• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, July 4, 2025
28 °c
Guwahati
25 ° Sat
27 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    নলবাৰীৰ ঘগ্ৰাপাৰৰ এটা পুখুৰীত এজন লোকৰ মৃতদেহ উদ্ধাৰ

    বায়’পছিৰ নামত চিকিৎসকে আঁতৰালে ৰোগীৰ গুপ্তাংগ; অসমত চাঞ্চল্যকৰ ঘটনা

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

    এটা মাত্ৰ কাম কৰিলে আপুনিও ৰক্ষা পৰিব গেষ্ট্ৰিকৰ সমস্যাৰ পৰা…

    হাঁহৰ পোৱালীক কেন্দ্ৰ কৰি প্ৰচণ্ড মাৰপিটৰ ঘটনা, আৰু তাৰপিছত…

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    নাৰীসৰবৰাহক কেন্দ্ৰ কৰি অসমৰ এখন গাঁৱত চাঞ্চল্যকৰ পৰিস্থিতি

    ব্যয়বহুল হ’ব আইফোন? Appleৰ চিইঅ’ টিম কুকক ক’লে ট্ৰাম্পে- ‘ভাৰতত বন্ধ কৰক উৎপাদন’

    ইজৰাইল-গাজাৰ যুদ্ধবিৰতি! ট্ৰাম্পৰ অনুৰোধ…

    ব্যৱসায়ী-শিক্ষাৰ্থীসকলৰ বাবে কেনে যাব আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল

    ‘সপ্তাহত ৪৬ ঘণ্টা ১৫ মিনিটৰ অধিক সময় কাম নকৰিব’

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      কঠোৰ চৰকাৰ; ভাৰতত পুনৰ নিষিদ্ধ ১৮ হাজাৰৰো অধিক পাকিস্তানীৰ ছ’চিয়েল মিডিয়া একাউণ্ট

      Nation NE by Nation NE
      July 4, 2025
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      কঠোৰ চৰকাৰ; ভাৰতত পুনৰ নিষিদ্ধ ১৮ হাজাৰৰো অধিক পাকিস্তানীৰ ছ’চিয়েল মিডিয়া একাউণ্ট
      Share on FacebookShare on TwitterWhatsApp

      জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতত সকলো পাকিস্তানী শিল্পীৰ ছ’চিয়েল মিডিয়া একাউণ্টত নিষেধাজ্ঞা আৰোপ কৰা হয়। কিন্তু কিছুদিন পূৰ্বে এই একাউণ্টসমূহৰ পৰা নিষেধাজ্ঞা উঠাই লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই সিদ্ধান্তৰ ফলত দেশবাসীৰ মাজত ক্ষোভৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।

      অল ইণ্ডিয়া চিনে ৱৰ্কাৰছ এছ’চিয়েশ্যনেও এই সিদ্ধান্তক সমালোচনা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰ লিখিছিল। এই পত্ৰৰ পিছতে পুনৰ এবাৰ পাকিস্তানী শিল্পীৰ ছ’চিয়েল মিডিয়া একাউণ্ট ভাৰতত নিষিদ্ধ কৰা হৈছে। এই সিদ্ধান্তৰ পিছত ছ’চিয়েল মিডিয়াত ধাৰাবাহিক প্ৰতিক্ৰিয়া অব্যাহত আছে।

      খবৰ অনুসৰি, জৰুৰী পৰ্যালোচনা বৈঠকৰ অন্তত ভাৰত চৰকাৰে পুনৰবাৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰি ভাৰতত ১৮ হাজাৰৰো অধিক পাকিস্তানী ছ’চিয়েল মিডিয়া একাউণ্ট নিষিদ্ধ কৰিছে।

      শেহতীয়াকৈ মাউৰা হোকানে, হানিয়া আমিৰ, ফাৱাদ খানৰ দৰে বহু পাকিস্তানী শিল্পী আৰু ক্ৰিকেটাৰৰ ছ’চিয়েল মিডিয়া প্ৰফাইল ভাৰতীয় ব্যৱহাৰকাৰীৰ দৃষ্টিগোচৰ হৈছিল যদিও এতিয়া চৰকাৰৰ নতুন কাৰ্যকলাপৰ অধীনত ভাৰতত পুনৰ এই সকলোৰ একাউণ্ট ব্লক কৰা হৈছে।

