ৰত্যক্ষভাৱে পাকিস্তানৰ নাম লৈছে। অন্ততঃ প্ৰমাণ লৈ আহক, বিশ্ববাসীক জনাওক।’

      তেওঁ লগতে কয় যে আমি যি ধৰ্মৰে নহওঁ কিয়, আমি সন্ত্ৰাসবাদক সমৰ্থন নকৰো। এজন মানুহ হিচাপে, এজন নিৰীহ মানুহ হিচাপে তাত যি ঘটিল সেয়া অতি দুখজনক। এনেবোৰ কথা হ’ব নালাগে। দুয়োখন চুবুৰীয়া দেশ। মই ভাবো আমাৰ মাজৰ সম্পৰ্ক ভাল হ’ব লাগে। যুদ্ধৰ কোনো লাভালাভ নাই।

      উল্লেখ্য যে, পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা যথেষ্ট বৃদ্ধি পাইছে। চুবুৰীয়া দেশৰ বিৰুদ্ধে অতি কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে।

      এই নৃশংস ঘটনাৰ পিছতে ভাৰতৰ তৰফৰ পৰা পাকিস্তানৰ সীমান্ত বন্ধ কৰি দিয়া হৈছে। কেৱল এয়াই নহয়, ভাৰতত উপস্থিত থকা সকলো পাকিস্তানী নাগৰিককে নিজৰ দেশলৈ উভতি যাবলৈ নিৰ্দেশ দিয়া হৈছে। তদুপৰি সিন্ধু জল চুক্তিও বাতিল কৰিছে ভাৰতে।

      Tags: Jammu and KashmirPahalgam IncidentShahid Afridi

      Related Posts

      ৮৫ খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলা এইগৰাকী ক্ৰিকেটাৰৰ অৱসৰ ঘোষণা
      Top News

      July 11, 2025
      তিয়ঁহ খোৱাৰ পিছতে কিয় লগে লগে সেৱন কৰিব নালাগে পানী?

      ইৰাণৰ সৈতে যুদ্ধৰ মাজতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ ডাঙৰ বক্তব্য, ‘খামনেইক শেষ কৰাৰ পিছতেই সংঘাতৰ অন্ত পৰিব’!
      Top News

      পুনৰ ইজৰাইলে কৰিছে নেকি ইৰাণক আক্ৰমণ কৰাৰ পৰিকল্পনা? ক’ত হ’ব এইবাৰ প্ৰথম আক্ৰমণ?

      July 11, 2025
      ব্ৰাজিলৰ পিছত কানাডাৰ ওপৰত ক্ষোভ ট্ৰাম্পৰ! ৩৫ শতাংশ শুল্ক আৰোপ, কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…
      Top News

      ব্ৰাজিলৰ পিছত কানাডাৰ ওপৰত ক্ষোভ ট্ৰাম্পৰ! ৩৫ শতাংশ শুল্ক আৰোপ, কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

      July 11, 2025
      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল
      Top News

      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

      July 11, 2025
      গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ
      BIG BREAKING

      মেট্ৰিক পৰীক্ষাৰ্থীৰ পৰা অংগনৱাড়ী কৰ্মী, গাঁওপ্ৰধানলৈকে…. কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেটৰ

      July 10, 2025

      শীৰ্ষ সংবাদ

      ৮৫ খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলা এইগৰাকী ক্ৰিকেটাৰৰ অৱসৰ ঘোষণা

      তিয়ঁহ খোৱাৰ পিছতে কিয় লগে লগে সেৱন কৰিব নালাগে পানী?

      পুনৰ ইজৰাইলে কৰিছে নেকি ইৰাণক আক্ৰমণ কৰাৰ পৰিকল্পনা? ক’ত হ’ব এইবাৰ প্ৰথম আক্ৰমণ?

      ব্ৰাজিলৰ পিছত কানাডাৰ ওপৰত ক্ষোভ ট্ৰাম্পৰ! ৩৫ শতাংশ শুল্ক আৰোপ, কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

      মেট্ৰিক পৰীক্ষাৰ্থীৰ পৰা অংগনৱাড়ী কৰ্মী, গাঁওপ্ৰধানলৈকে…. কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেটৰ

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist