• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, May 6, 2026
25 °c
Guwahati
25 ° Thu
26 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

উজনিৰ পৰা মিঞা খেদা আন্দোলনৰ গুৰি ধৰোতা শৃংখল চলিহাক সংগঠনৰ পৰা সাময়িক বিৰতি

Nation NE by Nation NE
August 8, 2025
in Top News, BIG BREAKING, অসম
0 0
উজনিৰ পৰা মিঞা খেদা আন্দোলনৰ গুৰি ধৰোতা শৃংখল চলিহাক সংগঠনৰ পৰা সাময়িক বিৰতি
Share on FacebookShare on TwitterWhatsApp

ৰাজ্যজুৰি চলোৱা উচ্ছেদ অভিযানৰ পিছতেই সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে কঠোৰ হোৱা বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে সংগঠনটোৰ কেন্দ্ৰীয় নেতৃত্বই।

বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰণ্টু পানীফুকনে জাৰি কৰা নিৰ্দেশনা অনুসৰি এমাহলৈ শৃংখল চলিহাক সামাজিক মাধ্যম, সংবাদ মাধ্যম তথা সকলো ধৰণৰ দলীয় কাৰ্যসূচীৰ পৰা আঁতৰি থকাৰ নিৰ্দেশ প্ৰদান কৰিছে।

নিৰ্দেশনাটোত উল্লেখ কৰে, ‘ইয়াৰ দ্বাৰা আপোনাক জনোৱা হয় যে- আজিৰ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ অহা ৮ ছেপ্তেম্বৰ ২০২৫ তাৰিখলৈকে আপোনাক সামাজিক মাধ্যম, সংবাদ মাধ্যম আৰু সংগঠনৰ সকলো ধৰণৰ কাৰ্যসূচীৰ পৰা বিৰত থাকিবলৈ এই নিৰ্দেশনাৰ জৰিয়তে সাময়িক বিশ্ৰাম প্ৰদান কৰা হ’ল।’

নিৰ্দেশনাটোত আৰু উল্লেখ কৰে, ‘এই সময়ছোৱা আপোনাক আপোনাৰ পৰিয়ালৰ লগত সময় অতিবাহিত কৰিবলৈ সুযোগ আৰু পৰামৰ্শ প্ৰদান কৰা হ’ব।’

উল্লেখ্য যে, শেহতীয়াকৈ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই শিৱসাগৰৰ লগতে উজনি অসমৰ পৰা সন্দেহজনক নাগৰিক তথা মিঞাসকলক খেদি পঠিয়াবৰ বাবে আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিছিল।

কোনো কাৰণতে উজনি অসমত মিঞা থাকিব নোৱাৰে বুলি বাৰম্বাৰ মন্তব্য কৰি অহাৰ মাজতেই তেওঁৰ বিৰুদ্ধে সংগঠনটোৱে এইধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰাত এতিয়া সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Tags: #AssamShrinkhal ChalihaVeer Lachit Sena

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 6, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025