• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
19 °c
Guwahati
18 ° Tue
18 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

চেন্নাইত দুৰ্দান্ত শতকীয় ইনিংছেৰে বিশেষ অভিলেখ গঢ়িলে ‘প্ৰিন্স’ শুভমন গিলে

Nation NE by Nation NE
September 21, 2024
in Top News, ক্ৰীড়া
0 0
চেন্নাইত দুৰ্দান্ত শতকীয় ইনিংছেৰে বিশেষ অভিলেখ গঢ়িলে ‘প্ৰিন্স’ শুভমন গিলে
Share on FacebookShare on TwitterWhatsApp

‘প্ৰিন্স অৱ ক্ৰিকেট’ নামেৰে ইতিমধ্যে পৰিচয় লাভ কৰা শুভমন গিলে চেন্নাইত বাংলাদেশৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাৰ প্ৰথমখন মেচৰ দ্বিতীয় ইনিংছত দৰ্শনীয় শতকীয় ইনিংছ খেলি পুনৰবাৰ অনুৰাগীৰ মন জিনিবলৈ সক্ষম হৈছে।

টেষ্ট ক্ৰিকেটত গীলৰ এইটো আছিল পঞ্চমটো শতক। ভাৰতৰ দ্বিতীয় ইনিংছত গিলে ঋষভ পন্তৰ সৈতে মিলি চতুৰ্থ উইকেটৰ যুটিত ১৬৭ ৰান সংগ্ৰহ কৰে।

প্ৰথম ইনিংছত শূন্যতে পেভেলিয়নলৈ উভতা গিলে দ্বিতীয় ইনিংছত ১৬১টা বলত শতক অৰ্জন কৰে। এই শতকীয় ইনিংছটোৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত এক বিশেষ কৃতিত্ব গঢ়িবলৈ সক্ষম হৈছে। তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ১০০ৰো অধিক ছয় কোবোৱা ক্ৰিকেটাৰত পৰিণত হ’ল।

টেষ্ট ক্ৰিকেটত এই পৰ্যন্ত ২৬টা ছয়, এদিনীয়াত ৫২টা আৰু টি-২০ ক্ৰিকেটত ২৩টা ছয় ছয় গিলৰ নামত আছে। ভাৰতৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ১০০ টা ছয় কোবোৱা ১৭ সংখ্যক ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হৈছে।

ইয়াৰ উপৰি ২০২৩ চনৰ পিছত সৰ্বাধিক ৰান আৰু শতক অৰ্জন কৰা বেটছমেনো হৈছে শুভমন গিল।

আন এক কৃতিত্ব

ইয়াৰ উপৰি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত ভাৰতৰ হৈ সৰ্বাধিক শতক অৰ্জন কৰাৰ ক্ষেত্ৰত দ্বিতীয় স্থানত আছে শুভমন গিল। গিলে এই পৰ্যন্ত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত ৫টা শতক অৰ্জন কৰিছে। একে সময়তে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত সৰ্বাধিক শতক অৰ্জন কৰাৰ অভিলেখ ৰোহিত শৰ্মাৰ নামত। এই পৰ্যন্ত ৰোহিতে ৯টা শতক অৰ্জন কৰিছে।

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত ভাৰতৰ হৈ সৰ্বাধিক শতক অৰ্জনকাৰী

৯ – ৰোহিত

৫ – গিল

৪ – মায়ংক

৪ – ঋষভ

৪ – কোহলী

৩ – জয়ছোৱাল

৩ – ৰাহুল

৩ – ৰবীন্দ্ৰ জাদেজা

৩ – ৰাহানে

২ – আৰ অশ্বিন

২০২৩ চনৰ পিছত সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় ৰান সংগ্ৰহ কৰা বেটছমেন

২০২৩ চনৰ পৰা গিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৩০০০ ৰান সংগ্ৰহ কৰা প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হৈছে। ২০২৩ চনৰ পৰা মুঠ ৭৬টা ইনিংছ খেলিছে আৰু ৩০০০ৰো অধিক ৰান সংগ্ৰহ কৰাত সফল হৈছে। এই সময়ছোৱাত ৩০০০ হাজাৰ ৰান সম্পূৰ্ণ কৰা আৰু সৰ্বাধিক শতকৰ ক্ষেত্ৰতো তেওঁ আন ক্ৰিকেটাৰতকৈ বহু আগত আছে।

উল্লেখ্য যে চেন্নাইত চলি থকা মেচখনত ভাৰতে দ্বিতীয় ইনিংছত ২৮৭ ৰান সংগ্ৰহ কৰাৰ পিছতে ইনিংছ ঘোষণা কৰিছিল। দ্বিতীয় ইনিংছত শুভমন গিলে অপৰাজিত ১১৯ ৰান আৰু ঋষভ পন্তে ১০৯ ৰানৰ ইনিংছ খেলে।

শক্তিশালী স্থিতিত উপনীত হোৱা ভাৰতে বাংলাদেশক জয়ৰ বাবে বান্ধি দিছে ৫১৫ ৰানৰ লক্ষ্য।

Tags: India vs BangladeshInternational CricketShubman GillTest CricketWorld Record

Related Posts

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…
Top News

December 8, 2025
আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

ভাৰততকৈ অৰ্ধ ৰাছিয়াৰ GDP! বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ ভিতৰত ৰাছিয়াৰ স্থান ক’ত?
Top News

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

December 8, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

December 8, 2025
‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025

শীৰ্ষ সংবাদ

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025