      উল্লেখ্য যে, যেতিয়া কোনো ভাৰতীয় ব্যৱহাৰকাৰীয়ে পাকিস্তানী শিল্পীৰ ছ’চিয়েল মিডিয়া একাউণ্ট খুলিবলৈ চেষ্টা কৰে, তেতিয়া এই একাউণ্টটো ভাৰতত উপলব্ধ নহয় বুলি এটা বাৰ্তা স্পষ্টভাৱে দেখা যায়।

      Tags: IndiaPakistani ArtistsSocial Media

      Related Posts

      নলবাৰীৰ ঘগ্ৰাপাৰৰ এটা পুখুৰীত এজন লোকৰ মৃতদেহ উদ্ধাৰ
      Top News

      নলবাৰীৰ ঘগ্ৰাপাৰৰ এটা পুখুৰীত এজন লোকৰ মৃতদেহ উদ্ধাৰ

      July 4, 2025
      মথুৰা শ্ৰী কৃষ্ণ জন্মভূমি গোচৰ : হিন্দু পক্ষক মোক্ষম আঘাত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ
      Top News

      মথুৰা শ্ৰী কৃষ্ণ জন্মভূমি গোচৰ : হিন্দু পক্ষক মোক্ষম আঘাত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

      July 4, 2025
      বায়’পছিৰ নামত চিকিৎসকে আঁতৰালে ৰোগীৰ গুপ্তাংগ; অসমত চাঞ্চল্যকৰ ঘটনা
      BIG BREAKING

      বায়’পছিৰ নামত চিকিৎসকে আঁতৰালে ৰোগীৰ গুপ্তাংগ; অসমত চাঞ্চল্যকৰ ঘটনা

      July 4, 2025
      তালিবান শাসনত ৰাছিয়াৰ অনুমোদন! আমেৰিকাৰ বিৰুদ্ধে পুটিনৰ মাষ্টাৰষ্ট্ৰ’ক

      ভাৰতে প্ৰেৰণ কৰা আম বিমান বন্দৰৰ পৰাই ওভতাই পঠিয়ালে আমেৰিকাই; কিন্তু কিয়?
      Top News

      ‘ৱান বিগ বিউটিফুল বিল’লৈ অনুমোদন, ট্ৰাম্পৰ বৃহৎ জয়…

      July 4, 2025
      কুকুৰৰ মৰমেই কাল হ’ল নেকি ভাৰতীয় খেলুৱৈৰ? ঘটনাৰ ৩ মাহৰ পিছত স্বাস্থ্যৰ অৱনতি

      শীৰ্ষ সংবাদ

      নলবাৰীৰ ঘগ্ৰাপাৰৰ এটা পুখুৰীত এজন লোকৰ মৃতদেহ উদ্ধাৰ

      কঠোৰ চৰকাৰ; ভাৰতত পুনৰ নিষিদ্ধ ১৮ হাজাৰৰো অধিক পাকিস্তানীৰ ছ’চিয়েল মিডিয়া একাউণ্ট

      মথুৰা শ্ৰী কৃষ্ণ জন্মভূমি গোচৰ : হিন্দু পক্ষক মোক্ষম আঘাত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

      বায়’পছিৰ নামত চিকিৎসকে আঁতৰালে ৰোগীৰ গুপ্তাংগ; অসমত চাঞ্চল্যকৰ ঘটনা

      তালিবান শাসনত ৰাছিয়াৰ অনুমোদন! আমেৰিকাৰ বিৰুদ্ধে পুটিনৰ মাষ্টাৰষ্ট্ৰ’ক

      ‘ৱান বিগ বিউটিফুল বিল’লৈ অনুমোদন, ট্ৰাম্পৰ বৃহৎ জয়…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist