• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, July 25, 2025
32 °c
Guwahati
29 ° Sat
27 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰ্বতঝোৰাত বিধ্বংসী অগ্নিকাণ্ড, নিমিষতে শেষ…

    নৱবিবাহিতাৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য, স্বামীৰ লগতে পলায়ন পৰিয়ালৰ লোকৰ…

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

    আল্লাহু আকবৰ ধ্বনি আৰক্ষীক আক্ৰমণ উচ্ছেদিতৰ, গুলীবিদ্ধ ১জনৰ প্ৰাণহানি

    চৰকাৰী ভূমিত সন্দেহজনক লোকৰ আগ্ৰাসনক লৈ সৰৱ চৰকাৰ…

    কোন কোন ৰাশিৰ জাতক-জাতিকাৰ খৰচ বৃদ্ধিৰ যোগ? জানিবলৈ পঢ়ক ৰাশিফল

    উচটনিমূলক ৰীলচ বনাই গ্ৰেপ্তাৰ যুৱক, জানক সবিশেষ…

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    হাৰিয়ানাত গ্ৰেপ্তাৰ অসমৰ শ্ৰমিক, জানক অবৈধ বাংলাদেশীৰ সন্দেহত গ্ৰেপ্তাৰ হোৱা শ্ৰমিকৰ সবিশেষ তথ্য

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ প্ৰাক্তন গভৰ্ণৰ শক্তিকান্ত দাসক ডাঙৰ দায়িত্ব

      Nation NE by Nation NE
      February 22, 2025
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ প্ৰাক্তন গভৰ্ণৰ শক্তিকান্ত দাসক ডাঙৰ দায়িত্ব
      Share on FacebookShare on TwitterWhatsApp

      অৱসৰৰ মাত্ৰ দুমাহৰ পাছতেই ডাঙৰ দায়িত্ব লাভ কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্ণৰ শক্তিকান্ত দাসে। শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰধান সচিব-২ হিচাপে নিযুক্তি প্ৰদান কৰিছে শক্তিকান্ত দাসক। প্ৰধানমন্ত্ৰী মোদীৰ কাৰ্যকালৰ অন্ত পৰাৰ লগে লগেই তেওঁৰো কাৰ্যকাল অন্ত পৰিব।

      প্ৰধানমন্ত্ৰীৰ প্ৰথম সচিব হিচাপে সম্প্ৰতি কৰ্মৰত হৈ আছে পি কে মিশ্ৰ। এতিয়াৰে পৰা মিশ্ৰ আৰু শক্তিকান্ত দাসে যৌথভাৱে প্ৰধানমন্ত্ৰীৰ ব্যক্তিগত সহায়কাৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিব।

      উল্লেখ্য যে ৬ বছৰ আৰ বি আইৰ গভৰ্নৰ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পিছত ২০২৪ চনৰ ডিচেম্বৰ মাহত শক্তিকান্ত দাসে অৱসৰ গ্ৰহণ কৰে। শক্তিকান্ত দাসক ২০১৮ চনৰ ডিচেম্বৰ মাহত আৰ বি আইৰ গভৰ্ণৰ হিচাপে নিযুক্তি দিয়া হৈছিল। ২০২৪ চনৰ ১০ ডিচেম্বৰত তেওঁৰ কাৰ্যকাল অন্ত পৰে। ইয়াৰ পিছত সঞ্জয় মালহোত্ৰাক ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ হিচাপে নিযুক্তি দিয়া হয়।

      শক্তিকান্ত দাস তামিলনাডু কেডাৰৰ ১৯৮০ বেটেচৰ আই এ এছ বিষয়া। আৰ বি আইৰ গভৰ্ণৰৰ লগতে তেওঁ বহু গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিছে। ২০১৭ চনৰ মে’ মাহলৈকে শক্তিকান্ত দাস আছিল অৰ্থনৈতিক পৰিক্ৰমা সচিব। শক্তিকান্ত দাসে ১৫ নং বিত্ত আয়োগৰ সদস্য হিচাপেও কাম কৰিছিল।

      উল্লেখ্য যে, শক্তিকান্ত দাসে বহু আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতক প্ৰতিনিধিত্ব কৰি আহিছে। শক্তিকান্ত দাসে ব্ৰিকছ, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি আৰু ছাৰ্কত ভাৰতৰ প্ৰতিনিধি হিচাপে অংশগ্ৰহণ কৰে।

      ২০১৬ চনৰ নৱেম্বৰ মাহত যেতিয়া ভাৰতত বিমুদ্ৰাকৰণৰ সিদ্ধান্ত লোৱা হৈছিল তেতিয়া শক্তিকান্ত দাস আৰ বি আইৰ গভৰ্ণৰ আছিল।

      Tags: Narendra ModiPrincipal SecretaryRBIReserve Bank of IndiaShaktikanta Das

      Related Posts

      WWEৰ কিম্বদন্তী মল্লযুঁজাৰু হাল্ক হোগানৰ নিধন
      Top News

      July 24, 2025
      ৰাহুল গান্ধীৰ অভিযোগক অহেতুক আখ্যা নিৰ্বাচন আয়োগৰ

      ভঙা আঙুলিৰে খেলপথাৰত নমা ঋষভ পন্তে ভংগ কৰিলে ধোনীৰ অভিলেখ

      ভাৰত-ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তি; ভাৰতীয় বজাৰত সস্তা হ’ব এইসমূহ সামগ্ৰী

      কানাড়া অভিনেতাক জামিন মঞ্জুৰ কৰাক লৈ অসন্তুষ্ট সৰ্বোচ্চ ন্যায়ালয়
      Top News

      কানাড়া অভিনেতাক জামিন মঞ্জুৰ কৰাক লৈ অসন্তুষ্ট সৰ্বোচ্চ ন্যায়ালয়

      July 24, 2025
      পৰ্বতঝোৰাত বিধ্বংসী অগ্নিকাণ্ড, নিমিষতে শেষ…
      Top News

      পৰ্বতঝোৰাত বিধ্বংসী অগ্নিকাণ্ড, নিমিষতে শেষ…

      July 24, 2025

      শীৰ্ষ সংবাদ

      WWEৰ কিম্বদন্তী মল্লযুঁজাৰু হাল্ক হোগানৰ নিধন

      ৰাহুল গান্ধীৰ অভিযোগক অহেতুক আখ্যা নিৰ্বাচন আয়োগৰ

      ভঙা আঙুলিৰে খেলপথাৰত নমা ঋষভ পন্তে ভংগ কৰিলে ধোনীৰ অভিলেখ

      ভাৰত-ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তি; ভাৰতীয় বজাৰত সস্তা হ’ব এইসমূহ সামগ্ৰী

      কানাড়া অভিনেতাক জামিন মঞ্জুৰ কৰাক লৈ অসন্তুষ্ট সৰ্বোচ্চ ন্যায়ালয়

      পৰ্বতঝোৰাত বিধ্বংসী অগ্নিকাণ্ড, নিমিষতে শেষ…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist